বদৰুদ্দিন আজমল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
36 নং শাৰী:
| website =
}}
''' বদৰুদ্দিন আজমল''' ([[:en: Badruddin Ajmal|Badruddin Ajmal]])<ref>[http://www.aiudf.org/our_president.php AIUDF President]</ref>(জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ।<ref>[http://164.100.47.132/LssNew/Members/statedetail.aspx?state_code=Assam 15th Lok sabha members, Assam, India]</ref> ২০০৯ , ২০১৪ আৰু ১০১৪২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে দুবাৰতিনিবাৰ [[ধুবুৰী (লোকসভা সমষ্টি)|ধুবুৰী লোকসভা সমষ্টিক]] প্ৰতিনিধিত্ব কৰিছে।<ref>{{cite web|url=http://indianexpress.com/article/india/politics/himanta-biswa-sarma-in-this-assam-election-bangladeshi-immigrants-want-their-own-cm-too/|title=Himanta Biswa Sarma: In this Assam election, Bangladeshi immigrants want their own CM too}}</ref>
 
তেওঁ ২০০৪ চনত "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা", পিছলৈ ২০০৯ আৰু ২০১৯ চনত [[সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা]] নামৰ ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰে। <ref>http://www.aiudf.org AIUDF Official Website</ref> তেতিয়াৰে পৰা তেওঁ প্ৰত্যক্ষ ভাবে ভাৰতীয় ৰাজনীতিত, বিশেষকৈ অসমৰ ৰাজনীতিত জড়িত হৈ পৰে। তাৰোপৰি তেওঁ অসম ৰাজ্যিক জামিয়েত-উলেমা-ই-হিন্দৰ সভাপতি।<ref name="TNN 2013">{{cite web | author=TNN | title=Ajmal re-elected Assam Jamiat chief | website=The Times of India | date=5 October 2013 | url=http://timesofindia.indiatimes.com/city/guwahati/Ajmal-re-elected-Assam-Jamiat-chief/articleshow/23555343.cms | accessdate=6 September 2015}}</ref> আৰু ডাৰুল উল্ম্ দেউবাণ্ড ইছলামিক বিশ্ববিদ্যালয়ৰ উপদেষ্টা মণ্ডলীৰ সদস্য।
 
জৰ্ডানৰ ৰয়েল ইছলামিক ষ্ট্ৰেজিক ষ্টাডীছ চেন্টাৰে প্ৰকাশ কৰা ২০১৫-১৬ বৰ্ষৰ "পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান"ৰ তালিকাত আজমলৰ নাম অন্তৰ্ভুক্ত হৈছে।<ref>{{cite web|author=|url=http://timesofindia.indiatimes.com/india/22-Indians-among-worlds-influential-Muslims/articleshow/49315830.cms |title=22 Indians among world’s influential Muslims - The Times of India |publisher=Timesofindia.indiatimes.com |date= |accessdate=2015-10-25}}</ref