শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
26 নং শাৰী:
 
'''শকুন্তলা আৰু শংকৰ জোচেফ আলি''' ১৯৮৪ চনত মুক্তি প্ৰাপ্ত এখন [[অসমীয়া ভাষা|অসমীয়া]] চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন [[নিপ বৰুৱা]]ই পৰিচালনা কৰিছিল।
 
==কাহিনীৰ সাৰাংশ==
শকুন্তলাই এক পৰিস্থিতিত পৰি নিজৰ পুত্ৰ সন্তানৰ সৈতে ঘৰ এৰ গুচি আহিবলগীয়া হয়। এগৰাকী অ'টো চালক শংকৰে শকুন্তলাক প্ৰত্যক্ষ কৰি নিজৰ তত্বাৱধানত তেখেতক ভনী হিচাপে আশ্ৰয় প্ৰদান কৰে। শংকৰ নিজেই যিহেতু এগৰাকী মাউৰা গতিকে শকুন্তলাৰ সমস্যা সমূহ ভালদৰেই উপলব্ধি কৰিছিল। শংকৰ আৰু তেওঁৰ সতীৰ্থ অ'টো চালক সকলৰ সহায়ত শকুন্তলাৰ সন্তানটিক প্ৰতিপাল কৰা আৰম্ভ কৰে।<ref name="boxofficeassam">{{Cite web|url=http://www.boxofficeassam.com/movie/shakuntola-aru-shankar-joseph-ali/|title=Shakuntola Aru Shankar Joseph Ali|publisher=Box office Assam|accessdate=২৬ এপ্ৰিল ২০২০}}</ref>
 
==সংগীত==
শকুন্তলা আৰু শংকৰ জোচেফ আলিৰ সংগীত পৰিচালনা কৰিছিল [[ৰমেন বৰুৱা]]ই আৰু গীতৰ কথা আছিল [[কেশৱ মহন্ত]]ৰ।
{| class="wikitable" width=70%
|-
! ক্ৰমিক নং
! গীতৰ শীৰ্ষক
! গীতিকাৰ
! কণ্ঠ
|-
| ১ || মহা মুহ || [[কেশৱ মহন্ত]] ||[[দ্বীপেন বৰুৱা]], জয়ন্ত দাস
|-
| ২ || ইজি কি যে মুকলি || কেশৱ মহন্ত || দ্বীপেন বৰুৱা, জয়ন্ত দাস
|-
| ৩ || তাৰে নাৰে|| কেশৱ মহন্ত || দ্বীপেন বৰুৱা
|-
| ৪ || হাবি ভাঙি আহিছে ||কেশৱ মহন্ত || কবিতা বৰঠাকুৰ
|-
| ৫ || মই আছো || কেশৱ মহন্ত|| দ্বীপেন বৰুৱা, কবিতা বৰঠাকুৰ
|-
| ৬ || অ ঘূমতি আহ|| কেশৱ মহন্ত ||কবিতা বৰঠাকুৰ
|}<ref name="boxofficeassam" />
 
==অভিনয় শিল্পীসকল==
*[[মৃদুলা বৰুৱা]] - শকুন্তলা
*[[তপন দাস]]
*[[নিপন গোস্বামী]] - শংকৰ জোচেফ আলি
*অমলা কাকতি
*[[আব্দুল মজিদ]]