ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎Train the trainers: আৰ্কাইভ
15 নং শাৰী:
 
আমাৰ ৰাইজে বিষয়টো আলোচনা কৰক ।
==নতুন শিতান সংযোগ==
যোৱা ৮ এপ্ৰিলত হোৱা অনলাইন আলোচনাত ৱিকিপিডিয়াৰ বেটুপাতত প্ৰতিমাহে শীৰ্ষৰ ৱিকিপিডিয়ান কেইগৰাকীৰ বিষয়ে ছবিসহ চমু টোকা একোটা লিখাৰ কথা আলোচনা কৰা হৈছিল। কিন্তু ৱিকিপিডিয়াত যিহেতু আত্ম প্ৰচাৰৰ ক্ষেত্ৰত কিছু বাধা আছে, সেয়ে এই শিতানটো ৱিকিপত্ৰিকাতে সংযোগ কৰাৰ প্ৰস্তাৱ আগবঢ়ালো। <span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 08:17, 26 April 2020 (ইউ.টি.চি.)
===মন্তব্য===