ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{redirect|ৰজত কমল|অসমীয়া ভাষা চলচ্চিত্ৰলৈ প্ৰদান কৰা বঁটাটো|অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা}}
{{Infobox Indian Awards
| awardname = ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
Line 7 ⟶ 8:
| description = ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা
}}
 
 
'''ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা''' ({{lang-en|National Film Awards}}) [[ভাৰত|ভাৰতৰ]] [[চলচ্চিত্ৰ]] সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] [[ভাৰতীয় চলচ্চিত্ৰ|ভাৰতীয় চলচ্চিত্ৰৰ]] গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।<ref>{{cite web | url=http://dff.nic.in/nfa.asp | title=ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নিজ ৱেবছাইট | accessdate=ডিচেম্বৰ, ২৫, ২০১১}}</ref>
 
 
==২০১২ চনলৈকে বঁটাসমূহ==
এই বঁটাসমূহ পূৰ্বৰ বছৰৰ নিৰ্মান কৰা [[মনোনীত চলচ্চিত্ৰ]] সমূহক <ref>[http://www.webindia123.com/movie/awards/national/award2006.htm National Film Awards]</ref> নিম্নোক্ত শ্ৰেণীসমূহৰ বাবে প্ৰদান কৰা হয়:-
 
===স্বৰ্ণ কমল পদক===