ৰঘুনাথ দাস মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
47 নং শাৰী:
ৰঘুনাথ মহন্তৰ প্ৰথম পুথি "''শত্ৰুঞ্জয়''"। কাব্যখনৰ ৰচনাৰ সময়-চন-তাৰিখ একো পোৱা নাযায়। কিন্তু [[হেমচন্দ্ৰ গোস্বামী]]য়ে কাব্যখনিৰ ৰচনাৰ সময় ১৬৬৮ শক অথাৎ ১৭৩৬ চন বুলি অসমীয়া পুথিৰ বিৱৰণাত্মক তালিকা (Descriptive Catalogue of Assamese Manuscripts) নামৰ গ্ৰন্থত উল্লেখ কৰিছে।<ref name="kkh"/> সত্যেন্দ্ৰনাথ শৰ্মাইও এই পুথিখন ১৬৬৮ শক অথাৎ ১৭৩৬ চনত সমাপ্ত হৈছিল বুলি মন্তব্য কৰিছে।<ref name="পাতনি"/> ইয়াৰ ছপা সংস্কৰণত দুহেজাৰ এশ ত্ৰিশটা চাৰি শৰীয়া পদ আছে।
 
ৰঘুনাথ মহন্তৰ দ্বিতীয় পুথি "''অদ্ভুত ৰামায়ণ''"। কাব্যখন ৰচনাৰ সঠিক সময় জ্ঞাত নহয়। [[বিৰিঞ্চি কুমাৰ বৰুৱা]] আৰু নবীন চন্দ্ৰ শৰ্মাৰ মতে শত্ৰুঞ্জয় কাব্য আৰু কথা ৰামায়ণ ৰচনাৰ মাজৰ সময়ছোৱাতে ১৭৩৬ চনৰ পৰা ১৭৭১ চনৰ ভিতৰত এইখন ৰচিত।<ref name="kkh"/> এই অদ্ভুত ৰামায়ণৰ কাহিনীৰ লগত সংস্কৃত 'অদ্ভুত ৰামায়ণ'ৰ কোনো সম্পৰ্ক নাই।<ref name="কেশদা মহন্ত">{{cite web | url=https://sahitya-jivan.in/wp-content/uploads/2018/10/%E0%A6%AC%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%E0%A7%80-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF.pdf | title=সাহিত্য বক্তৃতামালা- অসমীয়া ৰামায়ণী সাহিত্য | publisher=শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ | date=১৪ জুলাই ২০০২ | accessdate=21 April 2020 | author=মহন্ত, কেশদা | pages=১২-১৫}}</ref>
 
তেওঁৰ একমাত্ৰ গদ্য পুথি "''কথা ৰামায়ণ''"।<ref name="Medieval">{{cite web | url=https://books.google.co.in/books?id=KYLpvaKJIMEC&pg=PA16&lpg=PA16&dq=raghunath+mahanta+katha+ramayan&source=bl&ots=uHrzSvg5oE&sig=ACfU3U3ZGhKudl0XtLxYNF68fnN8aA-psA&hl=en&sa=X&ved=2ahUKEwiY24PvkYfkAhXR73MBHdlIBZYQ6AEwD3oECAcQAQ#v=onepage&q=raghunath%20mahanta%20katha%20ramayan&f=false | title=Medieval Indian Literature: Surveys and selections- Volume 1 | publisher=Sahitya Akademi | date=1997 | accessdate=16 August 2019 | author=Paniker, K. Ayyappa}}</ref> এইখন তেওঁৰ শেষ বয়সৰ ৰচনা বুলি ধাৰণা কৰা হয়। আধুনিক প্ৰাদেশিক ভাষাত ৰচিত এইখনেই প্ৰাচীনতম গদ্য ৰামায়ণ।<ref name="পাতনি"/> ইয়াৰইয়াত মাত্ৰতেওঁ চাৰিটাআদিকাণ্ড, কাণ্ডহেঅয্যোধাকাণ্ড পোৱাআৰু গৈছে।অৰণ্যকাণ্ড কিষ্কিন্ধ্যাকাণ্ডতগদ্য ৰূপত উপস্থাপন কৰিছে। শিষ্ট নামৰ আনলেখক এজনে 'কিষ্কিন্ধ্যাকাণ্ড' ৰচনা কৰি এই ৰামায়ণত সংযোজন কৰে।<ref name="কেশদা মহন্ত"/> ৰঘূনাথ মহন্তৰ গদ্যৰ ভাষাত [[অংকীয়া এজননাট]] লেখকৰো[[ব্ৰজৱালী উল্লেখভাষা|ব্ৰজাৱলী]]ৰ আছে।প্ৰভাৱো পৰিছে।
 
==তথ্য সংগ্ৰহ==