নলিন দুৱৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
| website =
}}
'''নলিন দুৱৰা''' ({{lang-en|Nalin Duwara) }} নলিন দুৱৰা [[অসমীয়া কথাছবি]]ৰ এগৰাকী পৰিচালক আৰু [[:en:Cinematographer|কেমেৰামেন]] বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ২২১৯২৮ জুনচনৰ ২২ ১৯২৮তজুনত তেতিয়াৰ বৃটিছ শাসিত অসমৰ [[শিৱসাগৰ জিলাতজিলা]]ত (বৰ্তমানৰ [[গোলাঘাট জিলা]]) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা। দেউতাক সৰ্বানন্দ দুৱৰা অভয়জান আৰু শাওতলী বাগিছাৰ স্বত্বাধিকাৰ আছিল। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ চেইণ্ট এন্থনিজ্ এণ্ড চেইণ্ট এডমণ্ডছ্ কলেজত উচ্চশিক্ষা গ্ৰহণ কৰে।<ref name="box">{{cite web | url=http://www.boxofficeassam.com/celebrity/nolin-duwora-nalin-duwara/ | title=Nolin Duwora | accessdate=25 April 2020}}</ref>
 
১৯৪৭ত দুৱৰাই [[মুম্বাই]]ৰ আব্দুল্লা ফজলভাই ইঞ্চটিটিউট অৱ চেইণ্ট জেভিয়াৰ্ছৰ পৰা মোচন পিকচাৰ্চ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। ডিপ্লোমা লোৱাৰ পিছত তেওঁ [[কলকাতা]]ৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত সোমায়। এইখিনি সময়তে তেওঁ প্ৰখ্যাত পৰিচালক [[হৃষিকেশ মুখাৰ্জী]], [[বিমল ৰয়]] আদি পৰিচালকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল।<ref name="box" />