গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

'সকলো' বানানটো শুদ্ধ কৰা হ'ল
25 নং শাৰী:
[[File:Goat kid feeding on mothers milk.jpg|thumb|A [[goat]] kid feeding on its mother's milk]]
 
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলাসকলো [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে । [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[ম'হ]]ৰ গাখীৰ বেছি প্ৰচলন । [[ভেড়া]], [[ছাগলী]], [[মেথোন]] আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা [[ক্ৰীম]], [[মাখন]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
"https://as.wikipedia.org/wiki/গাখীৰ"ৰ পৰা অনা হৈছে