ৰুদ্ৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
9 নং শাৰী:
এটা সৰু কীৰ্তিস্তম্ভৰ লগতে মন্দিৰটো থকা অসমত এইটোৱে একমাত্ৰ ভাস্কৰ্য্য। মন্দিৰখনৰ পুৰণি শিখৰটো বৰ্তমানে নাই। মন্দিৰখনত মাটিৰ তলত এটা কোঠা আছে আৰু ইয়াৰ প্ৰৱেশদ্বাৰ মন্দিৰৰ সন্মুখত অৱস্থিত।<ref name="SSMA" />
[[File:Rudreswar Temple entrance to underground chambers.jpg|thumb|ৰুদ্ৰেশ্বৰ দেৱালয়ৰ মাটিৰ তলৰ কোঠালিৰ প্ৰৱেশদ্বাৰ]]
এই কোঠা কি কামত ব্যৱহাৰ হৈছিল জনা নাযায় যদিও ইয়াক খাদ্য আৰু অন্যান্য লাগতিয়াল সামগ্ৰী ৰখা ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হয়। এই কোঠাৰ ঠিক ওপৰতে মন্দিৰ মূল মণিকূটত[[মণিকূট]]ত শিৱলিংগ অৱস্থিত। মন্দিৰত বতাহ চলাচল কৰিব পৰা আৰু পানী ওলাই যাব পৰা সুন্দৰ ব্যৱস্থা আছে। মন্দিৰখনৰ চাৰিওফালে ইটাৰ বেৰ আছে। ইয়াত দুটা আহোম যুগৰ শিলালিপি উদ্ধাৰ হৈছে আৰু বৰ্তমান যাদুঘৰত সংৰক্ষণৰ বাবে ৰখা হৈছে। মন্দিৰৰ কাষতে কুঁৱৰী পুখুৰী নামেৰে এটা পুখুৰী আছে। স্থানীয় লোকৰ মতে ইয়াত ৰুদ্ৰ সিংহয়ে চাউনিত থাকোঁতে ৰাণী আৰু কুঁৱৰী সকলে ইয়াত গা ধুইছিল। [[File:Konwari Pukhuri near Rudreswar Temple.jpg|thumb|কুঁৱৰী পুখুৰী]]
কুঁৱৰী পুখুৰীৰ পূবত হিলৈধাৰী পুখুৰী নামেৰে আন এটা পুখুৰী আছে।<ref name="SSMA" />