ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎হত্যা: তাৰিখ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
পায়, পৰা, বিৰুদ্ধে, মাতৃৰ, যাঁচিবলৈ
48 নং শাৰী:
 
==শিক্ষা==
দহ বছৰ বয়সত ৰাজীৱ গান্ধীক বৰ্ডিং স্কুলত ভৰ্তি কৰোৱা হয়। প্ৰথমতে [[উত্তৰাখণ্ড]]ৰ [[ডেৰাডুন]]ত অৱস্থিত ''ৱেলহাম বয়ছ স্কুল'' (Welham Boys' School) আৰু পাছলৈ ''ডুন স্কুল''ত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ ''এ-লেভেল'' অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ''ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ''ত তেওঁ [[অভিযান্ত্ৰিক বিদ্যা|অভিযান্ত্ৰিক বিভাগ]]ত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়নৰ সুবিধা পাইপায় যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে। ডুন স্কুলৰ পাৰপৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইংলেণ্ডলৈ যায়।
 
 
==ৰাজনীতিত প্ৰৱেশ==
১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰূদ্ধেবিৰুদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ ''আমেথি'' লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ [[লোকদল]]ৰ নেতা [[শৰদ যাদৱ]]ক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।
 
[[উত্তৰ প্ৰদেশ]]ৰ ''আমেথি''ৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁতেওঁৰ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাচিবলৈযাঁচিবলৈ তেওঁৰ মাতৃ [[ইন্দিৰা গান্ধী]] উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ [[জাতীয় যুৱ কংগ্ৰেছ]] দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|100px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]