লক্ষহীৰা দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ্ব}} {{Infobox person | name = লক্ষহীৰা দাস | image = | alt = | capt...
 
tag removed
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ্ব}}
{{Infobox person
| name = লক্ষহীৰা দাস
Line 15 ⟶ 14:
| occupation = কবি, গীতিকাৰ, গায়িকা, শিক্ষাবিদ
}}
 
'''
'''লক্ষহীৰা দাস''' [[অসম]]ৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ।<ref name="year">{{cite book | title=অসম ইয়েৰ বুক ২০২০ | publisher=জ্যোতি প্ৰকাশন | author=বৰুৱা, শান্তনু কৌশিক | authorlink=শান্তনু কৌশিক বৰুৱা | year=২০২০ | location=গুৱাহাটী | pages=৮৯৭}}</ref> ১৯৩৩ চনৰ ২ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্তহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা।<ref name="enajori">{{cite web | url=http://www.enajori.com/?p=652 | title=The Lyrical Journey of Lakshyaheera Das | publisher=Enajori.com | accessdate=26 February 2020}}</ref> [[গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ]]ৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। প্ৰকাশিত পুথি- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি। বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতা। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে।
 
অন্যান্য বঁটা-সন্মা: অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শ‌ইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), ভূপেন হাজৰিকা বঁটা (২০১৯)<ref name="bhupen">{{cite web | url=https://www.sentinelassam.com/guwahati-city/lakhya-hira-das-conferred-with-bhupen-hazarika-award-at-beltola-bohagi-utsav/ | title=Lakhya Hira Das conferred with Bhupen Hazarika award at Beltola Bohagi Utsav | publisher=The Sentinel | date=20 April 2019 | accessdate=26 February 2020}}</ref> আদি।