ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎Train the trainers: আৰ্কাইভ
9 নং শাৰী:
[[/Archive/0|সবাতোকৈ পুৰণি]]
[[/Archive/1|সংৰক্ষণ ১]]
[[/Archive/2|সংৰক্ষণ ২]]
[[/Archive/3|সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)]]
[[/Archive/4|সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)]]
[[/Archive/5|সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)]]

== Train the trainers ==
{{center|'''অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।'''}}

বন্ধুসকল, আপোনালোকে হয়তো জানে যে ভাৰতত ৱিকিমিডিয়াৰ কাম-কাজ পৰিচালনা কৰা CIS-A2K সংস্থাই প্ৰতি বছৰে ভাৰতীয় ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণৰ বাবে Train the Trainer নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰে। এই বছৰৰ Train the Trainer অনুষ্ঠানৰ স্থান বাছনিৰ বাবে তেওঁলোকে আবেদন আহ্বান কৰিছে। বয়সৰ ফালৰ পৰা অসমীয়া ৱিকিপিডিয়া পুৰণি হ'লেও আমি আজিলৈকে ৰাষ্ট্ৰীয় স্তৰৰ একো ৱিকি অনুষ্ঠানৰ আয়োজন কৰা নাই। এই বছৰ TTT আয়োজনৰ সুযোগ পালে ই হয়তো অসমীয়া ৱিকি প্ৰকল্পসমূহক অহা কেইবছৰৰ বাট দেখুওৱাত সহায় কৰিব আৰু আন ৰাজ্যৰ ৱিকিমিডিয়ানসকলৰ সৈতে মিলিত হৈ আমি অধিক কামৰ বাবে উৎসাহ লাভ কৰিম। তলৰ লিংকটোলৈ গৈ এই অনুষ্ঠানৰ সবিশেষ জানিব পাৰিব। সেই পৃষ্ঠাতে এই বছৰৰ TTT আয়োজনৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আবেদন কৰা হৈছে। আগভাগ ল'ব পৰা কেইগৰাকীমান সদস্য যথা সদস্য:অজয় দাস, সদস্য:Nayanjyoti sarma, সদস্য:Joli আৰু সদস্য:দিব্য দত্ত-ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্তব্যৰ তলত আপোনালোকৰ হয়ভৰ বা আন পৰামৰ্শ জনাবলৈ নাপাহৰিব।

মেটা লিংক: https://meta.wikimedia.org/wiki/CIS-A2K/Events/Train_the_Trainer_Program/2019/Bids

[[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 11:07, 28 January 2019 (ইউ.টি.চি.)
=== মন্তব্য ===
*এই প্ৰস্তাৱ সমৰ্থন কৰোঁ৷ অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ বিকাশ খৰস্ৰোতা কৰি তোলাৰ বাবে অসমীয়া ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণ আৰু অন্য ৰাজ্যৰ সক্ৰিয় ৱিকিমিডিয়ানৰ সহায়ত আমাৰ ভৱিষ্যত কাৰ্য্যপন্থা থিৰ কৰাটো জৰুৰী হৈ পৰিছে৷ ইয়াৰ বাবে সাধ্যানুসৰি সহযোগ কৰি দিবলৈ সাজু৷ অসমীয়া ৱিকিমিডিয়া সমাজৰ বাকী সদস্যসকলো আগবাঢ়ি আহিব বুলি আশা কৰিলো৷-[[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 13:04, 28 January 2019 (ইউ.টি.চি.)

*প্ৰস্তাৱটিলৈ পূৰ্ণ সমৰ্থন জনালোঁ৷ কিবা কৰিব লাগিলে জনাব৷ [[সদস্য:Manjil Konwar|Manjil Konwar]] ([[সদস্য বাৰ্তা:Manjil Konwar|talk]]) 14:41, 28 January 2019 (ইউ.টি.চি.)

*প্ৰস্তাৱটিলৈ পূৰ্ণ সমৰ্থন জনালোঁ৷ --[[User:দিব্য দত্ত|'''দিব্য দত্ত''']] ([[User Talk:দিব্য দত্ত|বাৰ্তা]]) 14:45, 28 January 2019 (ইউ.টি.চি.)

*উক্ত প্ৰস্তাৱটিলৈ সাদৰেৰে সমৰ্থন জনালোঁ। --[[সদস্য:Chiring chandan|চন্দন চিৰিং ফুকন]] ([[সদস্য বাৰ্তা:Chiring chandan|talk]]) 09:18, 29 January 2019 (ইউ.টি.চি.)

*এই প্ৰস্তাৱটিলৈ সমৰ্থন জনালোঁ। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 09:27, 29 January 2019 (ইউ.টি.চি.)
*সমৰ্থন জনালোঁ। -[[User:অজয় দাস|'''অজয় দাস''']] ([[User Talk:অজয় দাস|বাৰ্তা]]) 10:18, 29 January 2019 (ইউ.টি.চি.)

* সমৰ্থন জনালোঁ। [[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 12:03, 30 January 2019 (ইউ.টি.চি.)
* পূৰ্ণ সমৰ্থন থাকিল৷ যিমানখিনি পাৰো, সহায়-সহযোগ আগবঢ়াম৷ [[সদস্য:Babulbaishya|বাবুল বৈশ্য]] ([[সদস্য বাৰ্তা:Babulbaishya|talk]]) 03:37, 4 February 2019 (ইউ.টি.চি.)
* সমৰ্থন জনালোঁ | [[সদস্য:Bhaskarjyoti Bhuyan|Bhaskarjyoti Bhuyan]] ([[সদস্য বাৰ্তা:Bhaskarjyoti Bhuyan|talk]]) 00:26, 18 মে' 2019 (ইউ.টি.চি.)

== কৰ্মশালা সম্পৰ্কে প্ৰস্তাৱ ==