ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০/উল্লেখনীয় ৱিকিমিডিয়ান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{উল্লেখনীয় ৱিকিমিডিয়ান|
[[File:Bishnu_Saikia.JPG|100px|right]]
'''[[সদস্য:Bishnu Saikia|বিষ্ণু শইকীয়া]]''': ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। [[তেজপুৰ]] নিৱাসী শ্ৰীশইকীয়া কৰ্মসূত্ৰে [[অসম চৰকাৰ]]ৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেঁওৰ সম্পাদনাৰ সংখ্যা: ৩১,১৯১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৮১। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডাটা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ৪২,৮৫১ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৮০১ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেঁওকতেওঁক তেঁওৰতেওঁৰ অৱদানৰ বাবে “এই মাহৰ ৱিকিমিডিয়ান”, “অক্লান্ত কৰ্মী পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেখেতৰতেওঁৰ উত্তৰোত্তৰ কামনা কৰা হ'ল।
}}