পৰিয়াল (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

better image
No edit summary
1 নং শাৰী:
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, '''পৰিয়াল,''' [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু [[গণ (জীৱবিদ্যা)|গণ]]ৰ মাজৰ এটা বৰ্গীয় স্থান ।স্থান।]]
'''পৰিয়াল''' ([[ইংৰাজী ভাষা{{Lang-en|ইংৰাজী]]:family}}, <small>''ফেমিলি''</small>, লেটিন: familia, বহুবচন familiae), [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু [[গণ (জীৱবিদ্যা)|গণ]]ৰ মাজৰ এটা বৰ্গীয় স্থানস্থান। । '''পৰিয়াল'''কপৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা '''উপপৰিয়াল'''ৰ দৰে উপগোটটো ভাগ কৰা হয় ।হয়। সাধাৰণতে, '''পৰিয়াল'''ৰপৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও '''পৰিয়াল''' এটাৰ নামাকৰণ কৰা পৰিলক্ষিত হয়, যেনে- '''ৱালনাট''' আৰু '''হিকৰি''' গছবোৰ '''যোগ্লানডেচিয়া''' '''পৰিয়াল'''ৰপৰিয়ালৰ অন্তৰ্গত যাক '''ৱালনাট পৰিয়াল''' বুলিও কোৱা হয় ।হয়।
 
==নামাকৰণ==
'''পৰিয়াল'''ৰপৰিয়ালৰ নামাকৰণ কৰোতে কিছুমান আন্তঃৰাষ্ট্ৰীয় ক'ড মানি চলা হয় ।হয়।
*[[ভেঁকুৰ]], [[শেলাই]], আৰু [[উদ্ভিদ]]ৰ নামাকৰণ কৰোতে '''পৰিয়াল'''ৰপৰিয়ালৰ নামবোৰ "-আচিয়া"ৰে সামৰণি মৰা হয়, অৱশ্যে ব্যতিক্ৰম নথকা নহয় ।নহয়।<ref name=ICN>{{cite book |title=Article 18 |url=http://www.iapt-taxon.org/nomen/main.php?page=art18 |work=International Code of Nomenclature for algae, fungi, and plants (Melbourne Code) |publisher=International Association for Plant Taxonomy |accessdate=16 March 2014 ||author=McNeill, J.; Barrie, F.R.; Buck, W.R.; Demoulin, V.; Greuter, W.; Hawksworth, D.L.; Herendeen, P.S.; Knapp, S.; Marhold, K.; Prado, J.; Prud'homme Van Reine, W.F.; Smith, G.F.; Wiersema, J.H.; Turland, N.J. |publisher=A.R.G. Gantner Verlag KG |isbn=978-3-87429-425-6}}</ref>
*প্ৰাণীবিজ্ঞানত, [[প্ৰাণী]] সমূহৰ '''পৰিয়াল'''ৰপৰিয়ালৰ নামাকৰণ কৰোতে নামৰ অন্তত "-ইডি" যোগ কৰা হয় ।হয়।<ref name=ICZN>{{cite book |chapter=Article 29.2. Suffixes for family-group names|author=International Commission on Zoological Nomenclature |year=1999 |title=International Code of Zoological Nomenclature |edition=Fourth Edition |publisher=International Trust for Zoological Nomenclature, XXIX |pages=306|url=http://iczn.org/iczn/index.jsp}}</ref>
 
==ইতিহাস==
'''পৰিয়াল''' শব্দটো ফ্ৰান্সৰ উদ্ভিদবিদ '''পিৰে মগ্নলে''' তেওঁৰ, ''{{lang|la|Prodromus historiae generalis plantarum, in quo familiae plantarum per tabulas disponuntur}}'' (১৬৮৯)ত প্ৰথম ব্যৱহাৰৰ কৰিছিল ।কৰিছিল।
 
'''[[কাৰ্ল লিনিয়াছ|কেৰলাছ লিনিয়াছে''']] তেওঁৰ ''ফিলচফিয়া বটেনিকা''ত (১৭৫১) উদ্ভিদৰ প্ৰধান গোট: '''বৃক্ষ''', herb, ঢেকীয়া, palm, আদিক বুজাবলৈ ''ফেমিলিয়া'' শব্দটো ব্যৱহাৰৰ কৰিছিল ।কৰিছিল।
'''পৰিয়াল''' শব্দটো ফ্ৰান্সৰ উদ্ভিদবিদ '''পিৰে মগ্নলে''' তেওঁৰ, ''{{lang|la|Prodromus historiae generalis plantarum, in quo familiae plantarum per tabulas disponuntur}}'' (১৬৮৯)ত প্ৰথম ব্যৱহাৰৰ কৰিছিল ।
 
জীৱবিজ্ঞানত, '''পৰিয়াল''' [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান বুলি '''পিৰে আন্দ্ৰে লেট্ৰি'''লে তেওঁৰ, ''{{lang|fr|Précis des caractères génériques des insectes, disposés dans un ordre naturel}}'' (১৭৯৬)ত উল্লেখ কৰিছিল ।কৰিছিল। তেওঁ "পতংগ"ৰ সকলো [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]]কে নহয়, কিন্তু কিছুমান '''পৰিয়াল''' হিচাপে ভাগ কৰিছিল (তাৰে কিছুমানৰ নামাকৰণ কৰা হোৱা নাছিল)
'''কেৰলাছ লিনিয়াছে''' তেওঁৰ ''ফিলচফিয়া বটেনিকা''ত (১৭৫১) উদ্ভিদৰ প্ৰধান গোট: '''বৃক্ষ''', herb, ঢেকীয়া, palm, আদিক বুজাবলৈ ''ফেমিলিয়া'' শব্দটো ব্যৱহাৰৰ কৰিছিল ।
 
জীৱবিজ্ঞানত, '''পৰিয়াল''' [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান বুলি '''পিৰে আন্দ্ৰে লেট্ৰি'''লে তেওঁৰ, ''{{lang|fr|Précis des caractères génériques des insectes, disposés dans un ordre naturel}}'' (১৭৯৬)ত উল্লেখ কৰিছিল । তেওঁ "পতংগ"ৰ সকলো [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]]কে নহয়, কিন্তু কিছুমান '''পৰিয়াল''' হিচাপে ভাগ কৰিছিল (তাৰে কিছুমানৰ নামাকৰণ কৰা হোৱা নাছিল) ।
 
==ব্যৱহাৰ==
'''পৰিয়াল'''বোৰকপৰিয়ালবোৰক বিৱৰ্তনিক, জীৱাশ্মীয় আৰু জেনেটিক অধ্যয়নত ব্যৱহাৰ কৰিব পাৰি, কাৰণ গণ আৰু প্ৰজাতিৰ দৰে নিম্ন বৰ্গীয় স্থান সমূহতকৈ সিহঁত অধিক স্থায়ী ।স্থায়ী।<ref name="SahneyBentonFerry2010LinksDiversityVertebrates">{{cite journal |url=http://rsbl.royalsocietypublishing.org/content/6/4/544.full.pdf+html |author=Sarda Sahney, Michael J. Benton & Paul A. Ferry |year=2010 |title=Links between global taxonomic diversity, ecological diversity and the expansion of vertebrates on land |journal=[[Biology Letters]] |doi=10.1098/rsbl.2009.1024 |volume=6 |pages=544–547 |format=[[Portable Document Format|PDF]] |issue=4 |pmid=20106856 |pmc=2936204}}</ref><ref name="SahneyBenton2008RecoveryFromProfoundExtinction">{{cite journal |url=http://journals.royalsociety.org/content/qq5un1810k7605h5/fulltext.pdf |author=Sarda Sahney & Michael J. Benton |year=2008 |title=Recovery from the most profound mass extinction of all time |journal=[[Proceedings of the Royal Society B]]: Biological Sciences |doi=10.1098/rspb.2007.1370 |volume = 275 |pages = 759–765 |format=[[Portable Document Format|PDF]] |pmid=18198148 |issue=1636 |pmc=2596898}}</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}