ডী ডী অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox TV channel
| name = ডী ডী অসম
| name = উত্তৰ-পূব দূৰদৰ্শন (গুৱাহাটী দূৰদৰ্শন)
|logosize = 180px
|logofile = Doordarshan.png
|logocaption = দূৰদৰ্শনৰ প্ৰতীক
| sister names=
| slogan =
| launch = ১৯৯৪
| owner = প্ৰচাৰ ভাৰতী
| country = [[ভাৰত]]
| language = [[অসমীয়া ভাষা|অসমীয়া]], [[ইংৰাজী ভাষা|ইংৰাজী]]
| headquarters = [[গুৱাহাটী]], [[অসম]]
| web = [{{url|http://www.ddkguwahati.gov.in/ www.ddkguwahati.gov.in] }}
|terr avail = Not Available
|cable serv 1 = এচিচি
|cable chan 1 =
|sat serv 1 = এয়াৰটেল ডিজিটেল টিভি (ভাৰত)
|sat chan 1 =
|sat serv 2 = ডিছ টিভি (ভাৰত)
|sat chan 2 =
|sat serv 3 = ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত)
|sat chan 3 =
|sat serv 4 = টাটা স্কাই (ভাৰত)
|sat chan 4 = চেনেল নং ১৯৯৮
|sat serv 5 = ভিডিঅ'কন ডি টি এইচ (ভাৰত)
|sat chan 5 =
}}
'''ডী ডী অসম''' হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান [[প্ৰচাৰ ভাৰতী]]ৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক '''গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ''' তথা '''ডী ডী নৰ্থ ইষ্ট''' নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।<ref name="tvpost">{{cite web | url=https://www.televisionpost.com/doordarshan-channels-have-seen-good-growth-in-viewership-in-2019-ib-min/ | title=Doordarshan channels have seen good growth in viewership in 2019: I&B min | publisher=টেলিভিছন প'ষ্ট | date=১১ মাৰ্চ ২০২০ | accessdate=২১ এপ্ৰিল ২০২০}}</ref>
'''গুৱাহাটী দূৰদৰ্শন''' তথা '''ডি ডি নৰ্থ ইষ্ট''' হৈছে ভাৰতৰ একমাত্ৰ চৰকাৰী টেলিভিছন প্ৰতিষ্ঠান দূৰদৰ্শনৰ উত্তৰ-পূব ভাৰতৰ এক চেটেলাইট চেনেল। এই চেনেলত গুৱাহাটীৰ উপৰিও আগৰতলা, কহিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হয়।
 
==ইতিহাস==
ডিআৰম্ভণিতে ডিডী ডী নৰ্থ ইষ্ট [[উত্তৰ-পূব ভাৰতৰভাৰত]]ৰ এক সংযুক্ত চেটেলাইট চেনেল আছিল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হয়।হৈছিল। এই চেনেলত গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন দূৰদৰ্শন কেন্দ্ৰ যেনে: আগৰতলা, ক'হিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙ কেন্দ্ৰৰ পৰাও অনুষ্ঠান সমূহসম্প্ৰচাৰিত কৰা হৈছিল। অনুষ্ঠানসমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক আৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।<ref name="গুৱাহাটী দূৰদৰ্শন">{{cite web | url=http://www.ddkguwahati.gov.in/aboutus.asp | title=গুৱাহাটী দূৰদৰ্শনৰ বিষয়ে | publisher=Doordarshan Kendra Guwahati | work=ddkguwahati.gov.in | date=২০১৬ | accessdate=নবেম্বৰ ২৯, ২০১৬}}</ref>
 
অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অসমৰ বাবে এক সূকীয়া ২৪ ঘন্টীয়া [[দূৰদৰ্শন (চেনেল)|দূৰদৰ্শন]] চেনেলৰ দাবী কৰি আহিছিল।<ref name="tat">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2918/city055 | title=Turn DDK, Guwahati into 24x7 State channel | publisher=[[দ্য আছাম ট্ৰিবিউন]] | date=২৯ ডিচেম্বৰ ২০১৮ | accessdate=২১ এপ্ৰিল ২০২০}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ডী_ডী_অসম"ৰ পৰা অনা হৈছে