বিষ্ণুপ্ৰসাদ ৰাভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
18 নং শাৰী:
| death_date = ২০ জুন, ১৯৬৯<ref name=nn>NN Acharya, '''Glories of Assam''', Bina Library, Gauhati</ref>
| death_place = [[তেজপুৰ]], [[অসম]]
| death_cause = [[ কৰ্কট ৰোগ]]
| body_discovered =
| resting_place =
79 নং শাৰী:
| box_width =
}}
'''বিষ্ণুপ্ৰসাদ ৰাভা''' ({{lang-en|Bishnuprasad Rabha}} জন্ম ৩১ জানুৱাৰী, ১৯০৯ - মৃত্যু ২০ জুন, ১৯৬৯) [[অসম]]ৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।<ref name="bipuljyoti">{{cite web | url=http://www.bipuljyoti.in/authors/bishnurabha/bishnurabha02.html | title=Bishnu Rabha – A Revolutionary Artiste | publisher=bipuljyoti.in | date=February 2008 | accessdate=February 01, 2013 | author=Babul Tamuli}}</ref> কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈবৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য [[সৰ্বপল্লী ৰাধাকৃষ্ণন|ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে]] তেখেতক ১৯৩৯ চনত '''কলাগুৰু''' উপাধি প্ৰদান কৰিছিল<ref>[http://www.bipuljyoti.in/authors/bishnurabha/bishnurabha.html Bishnu Prasad Rabha:A Neglected Genius,By Sanjib Kr Borkakoti] আহৰণ ১৫.০৯.২০১১</ref><ref name="বিষ্ণুক জানো আহা">গ্ৰন্থ: বিষ্ণুক জানো আহা লিখক: নুৰুল শইকীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, [[কটন মহাবিদ্যালয়]]</ref>৷
 
"বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও...মাছ মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই...গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক বুৰঞ্জীবিদ নৃতত্ববিদ, বিপ্লবী যদিও ৰোমেণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়। তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান। এক মহান মানৱ শিল্পী।"
 
<!-- "বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও...মাছ মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই...গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক বুৰঞ্জীবিদ নৃতত্ববিদ, বিপ্লবী যদিও ৰোমেণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়। তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান। এক মহান মানৱ শিল্পী।"
-->
==জীৱনী ==
===জন্ম===