সিজু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
}}
 
সিজু(Euphorbia antiquorum)হ'ল এবিধ ইউফোৰবীয়াছী (Euphorbiaceae)পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া(Euphorbia)জাতিৰ অন্তৰ্গত ৰসাল বনৌষধী। [[কেকটাছ]]ৰ সৈতে দেখিবলৈ একেধৰণৰ হোৱা স্বত্বেওসত্ত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থাকে। গোটেই গা-গছ আৰু পাত বোৰত যথেষ্ট পৰিমাণৰ পানী থাকে। পাতবোৰ বৰ মঙহাল হয়।
 
==পৰম্পৰাগত ব্যৱহাৰ==
"https://as.wikipedia.org/wiki/সিজু"ৰ পৰা অনা হৈছে