অসমৰ বনৌষধি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
339 নং শাৰী:
 
১) '''কাহ''':-
ৰোগৰ লক্ষনঃ-ডিঙি শুৰশুৰাইশুৰশুৰায়, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, নাকেদি পানী ওলাইওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ ওলাই।ওলায়।
 
'''বনদবৰ:-'''
১) ২০টোপালমান নহৰু ৰসৰ লগত মাটিকঠালৰমাটিকঁঠালৰ ৰস অলপ মিহলাই চৰবত কৰি খালে সকলো কাহ ভাল হয়।
২) পুৰণি কাহত এচামুচ কেঁচা হালধিৰ ৰসত ২চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে।
৩) শিশুৰ কাহ হলে ৪,৫ টা দোৰুনদোৰোণ ফুল পিহি ১চামুচ মৌজোলেৰে মিহলাসৈতে মিহলি কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়।
৪) তৰুৱা গদমৰকদমৰ ৫০গ্ৰাম পাতৰ ৰস ২চামুচ পানী আৰু ৫গ্ৰাম চেনীচেনি মিশ্ৰনমিশ্ৰণ কৰি খালে উত্তম ফল পোৱা যায়।
৫) কুঁহিয়াৰৰ ৰস ১০০মিঃলিঃমান দিনে ২বাৰকৈ খালে শুকান কাহ ভাল হয়।
৬) একাপ গৰম পানীত ৫চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খাব লাগে।
351 নং শাৰী:
৮) ৩,৪ টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়।
৯) তুলসী পাতৰ লগত মৌজোল মিহলাই খালেও কাহ ভাল হয়।
১০) সিজু গছৰ পাত চিঙিছিঙি অলপ গৰম কৰিলে যি ৰস ওলাই তাৰে ১কাপমানত অলপ খাব পৰাকৈ নিমখ দি দিনে ২ বাৰ মান খালে কাহ ভাল হয়।
১১) বজাৰৰ পৰা অলপ মিঠৈ বা গুৰ আনি চচপেন এটাত লৈ তাত সামন্য পানী মিহলাই উতলালে আঠাৰ দৰে (কুঁহিয়াৰৰ পকা ৰসৰ দৰে) হলেই সেইখিনি গৰমে গৰমে সহ্য কৰিব পৰাকৈ পি খাই দিলেও কাহৰ পৰা ৰক্ষা পাব পাৰি।
 
২)'''দাঁতৰ বিষ'''ঃ-
ৰোগৰ লক্ষনঃলক্ষণঃ- প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিছলৈ দাঁতৰ গুৰিত বিষ হয়।
 
'''বন-দৰবঃ-'''
১) ৫টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি এগিলাচ পানীত মিলাই মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।
২) সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিস্কাৰ হয়, দাঁতৰ বীজানুবীজাণু নাশ হয় আৰু দাঁতৰ বিষ দুৰদূৰ হয়।
৩) কুমলীয়া এচাৰিএছাৰি (জাতি বাঁহৰ) জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।
৪) বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।
৫) ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু মিশ্ৰনমিশ্ৰণ পিহি বিষোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ নাইকিয়া হয়।
৬) মধুৰিআমৰ পাতৰ ৰস, কেঁহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত ঘহিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়।
৭) আদা এটুকুৰা নিমখ লগাই চোবাই খালেও দাঁতৰ বিষ কম পোৱা যায়।
391 নং শাৰী:
 
৫) '''উচ্চ ৰক্তচাপঃ-'''
ৰোগৰ লক্ষণঃ-এই ৰোগত মূৰৰ বিষ আৰু মূৰৰ কামোৰণীকামোৰণি হয়। বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয। চকুৰে জলক-তবক দেখা পাই। খুব গৰম লাগি থাকে আৰু ঘামি থাকে। টোপনি কম হয়, গা জিন-জিনাইজিনায়, উত্তেজনা,উদ্বেগ আদি লক্ষণে দেখা দিয়ে। সাধাৰণ কথাতে খং উঠে।
 
'''বন-দৰবঃ-'''
১) কেঁচা নহৰু ২ফুটাকৈ দিনে ভাতৰ লগত একেৰাহে একমাহ মান খালে উচ্চৰক্ত চাপ স্বাভাবিক অৱস্থালৈ আহে।
২) সৰ্পগন্ধাৰ ৰস ২চামুচকা২চামুচকৈ দিনে ২ বাৰকৈ খাব লাগে।
৩) ছলকুঁৱৰীৰচালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়।
৪) কলীয়া তুলসীৰ ১০চামুচ ৰসৰ লগত ৮চামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনে ২বাৰৈ খাব লাগে।
৫) বিলাহীৰ ৰস ২০০মিঃলিঃ প্ৰতিদিনে খাব লাগে।
৬) আমলখি ৭,৮টামান থুন্দিখুন্দি তাক মিচিৰিৰমিছিৰিৰ লগত খালে ৰক্তচাপ কমে।
৭) চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। ৰাতিপুৱা খালি পেটত চজিনাৰ পাতৰ ৰস ৫০মিঃলিঃ খাব লাগে।
৮) মানিমুনি বা ব্ৰাহ্ম শাকৰ ৰস ৭,৮চামুচকৈ মৌজোলৰ লগত মিচিৰিমিছি, ৰি মিহলি কৰি একেৰাহে ১৫,২০ দিন খাব লাগে।
৯)নেফাফুৰ কুমলীয়া আগ ৪টা, ৪ফুটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত খাব লাগে।
১০) জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্ৰলেপ দিব লাগে।
১১) ভাতৰ লগত সদায় এফুটামান পকা তেতেলিতেঁতেলী খালে ৰক্তচাপ স্বাভাবিক অৱস্থালৈ আহে।
 
৬) '''নিম্ন ৰক্তচাপঃ-'''
ৰোগৰ লক্ষণঃ-শৰীৰ দুৰ্বল হয়, শৰীৰৰ উত্তাপ কমি যায়, মাজে মাজে মূৰ ঘুৰাণী-ঘূৰণি হয়।
 
'''বন-দৰবঃ-'''
413 নং শাৰী:
২) ভীমকলৰ কলদিল দিনে ২বাৰকৈ একেৰাহে ২,৩দিন ৰান্ধি খোৱা ভাল।
৩) আধা লিটাৰ গাখীৰৰ লগত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায়।
৪) আহাৰৰ লগত দিনে ২ ফালমান কেঁচা পিয়াজপিঁয়াজ আৰু কুকুৰা কণী খাব পাৰিলে ভাল।
৫) পাৰৰ মাংসৰ লগত কলদিনকলডিল খালেও এইৰোগ স্বাভাবিক অৱস্থালৈ আহে।
৬) কলীয়া কছুৰকচুৰ থোৰ কেইটামান জালুক দি ৰান্ধি খাব লাগে।
 
৭) '''খৰঃ-'''
ৰোগৰ লক্ষণঃ-শৰীৰৰ যিকোনো ঠাইত এইৰোগে দেখা দিব পাৰে। ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সুসৰু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহা বিলাক হোৱা ঠাইত খজুৱতি হয় আৰু খজুৱাই দিয়াৰ লগে লগে তাৰ পৰা আঠা জাতীয় পানী ওলায়। এই আঠা জাতীয় পানী পিন্ধা কাপোৰ বা দেহৰ আন অংশত লাগিলে সেই স্থানতো খৰ হোৱাৰ সম্ভাৱনা থাকে।
 
'''বন-দৰবঃ-'''
428 নং শাৰী:
 
৮)'''কৃমিঃ-'''
ৰোগৰ লক্ষণঃ-টোপনিত দাঁত কৰচে, নাক খজুৱাইখজুৱায়, শৌচৰদ্বাৰ পিৰপিৰাইপিৰপিৰায়, শৌচ কঠিন হয়, টোপনি কমে, টোপনিতে প্ৰস্ৰাৱ হয়, মিঠা বস্তু খাবলৈ মন যায়, আঙুলিৰ বিষ হয়, গাঠিগাঁঠি উখহি পৰে, জিভাৰ পানী ওলাযওলাই থাকে আৰু ৰক্তহীনতাও হৱহ'ব পাৰে।
 
'''বন-দৰবঃ-'''
434 নং শাৰী:
২) টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস এচামুচ খুৱালে শিশুৰ কৃমি মৰে।
৩) ১গ্ৰাঃ মিঠৈ বা গুৰত আধা গ্ৰাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়।
৪) তিতা বাহকতিতাবাহক আঞ্জা কৰি ৰান্ধি খুৱালেও কৃমি নাশ হয়।
৫) দুটোপাল ধঁতুৰা পাতৰ ৰস ৫চামুচমান গুৰ মিহিলি কৰি খালে কৃমি মৰে।
৬) দিনে ৪চামুচমানকৈ আমলখিৰ ৰস একেৰাহে ৫দিনমান খালে কৃমি নাশ হয়।
454 নং শাৰী:
 
১০)'''হাঁপানিঃ-'''
ৰোগৰ লক্ষণঃ-কাহ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰ-ঘেৰণীঘেৰণি শব্দ হয়। শেষ ৰাতি টোপনি নহয়। ৰোগী উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ পুৰণা হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে।
 
'''বন-দৰবঃ-'''
১) এটা নেমুৰ ৰসৰ লগত ১০গ্ৰাম মৰণা আদা খুন্দি খুৱালে যথেষ্ট উপকাৰ পোৱা যায়।
২) কলীয়া তুলসীৰ ৰস, মৌজোল আৰু মৰণা আদাৰ ৰস সমপৰিমানৰ লৈ ৰাতিপুৱা আৰু গধুলিগধূলি দিনে দুবাৰকৈ কিছুদিন খালে হাঁপানি ৰোগ ভাল হোৱা দেখা যায়।
৩) সৰিয়হ তেলত নিমখ মিহলৈ কৰি বুকুত মালিচ কৰিব লাগে।
৪) যেষ্ঠিমধু আৰু ৰঙা চন্দন পিহি প্ৰত্যেকৰ ১চামুচকৈ লৈ আধাকাপ নিয়মীয়াকৈ ১৯দিন খালে হাঁপানি ৰোগীয়ে যথেষ্ট আৰাম পায়।
৫) পুৰণি গুৰগুড় (অতি কমেও ৩বছৰীয়া হলে ভাল) ৩০ গ্ৰামৰ লগত সৰিয়হৰ তেলৰ ২চামুচ মিহলি কৰি খাব লাগে।
৬) পুৰণি ঘিউ আকণৰ পাতত লগাই সেই পাত জুইত সেকি বুকুত ৰাখিব লাগে।
৭) আকণৰ শিপাৰ ছাল প্ৰথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই বিড়িৰ দৰে খালে শ্বাস, কাহ বা হাঁপানি ৰোগ উপশম হয়।
৮) দৈনিক ১০,১৫টাকৈ ভেঁকুৰী গুটি খুন্দি বা চোবাই খালে পুৰণি হাঁপানি ৰোগো ভাল হোৱা দেখা যায়।
৯) ৰবাব টেঙাৰ শিপা ২৫গ্ৰাম, শিলিখা ৫টা, আদা ২০গ্ৰাম ভালদৰে খুন্দি তাত অলপ সৈন্ধব লোণ মিহলি কৰি দিনে ২বাৰ ৰাতিপুৱা আৰু গধুলিগধূলি খাব লাগে।
১০) বগা পদুম ফুল আৰু জালুক ১২গ্ৰামকৈ পিহি কেইদিনমান খালেই হাঁপানি ৰোগ ভাল হয়।
১১) ২টা জালুক আৰু ১০০গ্ৰাম পৌননৌৱা শিপাৰ ৰসত সামান্য গঙ্গাজল মিহলি কৰি এনেদৰে দিনে ২বাৰকৈ একেৰাহে ১২ দিন খালেই হাঁপানি ৰোগ ভাল হয়।