প্ৰতিধ্বনি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
26 নং শাৰী:
| gross =
}}
'''প্ৰতিধ্বনি''' ({{Lang-en| Pratidhwani}}) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল [[ভূপেন হাজৰিকা|ড° ভূপেন হাজৰিকাৰ]]। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু [[ইভা আচাও|ইভা আচাৱে]]।<ref name="info">{{Cite web |title=Pratidhwani (1964) – Assamese Film |url=http://www.assams.info/movies/pratidhwani-1964 |accessdate=14-10-2019}}{{Cite web |title=Pratidhwani (1964) – Assamese Film |url=http://www.assams.info/movies/pratidhwani-1964 |accessdate=14-10-2019}}</ref> এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়। ইভাৰ অভিনয়ে ''প্ৰতিধ্বনি''ত পৰিপূৰ্ণতা পাইছিল।<ref name="magic">{{Cite web |title=10 Mind-blowing Facts About The First Assamese Actress on Filmfare Cover |url=https://www.magicalassam.com/2015/08/eva-asao-assamese-actress-on-filmfare-cover.html |accessdate=14-10-2019}}</ref> প্ৰতিধ্বনি আছিল এটা খাচীখাচি লোকগাঁঠাৰলোকগাথাৰ ভেটিত নিৰ্মাণ কৰা ছবি।
 
পিছলৈ ড° হাজৰিকাই ছবিখন খাচীখাচি ভাষালৈ ''KAA SWA RAATI'' নামেৰে<ref name="bhupen" /> ‘ডাব’ কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল৷<ref name="mukto">{{Cite web |title=চৰাইৰ চকুৰে অসমীয়া চলচ্চিত্ৰৰ আঠটা দশক - উৎপল দত্ত |url=http://muktosinta.org/sorair-sokure-asomiya-solositro/ |accessdate=14-10-2019}}</ref> ছবিখনে ১৯৬৪ৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰূপৰ পদক লাভ কৰিছিল।<ref name="magic" /><ref name="info" />
 
১৯৮৪ চনত এই লোকগাঁঠাটোৰলোকগাথাটোৰ ভিত্তিত আন এখন ''মাণিক ৰাইটং'' নামেৰে এখন খাচীখাচি চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। এই ছবিখনে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হোৱা ভাষাৰ বাহিৰে অন্যভাষাত নিৰ্মাণ হোৱা সৰ্বশ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।<ref name="32th">{{Cite web |title=32th National Film Awards |url=https://www.dff.nic.in/images/Documents/85_32ndNfacatalogue.pdf}}</ref>
 
==কাহিনী==