ঋষি কাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
28 নং শাৰী:
 
তেওঁ ভাতৃদ্বয়ৰ সৈতে মুম্বাইৰ চেম্পিয়ন স্কুলত অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ অজমেৰৰ মেয় কলেজত শিক্ষা গ্ৰহণ কৰে।
==কৰ্মজীৱন==
===২০০০ চনৰ আগত===
ঋষি কাপুৰক পোনপ্ৰথমবাৰৰ বাবে তিনি বছৰ বয়সত তেওঁৰ পিতৃ ৰাজ কাপুৰৰ ছবি ''শ্ৰী ৪২০''ৰ এটা গান ''প্যাৰ হোৱা ইকৰাৰ হোৱা''ত দেখা গৈছিল।<ref name=ff-obit/><ref name=v-obit>{{Cite web|title=Rishi Kapoor, Indian Film Legend, Dies at 67|url=https://variety.com/2020/film/obituaries-people-news/rishi-kapoor-dead-dies-indian-film-legend-1234593824/|last=Frater|first=Patrick|last2=Frater|first2=Patrick|date=2020-04-30|website=Variety|language=en|access-date=2020-04-30}}</ref> তাৰপিছত তেওঁ ১৯৭০ চনত পিতৃ ৰাজ কাপুৰৰে ছবি ''মেৰা নাম জকৰ''ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াত তেওঁ পিতৃৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰিছিল।<ref name=it-obit>{{Cite web|title=Rishi Kapoor in films: Mera Naam Joker to Bobby to 102 Not Out|url=https://www.indiatoday.in/movies/bollywood/story/rishi-kapoor-in-films-mera-naam-joker-to-bobby-to-102-not-out-1672732-2020-04-30|last=DelhiApril 30|first=India Today Web Desk New|last2=April 30|first2=2020UPDATED:|website=India Today|language=en|access-date=2020-04-30|last3=Ist|first3=2020 12:56}}</ref><ref name=v-obit/> ১৯৭৩ চনত মুক্তি লাভ কৰা তেওঁৰ পিতৃৰ ছবি ''ববী''ত তেওঁ ডিম্পল কপাডিয়াৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।<ref name=v-obit/> এই ছবিখনে সেই দশকৰ আটাইতকৈ বেছি বাণিজ্যিক ভাবে সফল ছবিত পৰিগণিত হৈছিল।<ref name="boi70s">{{cite web|url=http://boxofficeindia.com/showProd.php?itemCat=124&catName=MTk3MC0xOTc5 |title=Top Earners 1970-1979 |publisher=Boxofficeindia.com |accessdate=2011-06-01 |url-status=dead |archiveurl=https://web.archive.org/web/20131014062240/http://boxofficeindia.com/showProd.php?itemCat=124&catName=MTk3MC0xOTc5 |archivedate=14 October 2013 |df=dmy }}</ref> এই ছবিখনত তেওঁ কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ [[ফিল্মফেয়াৰ বঁটা]]য়ো লাভ কৰিছিল।<ref name=ff-obit>{{Cite web|title=Rishi Kapoor no more|url=https://www.filmfare.com/news/bollywood/rishi-kapoor-no-more-40537.html|website=filmfare.com|language=en|access-date=2020-04-30}}</ref> তাৰপিছত তেওঁ ১৯৭০ৰ দশকত কেইবাখনো হাস্য-ব্যংগমূলক ছবি যেনে — নিতু সিঙৰ সৈতে ''ৰাফু চক্কৰ'' (১৯৭৫1), [[অমিতাভ বচ্চন]]ৰ সৈতে ''অমৰ আকবৰ এন্থনি'' (১৯৭৭) জিনাট আমনৰ সৈতে ''খেল খেল মে'' (১৯৭৫) আৰু ''হম কিছি ছে কম নেহী'' (১৯৭৭) আদিত অভিনয় কৰিছিল।<ref name=v-obit/> তেওঁ নিতু সিঙৰ সৈতে ''জেহৰিলা ইনচান'' (১৯৭৪), ''কভি কভি'' (১৯৭৬) আৰু ''দুচৰা আদমী'' (১৯৭৬) ছবিত একেলগে অভিনয় কৰাৰ পিছত ১৯৮০ চনত বিবাহপাশত আৱদ্ধ হয়।<ref>{{Cite web|title=The Rishi Kapoor-Neetu Singh love story: Aaj, kal, forever|url=https://www.indiatoday.in/movies/celebrities/story/the-rishi-kapoor-neetu-singh-love-story-aaj-kal-forever-1672774-2020-04-30|last=DelhiApril 30|first=India Today Web Desk New|last2=April 30|first2=2020UPDATED:|website=India Today|language=en|access-date=2020-04-30|last3=Ist|first3=2020 12:38}}</ref>
 
১৯৮০ৰ দশকত তেওঁ সুভাষ ঘাইৰ দ্বাৰা পৰিচালিত ''কাৰ্জ'' ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ছবিখন বক্স অফিচত বিফল হয় যদিও এইখন কাল্ট ক্লাছিকত পৰিগণিত হয়। তাৰপিছত তেওঁ ৰাজেন্দ্ৰ সিং বেদীৰ উপন্যাস ''এক চাদৰ মেইলী চি''ৰ আধাৰত নিৰ্মাণ কৰা একে নামৰ ছবিত অভিনয় কৰে।<ref name=ff-obit/><ref>{{Cite news|last=Kumar|first=Anuj|date=2016-08-25|title=Karz (1980)|language=en-IN|work=The Hindu|url=https://www.thehindu.com/features/friday-review/Karz-1980/article14589038.ece|access-date=2020-04-30|issn=0971-751X}}</ref>
 
তেওঁ ১৯৭৩ চনৰ পৰা ২০০০ চনলৈ সাধাৰণতে ছবিৰ ৰোমান্টিক নায়কৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।<ref name=guard-obit>{{Cite news|last=correspondent|first=Hannah Ellis-Petersen South Asia|date=2020-04-30|title=Rishi Kapoor, Bollywood star, dies of leukaemia aged 67|language=en-GB|work=The Guardian|url=https://www.theguardian.com/film/2020/apr/30/rishi-kapoor-bollywood-leading-man-dies-of-leukaemia-aged-67|access-date=2020-04-30|issn=0261-3077}}</ref> এই কালছোৱাত তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহ হ'ল: ''ৰাজা'' (১৯৭৫), ''লেইলা মজনু'' (১৯৭৬),<ref name=guard-obit/> ''স্বৰগম'' (১৯৭৯), ''প্ৰেম ৰোগ'' (১৯৮২), ''কুলি'' (১৯৮৩),<ref name=v-obit/> ''সাগৰ'' (১৯৮৫), ''চান্দনী'' (১৯৮৯),<ref name=bbc-obit>{{Cite news|date=2020-04-30|title=Bollywood's romantic hero Rishi Kapoor dies|language=en-GB|work=BBC News|url=https://www.bbc.com/news/world-asia-india-52482688|access-date=2020-04-30}}</ref> ''বল ৰাধা বল'' (১৯৯২), ''দামিনী'' (১৯৯৩), আৰু ''কাৰোবাৰ'' (২০০০)।<ref name=it-obit/><ref name=ff-obit/>
 
তেওঁ ১৯৯৯ চনত ''আ আব লৌট চলে''ৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।<ref name=v-obit/>
 
==ব্যক্তিগত জীৱন==
"https://as.wikipedia.org/wiki/ঋষি_কাপুৰ"ৰ পৰা অনা হৈছে