অনন্ত কন্দলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox writer
| name = অনন্ত কন্দলীকন্দলি
| image =
| image_size =
| alt =
| caption =
| Parents = ৰত্ন পাঠক (পিতৃ)
| pseudonym =
| birth_name = হৰিচৰণ
| birth_date = ষোড়শআনুমানিক শতিকা১৫২০ খ্ৰীষ্টাব্দ
| birth_place = [[হাজো]],[[কামৰূপ]], [[অসম]]
| death_date = আনুমানিক ১৬২০ খ্ৰীষ্টাব্দ
| death_place =
| occupation = কবি, বৈয়াকৰণিক
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| nationality =
Line 24 ⟶ 25:
| influenced =

'''অনন্ত কন্দলীকন্দলি''' ষোড়শ শতিকাৰ এগৰাকী [[অসমীয়া]] বৈষ্ণৱ কবি৷ তেওঁ [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ শিষ্য আছিল। অনন্ত কন্দলীয়েকন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে৷ সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ [[হাজো]]ত৷ দেউতাকৰ নাম ৰত্ন পাঠক৷ জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলীৰকন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ৷<ref name="encyclo">{{cite web | url=http://books.google.co.in/books?id=WjDcd0cTFxQC&pg=PA428&lpg=PA428&dq=ananta+kandali&source=bl&ots=YoFLYoJEPq&sig=KFHlKmhHC32iQJ7bneIow9Muk8g&hl=en&sa=X&ei=JU-MT8HuDYGjiAfoxbTdCQ&ved=0CDAQ6AEwAzgK#v=onepage&q=ananta%20kandali&f=false | title=Encyclopaedia of the Hindu World | publisher=Concept Publishing Company | date=1992 | accessdate=April 16, 2012 | author=Ganga Ram Garg | pages=428-429}}</ref><ref name="aslit">{{cite web | url=http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false | title=Assamese literature | publisher=Otto Harrassowitz, Wiesbaden | date=1976 | accessdate=April 16, 2012 | author=Satyendranath Sarma | pages=61}}</ref> পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুত্পত্তি লাভ কৰি '''অনন্ত কন্দলীকন্দলি''' নাম লাভ কৰে৷ পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়৷<ref name=sarma>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ডঃ [[সত্যেন্দ্ৰনাথ শৰ্মা]], প্ৰকাশক - প্ৰতিমা দেৱী। ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬</ref> অনন্ত কন্দলীকন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল৷<ref name=sarma></ref>

==আত্ম পৰিচয়==
কন্দলীয়েকন্দলিয়ে দশমত তেওঁৰ আত্মপৰিচয় এনেদৰে লিখিছে-

ৰতন পাঠক নামে পণ্ডিত পৰম৷

34 নং শাৰী:
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি৷

ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰভাৰতী৷৷

তৰ্কত লভিলা নাম অনন্ত কন্দলী৷কন্দলি৷

ভাগৱতে আচাৰ্য পদবী ভৈলা আৰ্যজন৷৷

ভাগৱত ভট্টাচাৰ্য বোলে আৰ্যজনে৷

40 নং শাৰী:

==সাহিত্যকৃতি==
অনন্ত কন্দলীয়েকন্দলিয়ে মহিলা আৰু শূদ্ৰকে ধৰি সমাজৰ সকলোৰে মাজত ধৰ্মবিশ্বাস জগাবলৈ শাস্ত্ৰ ৰচনা কৰিছিল।<ref name="aslit"/> গুৰু [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ অনুৰোধত তেওঁ ভাগৱত-পুৰাণৰ দশম কাণ্ড অনুবাদ কৰি উলিয়াইছিল। এই ৰচনাত শঙ্কৰদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁ [[মাধৱ কন্দলীকন্দলি]]ৰ মূল পুথিখনৰ সহায়ত [[ৰামায়ণ]]ৰ পাঁচটা কাণ্ড লিখিছিল। সেইখিনিক মাধৱ কন্দলীৰকন্দলিৰ ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি অভিহিত কৰা হয়।<ref name="aslit"/> তেওঁ [[ভাগৱত]]ৰ পঞ্চম আৰু ষষ্ঠ কাণ্ড অনুবাদ কৰিছিল বুলিও কোৱা হয়।<ref name="aslit"/> অনন্ত কন্দলীৰকন্দলিৰ আন আন কাব্য হ'ল-<ref name=sarma></ref>
* কুমাৰ হৰণ
* কাব্য ভাগৱত
49 নং শাৰী:
* হৰি-হৰ যুদ্ধ
* সহস্ৰ নাম বৃত্তান্ত

==সন্মান==
ব্যাকৰণ শাস্ত্ৰত লাভ কৰা ব্যুৎপত্তিৰ বাবে তেওঁক শ্ৰীচন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয়। তৰ্ক আৰু ন্যায়ত থকা পণ্ডিত্যৰ বাবে অনন্ত কন্দলি বিভূষণ আৰু ভাগৱত-শাস্ত্ৰত থকা পাণ্ডিত্যৰ বাবে ভাগৱতাচার্য আৰু ভাগৱত-ভট্টাচাৰ্য সন্মান প্ৰদান কৰা হয়।

==তথ্যসূত্ৰ==