শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

112 নং শাৰী:
 
==সামাজিক ৰীতি-নীতি==
[[File:শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মণিকূট.jpg|thumb|200px|শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ [[মণিকূট]]]]
মহাপুৰুষ দুয়োজনাৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু আদৰ্শৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সামাজিক ৰীতি-নীতি অনুপ্ৰাণিত হৈছে। সমাজৰ নীতি নিয়মৰ বান্ধত থাকি বহু অতীতৰ পৰাই সুশৃঙ্খলিত ভাৱেই আঠ খেলৰ ৰাইজ বৰ্তি আছে। নামঘৰৰ অন্তৰ্গত খেলৰ সামাজিক নীতি-নিয়ম, অশৌচাদি ব্যৱস্থা সমূহত কোনো সমস্যাই দেখা দিলে নাইবা কোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে প্ৰয়োজন অনুসৰি গুৰুৰ মতৰ সপক্ষে সমস্যা নিষ্পত্তি কৰা হয়।<ref name=" ৰীতি-নীতি ">{{cite journal | title= আঠখেলীয়া ৰাইজৰ সামাজিক ৰীতি-নীতি | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৭০, ৭১ পৃ্ষ্ঠা }}</ref>