অসমৰ বনৌষধি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
39 নং শাৰী:
 
 
==চালকুঁৱৰী==
==ছালকুঁৱৰী==
[[চিত্ৰ:ছাল কুঁৱৰী.jpg|thumb|right|200px|ছাল কুঁৱৰী]]
 
'''ছালকুঁৱৰীচালকুঁৱৰী''' (বৈজ্ঞানিক নাম Aloe barbadensis miller <ref>{{cite journal |last1=Surjushe |first1=Amar |last2=Vasani |first2=Resham |last3=Saple |first3=D G |title=ALOE VERA: A SHORT REVIEW |journal=Indian J Dermatol |date=2008 |volume=53 |issue=4 |page=163–166.}}</ref>)
 
[[ছালকুঁৱৰীচালকুঁৱৰী]] সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
 
'''ঔষধি গুণঃ '''
 
# ছালকুঁৱৰীচালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মুত্ৰদোষমূত্ৰদোষ, শুক্ৰ দোষ, ক্ৰিমিকৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়।
# টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ ছালকুঁৱৰীচালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়।
#অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো ছালকুঁৱৰীচালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়।
# উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো ছালকুঁৱৰীৰচালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।
# বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আদ্ৰতাআৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা(Sun Burn) আদিত ছালকুঁৱৰীৰচালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।
 
==শেৱালি==