সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
3 নং শাৰী:
==সমাৰ্থক শব্দৰ উদাহৰণ==
তলত অসমীয়াত ব্যৱহৃত কিছু সমাৰ্থক শব্দৰ উদাহৰণ দাঙি ধৰা হ'ল:
#'''অ'''
* অগ্নিঃ- অনল, জুই, পাৱক আদি।
*'''অতি :''' অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
* আকাশঃ- গগন, শূন্য, অম্বৰ আদি।
*'''অগ্নি :''' জুই, অনল, বহ্নি, হুতাশন, পাৱক।
* আদৰঃ- সাদৰ, চেনেহ আদি।
*'''অনুৰাগ :''' আসক্তি, প্ৰেম।
* পদুম ফুলঃ- পদ্ম, কমল, নলিনী, নলিন, অৰবিন্দ আদি।
*'''অন্ধকাৰ :''' তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
* সমীৰঃ- বায়ু, বতাহ, অনিল আদি।
*'''অমৰাপুৰী :''' স্বৰ্গ, দেৱলোক।
* নদীঃ- নৈ, প্ৰৱাহিনী আদি।
*'''অমৃত :''' সুধা, অমিয়, পীযুষ।
* ঘৰঃ- আবাস, গৃহ, ভৱন আদি।
*'''অৰ্থ :''' ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,সম্পদ, বিত্ত, ঐশ্বৰ্য।
* পৃথিৱীঃ- বসুধা, ধৰণী, ধৰা আদি।
*'''অলংকাৰ :''' আভৰণ, কানি-কাপোৰ।
* মিত্ৰঃ- সখি, বন্ধু, লগৰীয়া আদি।
*'''অসুৰ :''' দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত,দেৱৰিপু।
* ফুলঃ- কুসুম, পুষ্প আদি।
*'''অসুখ:''' অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
* পৰ্বতঃ- অচল, গিৰি আদি।
 
* নাৰীঃ- মহিলা, ৰমণী, কামিনী আদি।
# '''আ'''
*'''আকাশ :''' অম্বৰ, গগণ, ব্যোম, শূণ্য।
*'''আচমান :''' আকাশ
*'''আত্মীয় :''' কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।
*'''আনন্দ :''' ৰং, আমোদ, ধেমালি।
*'''আভৰণ :''' অলংকাৰ, কানি-কাপোৰ।
*'''আহত :''' আঘাত, কোব, মাৰ, প্ৰহাৰ।
*'''আবেদন :''' দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
*'''আৰাও :''' মাত, চিঞৰ, শব্দ।
 
# '''ই'''
*'''ইচ্ছা :''' আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।
 
# '''ঈ'''
*'''ঈশ্বৰ :''' নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগ‍‍‍‍ৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।
 
# '''উ'''
'''উজু :''' সৰল, সহজ, ঢিলা।
'''উত্তম :''' উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
'''উভতি :''' উলটি।
 
# '''ঋ'''
'''ঋণ :''' কৰ্জ, দেনা, ধাৰ।
 
= তথ্যসংগ্ৰহ =