অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Use dmy dates|date=April 2012}}
{{Infobox Writing system
|name=অসমীয়া–বঙালী
|name=বঙালী–অসমীয়া
|sample=
|caption=
20 নং শাৰী:
}}
{{brahmic}}
'''[[বঙালী–অসমীয়াঅসমীয়া–বঙালী লিপি]]''' হৈছে [[অসমীয়া বৰ্ণমালা|অসমীয়া]] আৰু [[বঙালী বৰ্ণমালা]]ৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বঙালী ভাষা|বঙালী]]। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে [[বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা|বিষ্ণুপ্ৰিয়া মণিপুৰী]], [[মেইতেই ভাষা|মেইতেই মণিপুৰী]], [[ককবৰক ভাষা|ককবৰক]] আৰু আন আন [[অসমীয়া-বঙালী ভাষা]]ৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই [[খাচী ভাষা|খাচী]], [[বড়ো ভাষা|বড়ো]], [[কাৰ্বি ভাষা|কাৰ্বি]], [[মিছিং ভাষা|মিছিং]] আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। [[ছিলঠীয়া ভাষা|আধুনিক ছিলঠীয়া ভাষাৰ]] কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।
 
==বৰ্ণনা==
34 নং শাৰী:
{{Main|অসমীয়া লিপিৰ বুৰঞ্জী}}
{{See also|অসমীয়া সাহিত্য}}
অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৪ৰ্থ-৫ম শতিকাৰ ডুবৰণি শাসনত। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ উমাচল লিপি অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত "[[চৰ্যাপদ]]ত অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়<ref>শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ</ref>। চৰ্যাপদসমূহ ৮ম-১২ শতিকামানত ৰচনা কৰা হৈছিল। [[বাংলাবঙালী ভাষা]] আৰু [[উড়িয়া ভাষা]]ৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। ১৪ শতিকাত [[মাধৱ কন্দলী]]য়ে অসমীয়া লিপি ব্যৱহাৰ কৰি "[[ৰামায়ণ]]" লিখি উলিয়ায়। উল্লেখযোগ্য যে [[সংস্কৃত]] ভাষাৰ [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ৰ অনুবাদৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হ'ল যিকোনো উত্তৰ ভাৰতীয় স্থানীয় ভাষালৈ অনূদিত প্ৰথম ৰামায়ণ। ১৫ আৰু ১৬ শতিকাত মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ|শ্ৰীমন্ত শঙ্কৰদেৱে]] অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ [[ব্ৰজাৱলী]] ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। [[আহোম সাম্ৰাজ্য]]ত [[বুৰঞ্জী]] লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। [[আহোম]] ৰজা [[চক্ৰধ্বজ সিংহ]]ই (১৬৬৩-১৬৭০ খ্ৰীষ্টাব্দ) তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে<ref name=bora></ref>।
 
 
40 নং শাৰী:
 
== ইউনিক’ডত বঙালী−অসমীয়া লিপি ==
{{Main|ইউনিক'ডত অসমীয়া–বঙালী লিপি}}
{{Main|বাংলা (ইউনিক’ড ব্লক)}}
পূৰ্বী নাগৰী লিপিৰ ইউনিক’ডত নাম হৈছে "Bengali"। ইয়াৰ ব্লকটো হ’ল U+0980&ndash;U+09FF:
{{Unicode chart Bengali}}
49 নং শাৰী:
 
==টোকা==
{{Reflist|2}}
 
==তথ্য সংগ্ৰহ==