বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Md. Sadman Sakib Bd (আলোচনা)-ই কৰা 218679 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
1 নং শাৰী:
{{redirect|বাংলা}}
:''এই প্ৰবন্ধটি বঙালী ভাষা বিষয়ক। বঙালী বৰ্ণমালাৰ সম্বন্ধে জানিবলৈ বিচাৰিলে [[বঙালী বৰ্ণমালা]] প্ৰবন্ধটি পঢ়ক।''
{{Infobox language
|name=বঙালী
|nativename= বাংলা
|caption imagecaption = বাংলা[[বঙালী–অসমীয়া অসমীয়া লিপিতলিপি]]ত লিখিত '''বাংলা ভাষা''' শব্দ
|image = Bangla = বাংলাBhasha.svg
|imagesize = 200px
|states=[[বাংলাদেশ]], [[ভাৰত]]
|region=[[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বাঞ্চল
|speakers=আনুমানিক ৩০ কোটি
|rank=৪ (মাতৃভাষাভাষীৰ সংখ্যা অনুযায়ী; বিভিন্ন অনুমান)
|familycolor=ভাৰত-ইউৰোপীয়
|fam2=[[ভাৰত-ইৰানীয়া ভষা পৰিয়াল|ভাৰত-ইৰানীয়া]]
Line 15 ⟶ 14:
|fam4=[[মাগধী প্ৰাকৃত]]
|fam5=[[অপভ্ৰংশ|অপভ্ৰংশ অবহট্‌ঠ]]
|fam6=[[অসমীয়া-বঙালী ভাষাসমূহভাষাগোষ্ঠী|অসমীয়া-বঙালী]]
|script=[[পূৰ্বী নাগৰীবঙালী–অসমীয়া লিপি]] ([[বঙালী বৰ্ণমালা]])
|nation=[[বাংলাদেশ]], [[ভাৰত]] (ভাৰতীয় ৰাজ্য [[পশ্চিমবঙ্গ]], [[ত্ৰিপুৰা]] আৰু [[অসম]] ৰাজ্যৰ [[কাছাৰ জিলা|কাছাৰ]], [[কৰিমগঞ্জ জিলা|কৰিমগঞ্জ]] আৰু [[হাইলাকান্দি জিলা]])
|agency=[[বাংলা একাডেমী]] (বাংলাদেশ)<br />[[পশ্চিমবঙ্গ বাংলা আকাদেমি]] (পশ্চিমবঙ্গ)
Line 22 ⟶ 21:
|iso2=ben
|iso3=ben
|map= Bengalispeaking_region.png
|map=
||mapcaption =বিশ্বত বাংলামাতৃভাষা হিচাপে বঙালী ভাষাৰ পৰিসৰভৌগোলিক বিস্তাৰ}}
'''বঙালী''' বা '''বাংলা''' হৈছে [[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বপ্ৰান্তৰ এটা [[ইন্দোভাৰত-আৰ্য ভাষাসমূহভাষা পৰিয়াল|ইন্দো-আৰ্য ভাষা]]। [[সংস্কৃত]], [[পালি]] আৰু [[প্ৰাকৃত]] ভাষাৰ মাজেৰে বাংলাবঙালী ভাষাৰ উদ্ভৱ হৈছে।
 
বাংলাবঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত ''বঙ্গ'' বা ''বাংলা'' নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতিকভাৱে স্বাধীন ৰাষ্ট্ৰ [[বাংলাদেশ]] আৰু [[ভাৰত|ভাৰতৰ]] অঙ্গৰাজ্য [[পশ্চিমবঙ্গ]]ক লৈ গঠন হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বাংলাবঙালী বিশ্বৰ বহুল প্ৰচলিত ভাষাসমূহৰ মাজৰ এটা ভাষা (ভাষাভাষীৰ সংখ্যানুসাৰে ইয়াৰ অৱস্থান চতুৰ্থৰ পৰা সপ্তমৰ মাজত)। বাংলাবঙালী [[বাংলাদেশ]]ৰ প্ৰধান ভাষা; [[ভাৰতবৰ্ষ]]ত বাংলাবঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা ভাষা।<ref name="secondmost">{{cite web
'''বঙালী''' বা '''বাংলা''' [[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বপ্ৰান্তৰ এটা [[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য ভাষা]]। [[সংস্কৃত]], [[পালি]] আৰু [[প্ৰাকৃত]] ভাষাৰ মাজেৰে বাংলা ভাষাৰ উদ্ভৱ হৈছে।
বাংলা দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত ''বঙ্গ'' বা ''বাংলা'' নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতিকভাৱে স্বাধীন ৰাষ্ট্ৰ [[বাংলাদেশ]] আৰু [[ভাৰত|ভাৰতৰ]] অঙ্গৰাজ্য [[পশ্চিমবঙ্গ]]ক লৈ গঠন হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বাংলা বিশ্বৰ বহুল প্ৰচলিত ভাষাসমূহৰ মাজৰ এটা ভাষা (ভাষাভাষীৰ সংখ্যানুসাৰে ইয়াৰ অৱস্থান চতুৰ্থৰ পৰা সপ্তমৰ মাজত)। বাংলা [[বাংলাদেশ]]ৰ প্ৰধান ভাষা; [[ভাৰতবৰ্ষ]]ত বাংলা দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা <ref name="secondmost">{{cite web
| url = http://www.ethnologue.com/show_country.asp?name=IN
| title = Languages of India
Line 44 ⟶ 42:
| publisher = Office of the Registrar General, India
| pages =1
}}</ref> [[অসমীয়া ভাষা|অসমীয়া]] আৰু বাংলাবঙালী ভৌগলিকভাবে সকলোতকৈ পূৰ্বতে অৱস্থিত [[ভাৰত-ইৰানীয়া ভাষাসমূহ|ভাৰত-ইৰানীয়া ভাষা]]।
 
== ইতিহাস ==
খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা [[মধ্য ভাৰতীয় আৰ্যভাষাসমূহ]]ৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বাংলাবঙালী ভাষাটোৱো এটা এটা।<ref name="tb">{{Harv|Bhattacharya|2000}}</ref> কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বাংলাবঙালী ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে। <ref>{{Harv|Sen|1996}}</ref>
বাংলাবঙালী ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:<ref name="tb">{{Harv|Bhattacharya|2000}}</ref>
# প্ৰাচীন বাংলাবঙালী (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ ) — লিখিত নিদৰ্শনৰ মাজত আছে ''[[চৰ্যাপদ]]'', ভক্তিমূলক গান; ''আমি'', ''তুমি'', ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -''ইলা'', -''ইবা'', ইত্যাদি। [[ওৰিয়াওড়িয়া ভাষা]] আৰু [[অসমীয়া ভাষা]]ত এই পৰব বাংলাৰবঙালীৰ পৰা বেলেগ হৈ পৰে।
# মধ্য বাংলাবঙালী (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন [[চণ্ডীদাস|চণ্ডীদাসৰ]] ''[[শ্ৰীকৃষ্ণকীৰ্তন]]''; শব্দৰ শেষত “অ” ধ্বনিৰ [[বিলোপ]]; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
# আধুনিক বাংলাবঙালী (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে ''তাহাৰ'' → ''তাৰ''; ''কৰিয়াছিল'' → ''কৰেছিল'')।
বাংলাবঙালী ভাষা ঐতিহাসিক ভাৱে [[পালি ভাষা|পালিৰ]] লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বাংলাৰবঙালীৰ ([[চৈতন্য]] যুগেত) আৰু বাংলাবঙালী সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বাংলাৰবঙালীৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক [[ইন্দো-ইউৰোপীয় ভাষাসমূহ|ইন্দো-ইউৰোপীয় ভাষাসমূহৰ]] মাজত বাংলাবঙালী আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে [[হিন্দী ভাষা|হিন্দী]] আৰু অন্যান্য ভাষাবোৰ [[আৰবী]] আৰু [[ফাৰ্ছী ভাষা]]ৰ দ্বাৰা প্ৰভাবিত হৈছে।
[[চিত্ৰ:Shaheed minar Roehl.jpg|thumb|right|বাংলাবঙালী ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত [[ঢাকা]]-ৰ [[শ্বহীদ মিনাৰ]]]]
১৮শ শতিকাৰ পূৰ্বে বাংলাবঙালী ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী [[মানোএল দা আছসুম্পসাঁউ]] ''Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes'' নামত বাংলাবঙালী ভাষাৰ প্ৰথম [[অভিধান]] আৰু [[ব্যাকৰণ]] ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল। <ref name="firstgram">{{cite web
| url = http://banglapedia.search.com.bd/HT/G_0193.htm
| title = Grammar
Line 62 ⟶ 60:
| work = [[Banglapedia]]
| publisher = Asiatic Society of Bangladesh
}}</ref> [[ন্যাথানিয়েল ব্ৰাচি হালহেড]] নামৰ এজন ইংৰাজ প্ৰাচ্যবিদে বাংলাৰবঙালীৰ এখন আধুনিক ব্যাকৰণ লিখে, (''A Grammar of the Bengal Language (১৭৭৮)'') যিখন ছপাখানাৰ হৰফ (type) ব্যৱহাৰ কৰি প্ৰকাশিত সৰ্বপ্ৰথম বাংলাবঙালী গ্ৰন্থ। <ref name="huq_sarkar">[http://banglapedia.search.com.bd/HT/B_0137.HTM Bangla language] in {{Harvnb|Asiatic Society of Bangladesh|2003}}</ref> বাঙালিসকলৰবঙালীসকলৰ মাজত [[ৰাজা ৰামমোহন ৰায়]] আছিল প্ৰথম ব্যাকৰণ ৰচয়িতা; তেখেতৰ গ্ৰন্থখনৰ নাম "Grammar of the Bengali Language" (১৮৩২)। <ref name="SKumar">{{cite web
| url = http://www.kwintessential.co.uk/translation/articles/bengali-language.html
| title = The Bengali Language and Translation
Line 71 ⟶ 69:
| publisher = Kwintessential
}}</ref>
১৯৫১–৫২ চনত [[পূৰ্ব পাকিস্তান]]ত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বাংলাবঙালী ভাষা। <ref>{{Harv|Baxter|1997|pp=62-63}}</ref> পূৰ্ব পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বাংলাভাষীবঙালীভাষী হোৱা সত্ত্বেও একমাত্ৰ [[উৰ্দু ভাষা|উৰ্দু ভাষাকেই]] সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভনি হৈছিল।
 
== ভৌগোলিক বিস্তাৰ ==
বাংলাবঙালী দক্ষিণ এছিয়াৰ পূৰ্বভাগৰ [[বঙ্গ]] বা [[বাংলা]] নামৰ অঞ্চলৰ লোকসকলৰ মাতৃভাষা। এই অঞ্চলটি বৰ্তমান ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ আৰু স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সমন্বয়ত গঠিত। বাংলাদেশৰ প্ৰায় ৯৮% মানুহৰেই মাতৃভাষা বাংলা। বঙালী।<ref name="BDFacts">{{cite web
[[চিত্ৰ:Bengalispeaking_region.png|thumb|right|100px|মাতৃভাষা হিচাপে বাংলা ভাষাৰ ভৌগোলিক বিস্তাৰ]]
 
বাংলা দক্ষিণ এছিয়াৰ পূৰ্বভাগৰ [[বঙ্গ]] বা [[বাংলা]] নামৰ অঞ্চলৰ লোকসকলৰ মাতৃভাষা। এই অঞ্চলটি বৰ্তমান ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ আৰু স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সমন্বয়ত গঠিত। বাংলাদেশৰ প্ৰায় ৯৮% মানুহৰেই মাতৃভাষা বাংলা। <ref name="BDFacts">{{cite web
| url = https://www.cia.gov/library/publications/the-world-factbook/geos/bg.html
| chapter = Bangladesh
Line 82 ⟶ 78:
| publisher = CIA
| accessdate = 2006-11-04
}}</ref> ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্য, মালয়েছিয়া আৰু প্ৰাশ্চাত্যত উল্লেখযোগ্য সংখ্যক বাংলাভাষীবঙালীভাষী লোক বসবাস কৰে।
 
== চৰকাৰী মৰ্য্যদা ==
বাংলাবঙালী দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ [[বাংলাদেশ|বাংলাদেশৰ]] একমাত্ৰ স্বীকৃত ৰাষ্ট্ৰভাষা। ইয়াৰ বাহিৰেও [[ভাৰতীয় সংবিধান]]ৰ দ্বাৰা স্বীকৃত ২৩টা চৰকাৰী ভাষাৰ মাজতো বাংলাবঙালী অন্যতম।<ref name="secondmost"/> [[ভাৰত|ভাৰতৰ]] [[পশ্চিমবঙ্গ]] আৰু [[ত্ৰিপুৰা]] ৰাজ্যৰ চৰকাৰী ভাষা হ'ল বঙালী<ref>{{cite news|url=http://www.ndtv.com/convergence/ndtv/story.aspx?id=NEWEN20080048434|title=It's Indian language vs Indian language|last=Bhattacharjee|first=Kishalay|date=April 30, 2008|accessdate=2008-05-27|work=[[NDTV|ndtv.com]]}}</ref> লগতে [[অসম]] ৰাজ্যৰ [[বৰাক উপত্যকা|বৰাক উপত্যকাৰ]] তিনিখন জিলা [[কাছাৰ জিলা|কাছাৰ]], [[কৰিমগঞ্জ জিলা|কৰিমগঞ্জ]] আৰু [[হাইলাকান্দি জিলা|হাইলাকান্দিত]] স্বীকৃত চৰকাৰী ভাষা হ'ল বঙালী।<ref>{{cite web
| url = http://www.ethnologue.com/show_country.asp?name=IN
| title = Languages of India
| publisher = Ethnologue Report
| accessdate = 2006-11-04
}}</ref> [[ভাৰত|ভাৰতৰ]] [[পশ্চিমবঙ্গ]] আৰু [[ত্ৰিপুৰা]] ৰাজ্যৰ চৰকাৰী ভাষা হ’ল বাংলা<ref>{{cite news|url=http://www.ndtv.com/convergence/ndtv/story.aspx?id=NEWEN20080048434|title=It's Indian language vs Indian language|last=Bhattacharjee|first=Kishalay|date=April 30, 2008|accessdate=2008-05-27|work=[[NDTV|ndtv.com]]}}</ref> লগতে [[অসম]] ৰাজ্যৰ [[বৰাক উপত্যকা|বৰাক উপত্যকাৰ]] তিনিখন জিলা [[কাছাৰ জিলা|কাছাৰ]], [[কৰিমগঞ্জ জিলা|কৰিমগঞ্জ]] আৰু [[হাইলাকান্দি জিলা|হাইলাকান্দিত]] স্বীকৃত চৰকাৰী ভাষা হ’ল বাংলা।<ref>{{cite web
| author = NIC, Assam State Centre, Guwahati, Assam
| publisher = Government of Assam | url=http://www.assam.gov.in/language.asp | archiveurl=http://web.archive.org/web/20061206111055/http://www.assam.gov.in/language.asp | archivedate=2006-12-06 | title=Language | accessdate=2006-06-20
}}</ref> ভাৰতৰ [[আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ|আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ]] অন্যতম স্বীকৃত ভাষা হৈছে বাংলাবঙালী ভাষা।<ref>{{cite web|url=http://andamandt.nic.in/profile.htm|title=Profile: A&N Islands at a Glance|work=Andaman District|publisher=[[National Informatics Center]]|accessdate=2008-05-27}}</ref><ref>{{cite web|url=http://police.and.nic.in/andaman.htm|title=Andaman District|work=Andaman & Nicobar Police|publisher=National Informatics Center|accessdate=2008-05-27}}</ref>
 
== বাংলা ইউনিকোড ==
 
== বঙালী ইউনিক’ড ==
বাংলাবঙালী [[ইউনিকোডইউনিক’ড]] U+0980’ৰ পৰা U+09FF পৰ্যন্ত আছে...আছে।
 
{{Unicode chart Bengali}}