মাটিৰ স্বৰ্গ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
18 নং শাৰী:
| editing = অজিত দাস
| studio =
| distributor =ইষ্টাৰ্ণ ইণ্ডিয়া ডিষ্ট্ৰিবিউটৰচ্ডিষ্ট্ৰিবিউটৰ্‌চ
| released = ১ মাৰ্চ, ১৯৬৩
| runtime =
26 নং শাৰী:
| gross =
}}
'''মাটিৰ স্বৰ্গ''' ({{Lang-en| Matir Swarga}}) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন [[অসমীয়া কথাছবি]]। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰে্ন্দ্ৰবীৰেন্দ্ৰ কুমাৰৰ।<ref name="arun">{{cite book | title=100 Asomiya Chalachchitror kahini Aru Geet | publisher=Sashi-Sishu Prakashan, [[Guwahati]] | author=Arunlochan Das | year=2013 | pages=120}}</ref> ছবিখনত এখন অভাৱ-অনাতনে জুৰুলা কৰা গৃহস্থী আৰু আন এখন বিলাস-বৈভৱেৰে উপচি থকা গৃহস্থীৰ চিত্ৰায়ন কৰা হৈছে। কিন্তু, উক্ত দুয়োখন গৃহস্থীয়ে যেতিয়া দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কিদৰে ইয়াৰ প্ৰতিকাৰ উলিয়ায়, ইয়াত তাকেই দেখুওৱা হৈছে।<ref name="rupali">{{cite web | url=https://rupaliparda.com/archives/9989 | title=এফালে অভাৱ; আনফালে বিলাসঃ দুয়ো দিশকে কেন্দ্ৰ কৰি নিৰ্মিত ছবি “মাটিৰ স্বৰ্গ” | accessdate=25 April 2020}}</ref>
 
==শিল্পী আৰু কলা-কুশলী==