ভোলানাথ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
39 নং শাৰী:
}}
 
'''ভোলানাথ বৰুৱা''' (১৮৫৩-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল৷ তেওঁক সাধাৰণতে শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়৷{{citation needed?? তেওঁক প্ৰায়েই ''সাউদ ভোলানাথ বৰুৱা'' অথবা ''সদাগৰ ভোলানাথ বৰুৱা'' হিচাপে সম্বোধন কৰা হয়৷ ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষাপ্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল৷ ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান ''"[[প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী''" (পাৱেট)]] প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল৷ উল্লেখযোগ্য যে, বৰুৱা চিৰকুমাৰ হৈ আছিল ৷
<ref name="ভোলানাথ">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=সম্পাদনা-ইছমাইল হোছেইন | year=২০১৯ | location=গুৱাহাটী}}</ref> <ref name="নাথ">{{cite web | url=https://janambhumi.in/VFhwSk5FMUVWVDA9/%E0%A6%AD%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE.html | title=ভোলানাথ বৰুৱা | publisher=জনমভূমি | date=২২ জুলাই ২০১৯ | accessdate=14 April 2020 | author=গোস্বামী,যুগল কুমাৰ}}</ref>
 
71 নং শাৰী:
* বালিগঞ্জৰ ছোৱালী বিদ্যালয়লৈ ৫ হাজাৰ টকা ৷<ref name="ভোলা২" />
 
মৃত্যুৰ প্ৰাক-মুহূৰ্তত বৰুৱাই সমস্ত সম্পত্তি "ৱিলউইল" কৰি থৈ গৈছিল ৷ সেই পত্ৰ মতে, মহীনাৰায়ণ বৰা, তৰুণচন্দ্ৰ বৰুৱা আৰু ককায়েকৰ নাতিনীয়েক কেশৱকান্ত বৰুৱাই জীয়াই থকালৈকে সম্পত্তিৰ আয় ভোগ কৰিব আৰু তেওঁলোকৰ অবৰ্তমানত সমস্ত সম্পত্তি অসম চৰকাৰলৈ প্ৰদান কৰা হ'ব ৷ সেই সম্পত্তি-ধন অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নতিত খটুৱাব ৷<ref name="ভোলা২" />
 
১৯২২ চনৰ মাৰ্চ মাহত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত আশুতোষ মুৰ্খাজীয়ে ভোলানাথ বৰুৱাৰ অনুদানৰ কথা সুঁৱৰি এইবুলি কয়-<br />''"Mr. Bholanath Baruah, one of the most enlightened sons of Assam, had offered a handsome donation of rupees ten thousand to meet the cost of publication of the Assamese Selection."''<ref name="ভোলা৪">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=বৰুৱা,ভুৱনচন্দ্ৰ বৰুৱা | authorlink=শিক্ষানুৰাগী ৺ ভোলানাথ বৰুৱা | year=২০১৯ | location=গুৱাহাটী | pages=৫০-৬২}}</ref><br /> উল্লেখযোগ্য যে, হেমচন্দ্ৰ গোস্বামী সংকলিত "অসমীয়া সাহিত্যৰ চানেকী"খন প্ৰকাশৰ অৰ্থে ভোলানাথ বৰুৱাই সেই অৰ্থসাহায্য প্ৰদান কৰিছিল ৷ <ref name="ভোলা৫">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=শৰ্মা কটকী,সৰ্বেশ্বৰ | authorlink=স্বৰ্গীয় ভোলানাথ বৰুৱা | year=২০১৯ | location=গুৱাহাটী | pages=৩০-৩৩}}</ref>
77 নং শাৰী:
==স্বীকৃতি আৰু সন্মান==
অসমৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান [[ভোলানাথ বৰুৱা মহাবিদ্যালয়|বি.বৰুৱা মহাবিদ্যালয়]] এইগৰাকী অসমীয়ালৈ উছৰ্গা কৰি স্থাপন কৰা হৈছিল ৷ শিক্ষানুষ্ঠানখন দ্বিতীয় মহাসমৰৰ সময়ছোৱাত ১৯৪৩ চনত স্থাপন কৰা হৈছিল ৷ <ref>https://www.bborooahcollege.ac.in/about.php</ref>
 
==মৃত্যু==
১৯১৮ চনত বৰুৱা মূৰৰ এক ব্যাধিত ভোগে ৷ ১৯২২ চনৰ পৰা তেওঁ শাৰিৰীক অৱস্থা অধিক দুৰ্বল হয়৷ অৱশেষত ১৯২৩ চনৰ ৩০ মে'ত কলিকতাৰ হাওৰাৰ বাসভৱনত এইগৰাকী কৃতী অসম-সন্তানে শেষনিশ্বাগ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ ৷ <ref name="ভোলা২" />
 
==তথ্যসূত্ৰ==
[[শ্ৰেণী: অসমৰ ব্যক্তি]]