বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
 
'''বিবাহ''' : ’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে | বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায় | যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয় | বিবাহ প্ৰথাটো অতি পুৰণি | [[বেদ]]তো অনেক [[মন্ত্ৰ]]ত বিবাহৰ কথা উল্লেখ আছে |
'''সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ | তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ||''' ঋগ বেদ ১০/৭/৮০
অৰ্থাত্‍ -"হে কন্যা ! তোমাক প্ৰথমতে [[সোম]], দ্বিতীয়তে [[গন্ধৰ্ব]], তৃতীয়তে [[অগ্নি]] আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল | তেনেকুৱা তোমাক [[অগ্নি]]য়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে |" বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা |
 
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে