এইচ.আই.ভি/এইড্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
31 নং শাৰী:
|}
 
'''এইডছ''' (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, '''Acquired''' অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ব বা অৰ্জন কৰি লোৱা ৰোগ । '''Immune''' শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷ প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে । তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয় । বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাচভাইৰাছ, বেক্টেৰিয়া, প্ৰট''ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক সদায়েঅনবৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে । তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয় । '''Deficiency'''-য়ে অভাৱ বুজায় আৰু '''Syndrome''' মানে লক্ষণ ৷
 
গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয় । ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে ৷ তেনে অৱস্হা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্ৰমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ বেগাইঠেলি লৈ যায় । সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি ।<ref>এইড্‌ছ, লেখক- ড. দীনেশ চন্দ্ৰ গোস্বামী আৰু ড. উৎপল কুমাৰ তামুলী</ref>
 
== কাৰক আৰু লক্ষণ==