জ্ঞানদা কাকতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
19 নং শাৰী:
| notable_works = {{Bulletlist|[[পূবেৰুণ (চলচ্চিত্ৰ) | পূবেৰুণ]]| [[পাৰঘাট (চলচ্চিত্ৰ)|পাৰঘাট]]}}
}}
'''জ্ঞানদা কাকতি ([[ইংৰাজী]] : Gyanada Kakati)''' এগৰাকী অসমীয়া অভিনেত্ৰী।অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত [[পাৰঘাট (চলচ্চিত্ৰ)|পাৰঘাট]] ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বাংলা ছবিতো অভিনয় কৰিছে। [[পূবেৰুণ (চলচ্চিত্ৰ) | পূবেৰুণ]]| ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে। ২০০২ চনত তেওঁ [[অসম চৰকাৰৰচৰকাৰ]]ৰ [[বিষ্ণু ৰাভা বঁটা]] লাভ কৰে।
 
==চমু জীৱনী==
১৯৩২ চনত অবিভক্ত অসমৰ শিলঙতশ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয়। তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস। তেওঁৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত থকাত লাবানত তেওঁলোক স্থায়ীভাৱে বসবাস কৰিছিল। তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
 
==অভিনয় জীৱন==
পিতৃ দেৱেন দাস এগৰাকী মঞ্চাভিনেতা হোৱা সুত্ৰে জ্ঞানদা কাকতিয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল। দেৱেন দাসে শ্বিলঙৰ ''অসম ক্লাৱ'' নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকত অভিনয় কৰিছিল। জ্ঞানদাই সৰু থাকোতে ''সতী বেউলা'' নামৰ নাটক এখনত আকৰ্ষনীয়আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য দেখি [[বিষ্ণু ৰাভা]]য়ো তেওঁৰ প্ৰশংসা কৰিছিল। সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত 'কামৰূপী নৃত্য সংঘ'ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। জ্ঞানদা কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা [[পাৰঘাট (চলচ্চিত্ৰ)|পাৰঘাট]] ছবিখনত কৰা অভিনয়ৰ বাবে জ্ঞানদা কাকতিয়ে প্ৰশংসা বোটলে। ইয়াৰ পিছত কাকতিয়ে [[পিয়লি ফুকন (চলচ্চিত্ৰ)|পিয়লি ফুকন]], [[সৰাপাত (চলচ্চিত্ৰ)|সৰাপাত]], [[লখিমী]], [[ৰঙা পুলিচ]], [[পূবেৰুণ]], [[চাকনৈয়া (চলচ্চিত্ৰ)|চাকনৈয়া]], [[প্ৰথম ৰাগিণীৰাগিনী]], [[পুৱতি নিশাৰ সপোন]], [[নৰকাসুৰ (চলচ্চিত্ৰ)|নৰকাসুৰ]], [[ওপৰ মহলা]], [[শেষ বিচাৰ]], [[প্ৰিয়জন]], [[ৰাগ-বিৰাগ]] আদি জনপ্ৰিয় ছবিত অভিনয় কৰে। ইয়াৰে ১৯৫৯ চনৰ [[পূবেৰুণ]]ত কৰা অভিনয় দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত পূবেৰুণ প্ৰদৰ্শিত হয়।<ref name="arun1">{{cite book | title=দাস, অৰুণলোচন (২০০১) , 'এবাৰ উভতি চাওঁ' , শিশুসাৰথি প্ৰকাশন, গুৱাহাটী।}}</ref> এই মহোসৎৱত অংশগ্ৰহণ কৰি কাকতিয়ে কেৰী গ্ৰান্ট, ছ'ফিয়া লৰেন আদি হলীউদৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পাই।পায়।<ref name="দৈনিক অসম" /> কাকতিয়ে ''নীলাচলেৰ মহাপ্ৰভু'', ''গড়েৰ মাঠে'', ''বৰমা'' আদি বাংলা ছবিতো অভিনয় কৰে। কাকতিলৈ বন্দিনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখান কৰে।<ref name="দৈনিক অসম">{{cite news | url=http://www.assamtribune.com/scripts/spd.asp?id=2016/mar2716/BigPage16.jpg | title=জ্ঞানদা কাকতি | date=২৭ মাৰ্চ, ২০১৬ | agency=দৈনিক অসম | accessdate=22 April 2020 | author=কমল কুমাৰ ভাগৱতী}}</ref>
কাকতি [[আকাশবাণী গুৱাহাটী]] আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ড'তো গীত বাণীবদ্ধ কৰিছে।
 
==বঁটা আৰু সন্মান==
* অসম চৰকাৰৰ ''[[বিষ্ণু ৰাভা বঁটা]]''
* অসম চৰকাৰৰ ৰাজ্যিক শিল্পী পেন্সন
* সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ''আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা''
* ''শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটা''<ref>{{cite newsgroup | url=https://www.assamtimes.org/node/452 | title=Dulal Roy, Gyanada Kakati felicitated By| Tuesday, (10:09 am) | date=Sep 18, 2007 | accessdate=22 April 2020 | author=Dibya J Borthakur}}</ref>
 
==চলচ্চিত্ৰপঞ্জী==
122 নং শাৰী:
* [[পূবেৰুণ (চলচ্চিত্ৰ)| পুবেৰুণ]]
* [[ইভা আচাও]]
==বাহ্যিক সংযোগ্==
 
* [https://www.youtube.com/watch?v=Ue8BX8P3t4k জ্ঞানদা কাকতিৰ কণ্ঠত ''বৰনৈৰ বালিতে'' শুনক]
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া অভিনেত্ৰী]]