বাৰ্তা:কৰ'নাভাইৰাছ ৰোগ ২০১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎নাম: নতুন অনুচ্ছেদ
8 নং শাৰী:
 
অসমীয়া ৱিকিপিডিয়াৰ বাবে ব্যৱহৃত নিয়মাৱলী অনুসৰি N-ৰ বাবে "ন" লিখা হ'ব। "কৰ'না" লিখিলে kəˈroʊ nə এই IPA উচ্চাৰণৰ ওচৰ চাপিব। গতিকে সকলো ঠাইতে নাম সলাই এই পৃষ্ঠাটো স্থানান্তৰৰ প্ৰস্তাৱ দিলোঁ। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 07:54, 30 April 2020 (ইউ.টি.চি.)
:হয়, বহুকেইখন সংবাদ পত্ৰতো “কৰ'না” ব্যৱহাৰ কৰা দেখিছোঁ। <span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 10:46, 30 April 2020 (ইউ.টি.চি.)
"কৰ'নাভাইৰাছ ৰোগ ২০১৯" পৃষ্ঠালৈ উভতি যাওক।