গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

148 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
('সকলো' বানানটো শুদ্ধ কৰা হ'ল)
টেগ্‌: ২০১৭ উৎস সম্পাদনা
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
=== প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ ===
[[File:Woman breastfeeding an infant.jpg|thumb|A [[human]]এটি babyমানৱ feedingশিশুক onমাতৃয়ে itsস্তন mother'sপান milkকৰাই আছে।]]
[[File:Goat kid feeding on mothers milk.jpg|thumb|Aএজনী [[goat]]ছাগলীয়ে kidপোৱালিক feedingগাখীৰ onখুৱাই itsথকা mother's milkঅৱস্থাত।]]
 
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকলো [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
6,627

টা সম্পাদনা