আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
11 নং শাৰী:
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" ৰ পৰা গৃহিত। ইলাহ(ILAH) শব্দটো আহিছে হিব্ৰু ভাষাৰ এলাহ(Elah)শব্দৰ পৰা। এলাহ মানে পৰম উপাসক। এলাহৰ ইংৰাজী প্ৰতিশব্দ deity। deity মানে হ'ল সকলোতকৈ ডাঙৰ ভুত। আল্লাহ শব্দটো আল আৰু ইলাহৰ যুক্তাক্ষৰ(AL+ILAH=Allah)। আল(AL)নিৰ্দিষ্টবাচক শব্দ(determiner) যাৰ অৰ্থ জন, খন, টো বা ইংৰাজীত the। গতিকে আল্লাহ মানে পৰমেশ্বৰ জন (আল=জন,ইলাহ=পৰমেশ্বৰ,The Deity )। যিহেতু ইছলাম এটা বিশুদ্ধ একেশ্বৰবাদী(এক+ঈশ্বৰ)ধৰ্ম, গতিকে এই ধৰ্মৰ উপাসক জনক সকলোতকৈ উচ্চ আৰু নিৰ্দিষ্ট আসনত অধিষ্ঠিত কৰা হয়।
 
=== আল্লাহৰ মুখমণ্ডল ===
আল্লাহ তা‘আলাৰ চেহাৰা আছে যিটো “জালাল আৰু ইকৰাম” অৰ্থাৎ মহিমাময় আৰু মহানুভৱ গুণ বিশিষ্ট।
 
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে