ৱিকিপিডিয়া:উৎসৰ উল্লেখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
15 নং শাৰী:
 
== পদৰ ব্যৱহাৰ ==
* [[ৱিকিপিডিয়া]]ত উৎস বুলিলে তিনিটা ভিন্ন অৰ্থ বুজাব পাৰে: পোনপটীয়াকৈ কিতাপ বা ৰচনাকৰ্মখনৰৰচনাকৰ্মখন উৎস হ'ব পাৰে (যেনে- মোৰ জীৱন-সোঁৱৰণ), সেই কিতাপ বা ৰচনাখনৰ লেখক হ'ব পাৰে (যেনে- লক্ষ্মীনাথ বেজবৰুৱা) অথবা ইয়াৰ প্ৰকাশকো (যেনে- লয়াৰ্ছ বুক ষ্টল) হ'ব পাৰে। ব্যৱহৃত উৎসটো কিমান বিশ্বাসযোগ্য, সেইটো ইয়াৰে যিকোনো এটা বা আটাইকেইটাৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰে।
 
* '''বিৱৰণ''' (citation) বুলিলে উৎসটো সম্পৰ্কে ব্যাখ্যা কৰা বাক্যক বুজোৱা হয়। উদাহৰণস্বৰূপে- Rawls, John. A Theory of Justice. Harvard University Press, 1971, p. 1.অথবা- লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন সোঁৱৰণ, লয়াৰ্ছ বুক ষ্টল, ২০১০, পৃষ্ঠা ১২৬
 
* '''বাক্যভুক্ত বিৱৰণ''' (inline citation) বিষয়টোৰযিকোনো লগতবিষয় জড়িতসম্পৰ্কীয় বাক্য অথবা দফাৰ শেষত যোগ দিয়া হয়।
 
* '''তথ্যউৎস'''ই বিৱৰণ অথবা উৎসৰ যিকোনো এটাকে বুজাব পাৰে।