ভোলানাথ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
39 নং শাৰী:
}}
 
'''ভোলানাথ বৰুৱা''' (১৮৫৩-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল৷ তেওঁক সাধাৰণতে শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়৷{{citation needed??}} তেওঁক প্ৰায়েই ''সাউদ ভোলানাথ বৰুৱা'' অথবা ''সদাগৰ ভোলানাথ বৰুৱা'' হিচাপে সম্বোধন কৰা হয়৷ ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষাপ্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল৷ ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান "[[প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী" (পাৱেট)]] প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল৷ উল্লেখযোগ্য যে, বৰুৱা চিৰকুমাৰ হৈ আছিল ৷
<ref name="ভোলানাথ">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=সম্পাদনা-ইছমাইল হোছেইন | year=২০১৯ | location=গুৱাহাটী}}</ref> <ref name="নাথ">{{cite web | url=https://janambhumi.in/VFhwSk5FMUVWVDA9/%E0%A6%AD%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE.html | title=ভোলানাথ বৰুৱা | publisher=জনমভূমি | date=২২ জুলাই ২০১৯ | accessdate=14 April 2020 | author=গোস্বামী,যুগল কুমাৰ}}</ref>