বাৰুদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) পৃষ্ঠা বাৰুদৰ পৰা বাৰুদ (চলচ্চিত্ৰ)লৈ SlowPhotonয়ে স্থানান্তৰ কৰিলে টেগ্: New redirect |
SlowPhoton (আলোচনা | বৰঙণি) Removed redirect to বাৰুদ (চলচ্চিত্ৰ) টেগ্: Removed redirect |
||
1 নং শাৰী:
[[File:Black Powder-1.JPG|thumb|right|বাৰুদ]]
'''বাৰুদ''' বা '''গানপাউদাৰ''' ({{Lang-en|Gunpowder}}) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ ({{Lang|en|S}}), এঙ্গাৰ ({{Lang|en|C}}) আৰু পটাছিয়াম নাইট্ৰেট ({{Lang|en|KNO<sub>3</sub>}})-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে পটাছিয়াম নাইট্ৰেটে জাৰক ৰূপে কাম কৰে।{{sfn|Agrawal|2010|p=69}}{{sfn|Cressy|2013}} বাৰুদৰ জ্বলনময়ী বৈশিষ্ট্য তথা জ্বলনৰ ফলত উৎপন্ন হোৱা তাপ আৰু গেছৰ পৰিমাণৰ বাবে ইয়াৰ ব্যাপক ব্যৱহাৰ আগ্নেয়াস্ত্ৰ, আৰ্টিলেৰি, ৰকেট তথা আতচবাজীত হয়; লগতে বিস্ফোৰক পদাৰ্থ হিচাপে খনন, কুৱেৰিং আৰু পথ নিৰ্মাণত ব্যৱহৃত হয়।
বাৰুদ নৱম শতিকাৰ [[চীন]]ৰ 'চাৰটি মহান আৱিষ্কাৰ'-ৰ মাজৰ এটা ৰূপে বিবেচনা কৰা হয়। ১৩ শতিকাৰ শেষৰফাললৈ বাৰুদৰ ব্যৱহাৰ [[ইউৰেছিয়া]]ৰ প্ৰায়ভাগ অংশতে বিয়পি পৰিছিল।{{sfn|Buchanan|2006|p=2}} আৰম্ভণিতে তাওবাদীসকলে ঔষধীয় উদ্দেশ্যেৰে তৈয়াৰ কৰা বাৰুদক প্ৰথম বাৰৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হয় প্ৰায় ৯০৪ খ্ৰীষ্টাব্দত।{{sfn|Andrade|2016|p=31}}
তুলনামূলকভাবে মন্থৰ গেলি যোৱা হাৰ আৰু ফলস্বৰূপে কম [[:en:Brisance|ব্ৰিচেন্স]] ক্ষমতাৰ বাবে বাৰুদক এক নিম্মখাপৰ বিস্ফোৰক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:সামগ্ৰী]]
|