সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
45 নং শাৰী:
 
*'''ঋণ :''' কৰ্জ, দেনা, ধাৰ।
 
'''ক'''
 
*'''কথা :''' উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
*'''কন্যা :''' দুহিতা, তনয়া, জীয়াৰী।
*'''কপাল :''' কপোল, ললাট।
*'''কম :''' তাকৰ, নগণ্য।
*'''কৰুণ :''' কাতৰ, ব্যাকুল।
*'''কলংক :''' দাগ, চেকা, কালিমা
*'''কাপোৰ :''' বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
*'''কাৰেং :''' ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
*'''কিতাপ :''' পুস্তক, গ্ৰন্থ, পুথি।
*'''কিৰণ :''' জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
*'''কুশল :''' কল্যান, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
*'''কুসুম :''' পুষ্প, ফুল, কুঞ্জ।
*'''কেৰাহি :''' বেকাঁ দৃষ্টি,
*'''কেৰাহী :''' লোহৰা,
*'''কেৰু :''' কেয়ুৰ, থুৰীয়া, কাণ ফুলি
 
= তথ্যসংগ্ৰহ =