ৱিকিপিডিয়া:উৎসৰ উল্লেখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
15 নং শাৰী:
 
== পদৰ ব্যৱহাৰ ==
* [[ৱিকিপিডিয়া]]ত উৎস বুলিলে তিনিটা ভিন্ন অৰ্থ বুজাব পাৰে: পোনপটীয়াকৈ কিতাপ বা ৰচনাকৰ্মখনৰ উৎস হ'ব পাৰে (যেনে- মোৰ জীৱন-সোঁৱৰণ), সেই কিতাপ বা ৰচনাখনৰ লেখক হ'ব পাৰে (যেনে- লক্ষ্মীনাথ বেজবৰুৱা) অথবা ইয়াৰ প্ৰকাশকো (যেনে- লয়াৰ্ছ বুক ষ্টল) হ'ব পাৰে। ব্যৱহৃত উৎসটো কিমান বিশ্বাসযোগ্য, সেইটো ইয়াৰে যিকোনো এটা বা আটাইকেইটাৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰে।
* '''[[ৱিকিপিডিয়া:SOURCES|Source]]''' has three meanings on Wikipedia: the [[Source text|piece of work]] itself (e.g. ''[[A Theory of Justice]]''); the writer or creator of the work (e.g. [[John Rawls]]); or the publisher of the work (e.g. Harvard University Press). How reliable a source is can depend on just one of these factors, or on all three.<ref>See [[ৱিকিপিডিয়া:Verifiability#Reliable sources]]</ref>
 
* A '''[[citation]]''' is a line of text that identifies a source; for example, Rawls, John. ''A Theory of Justice''. Harvard University Press, 1971, p. 1.
* '''বিৱৰণ''' (citation) বুলিলে উৎসটো সম্পৰ্কে ব্যাখ্যা কৰা বাক্যক বুজোৱা হয়। উদাহৰণস্বৰূপে- Rawls, John. A Theory of Justice. Harvard University Press, 1971, p. 1.অথবা- লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন সোঁৱৰণ, লয়াৰ্ছ বুক ষ্টল, ২০১০, পৃষ্ঠা ১২৬
* An '''[[ৱিকিপিডিয়া:INCITE|inline citation]]''' is one added close to the material it supports—for example after the sentence or paragraph.
 
* '''[[Reference]]''' may refer to the citation or to the source.
* '''বাক্যভুক্ত বিৱৰণ''' (inline citation) বিষয়টোৰ লগত জড়িত বাক্য অথবা দফাৰ শেষত যোগ দিয়া হয়।
 
* '''তথ্যউৎস'''ই বিৱৰণ অথবা উৎসৰ যিকোনো এটাকে বুজাব পাৰে।
 
== তথ্যসূত্ৰ কেনেকৈ গঠন আৰু স্থাপন কৰিব{{anchor|Adding the citation}} ==