প্ৰতিধ্বনি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎কাহিনী: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
33 নং শাৰী:
 
==কাহিনী==
খাচীখাচি পাহাৰ অঞ্চলৰ এটা জনপ্ৰিয় লোকগাঁঠাৰলোকগাথাৰ আধাৰত প্ৰতিধ্বনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে।<ref name="dff">{{Cite web |title=12th National Film Awards |url=https://web.archive.org/web/20120225220334/http://iffi.nic.in/Dff2011/Frm12thNFAAward.aspx |accessdate=14-10-2019}}</ref>
 
মাণিক ৰাইটং কেওকোনো নথকা এজন ঘাটমাউৰা, দুৰ্ভগীয়া ল’ৰা। নিশা নিশা সি বাঁহীত সুমধুৰ সুৰ বজায়। কিছুদিন আগেয়ে লগ পোৱা লিয়েন মাকাউ নামৰ ছোৱালীজনী আৰু বাঁহীটোৱে তাৰ হৃদয় আৰু আত্মা ভৰাই ৰাখে আৰু জীৱনটোক এক অৰ্থ দিয়ে। সাতখন পাহাৰৰ সিপাৰে বাস কৰা লিয়েন মাকাউক বিয়াৰ প্ৰস্থাৱ দিবলৈ মন মেলোঁতে দুৰ্ভগীয়া মাণিক ৰাইটঙে গম পালে যে তাইৰ ইতিমধ্যে বৃদ্ধ চিয়েমলৈ (অৰ্থাৎ খাচীসকলৰখাচিসকলৰ ৰজা) বিয়া হৈ গৈছে। কিন্তকিন্তু চিয়েমে প্ৰায়ে ৰাজকীয় কামকাজত বাহিৰত থকা বাবে ৰাণীয়ে নিসংগ অনুভৱ কৰে। মাণিকৰ বাঁহীৰ সুৰে পুনৰ ৰাণীক তাৰ কাষ চপাই আনে। আনকি ৰাণীয়ে তাৰপৰা এটা সন্তানৰো কামনা কৰিলে।<ref name="dff" />
 
বহুদিনৰ মূৰত চিয়েমে উভতি আহি সকলো কথা গম পালে আৰু খঙত জ্বলি উঠিল। মাণিকক বিচাৰি আনি চূড়ান্ত শাস্তি দিবলৈ প্ৰস্তুত হ’ল। তাক জীৱন্তে পুৰি আদেশ দিলে। চিতাৰ লেলিহান শিখাত ৰাণী লিয়েন মাকাৱেও জপিয়াইজঁপিয়াই নিজৰ প্ৰাণ দিলে।<ref name="dff" />
 
প্ৰবাদ আছে যে চিতাৰ ঠাইতে পানীয়ে ডোঙা বান্ধিলে। বাঁহৰ আগ উৰ্ধমুখী হ’ল আৰু এই মৰ্মান্তিক ঘটনাৰ সোঁৱৰণত সেইঠাইৰ নিজৰাবোৰে আজিও উচুপি উচুপি কান্দে।<ref name="dff" />