"অসমীয়া ৰচনা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 বাইট বিলোপ কৰা হ’ল ,  2 মাহ পূৰ্বে
tag
(tag)
{{refimprove}}
= ৰচনা পৰিচয় =
<blockquote>
কোনো এটা বিষয়ৰ সামগ্ৰিক ধাৰণাৰ ওপৰত ভিত্তি কৰি লিখা সাহিত্যকর্মই হ`ল ৰচনা |
</blockquote>অলপ বহলাই ক`লে কব পাৰি যে-কোনো এটা বিষয় সম্পৰ্কে যুক্তি-বিশ্লেষণ তথা তথ্যানুসাৰে লিখা কথাই হ`ল ৰচনা |
 
== ৰচনাৰ অর্থ ==
ৰচনাৰ শব্দৰ অর্থগত ধাৰণাৰ সম্পৰ্কে"হেমকোষ"আৰু"চন্দ্ৰকান্ত অভিধান"ত যথাক্ৰমে "লিখা পদ্য বা গদ্য "আৰু "লিখা-কর্ম;প্ৰবন্ধ;লিখিত বর্ণনা "বুলি উল্লেখ পোৱা যায় |দুয়োখন অভিধানতে শব্দটিৰ প্ৰতিশব্দ ৰূপে -
 
ধাতুৰ পৰা নিষ্পন্ন হোৱা বুলি দুয়োখন সংবিধানত পোৱা যায় |
 
== ৰচনাৰ উপাদান ==
ৰচনাৰ বাবে প্ৰয়োজনীয় উপাদান হ`ল ভাৱ,ভাষা আৰু প্ৰকাশভংগী |
 
== ৰচনাৰ লিখাৰ নিয়ম ==
ৰচনা লিখিবলৈ কিছুমান দিশৰ প্ৰতি লক্ষ্য কৰিব |যাক আমি বিশেষত্ব বুলি ক`ব পাৰো |তলত সেই বিশেষত্ব বা নীতি-নিয়মসমূহ হ`ল-
 
# সিদ্ধান্ত বা মতবাদৰ প্ৰয়োগ
 
== ৰচনাৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ ==
সাধাৰণতে ৰচনাসমূহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি
 
৩)চিন্তামূূূলক ৰচনা
 
== প্ৰসংগপুথি ==
 
* ডেকা আৰু ডেকা(২০০৯),"ৰচনা প্ৰবাহ "