জ্ঞানপীঠ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox Indian Awards
| awardname = জ্ঞানপীঠ বঁটা
| image = [[Image:Jnanpith Award.jpg‎|100px]]
| type =
| category = [[সাহিত্য]] (ব্যক্তিগত)
| instituted = ১৯৬১
| firstawarded = ১৯৬৫
| lastawarded = ২০১৮
| total = ৫৯
| awardedby = ভাৰতীয় জ্ঞানপীঠ
| cashaward =
| description = [[ভাৰত]]ৰ সৰ্বোচ্চ সাহিত্য-সন্মান
| previousnames =
| obverse =
| reverse =
| ribbon =
| firstawardees = জি শঙ্কৰ কুৰুপ
| lastawardees = আক্কিথাম অচ্চুথান নাম্বুদিৰি
| precededby =
| followedby =
| website = http://jnanpith.net/index.html
}}
'''জ্ঞানপীঠ বঁটা''' ({{lang-en|Jnanpith Award}}) [[ভাৰত]]ৰ সৰ্বোচ্চ সাহিত্য-সন্মান। [[দ্য টাইমচ অৱ ইণ্ডিয়া]] বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা [[ভাৰতীয় জ্ঞানপীঠ]] বঁটা প্ৰদান কৰা হয়৷হয়।
 
'''জ্ঞানপীঠ বঁটা''' ({{lang-en|Jnanpith Award}}) [[ভাৰত]]ৰ সৰ্বোচ্চ সাহিত্য-সন্মান। [[দ্য টাইমচ অৱ ইণ্ডিয়া]] বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা [[ভাৰতীয় জ্ঞানপীঠ]] বঁটা প্ৰদান কৰা হয়৷
 
==বঁটা==
[[সংস্কৃত]] ভাষাত ''জ্ঞানপীঠ'' শব্দৰ অৰ্থ হ'ল ''জ্ঞানৰ বেদী'' এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি৷মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়৷হয়। ইংৰাজীকে ধৰি [[ভাৰতৰ সংবিধান]]ৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়৷হয়। ১৯৬৫ চনত মালায়লম লেখক [[জি শংকৰ কুৰুপ]]-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়৷হয়।
 
১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়৷হয়।
 
==জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল==
Line 36 ⟶ 35:
! ভাষা
|-
|১৯৬৫|| [[জি শঙ্কৰ কুৰুপ]] || ''ওডাক্কুঝল'' (''বাঁশি'') ||[[মালয়ালম]]
|-
|১৯৬৬ ||[[তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়]] || ''গণদেবতা'' || [[বাংলাবঙালী]]
|-
|১৯৬৭ || [[উমাশঙ্কৰ যোশী]] || ''নিশীথা'' || [[গুজৰাটী]]
Line 48 ⟶ 47:
|১৯৭০ || [[বিশ্বনাথ সত্যনাৰায়ণ]] || ''ৰামায়ণ কল্পবৃক্ষশমু'' (''এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ'')|| [[তেলেগু]]
|-
|১৯৭১ || [[বিষ্ণু দে]] || ''স্মৃতি সত্ত্বা ভৱিষ্যৎ'' || বাংলাবঙালী
|-
|১৯৭২ || [[ৰামধাৰী সিং 'দিনকৰ']] || ''ঊৰ্বশী'' || হিন্দী
Line 60 ⟶ 59:
|১৯৭৫ || [[আকিলান]] || ''চিত্ৰাপ্পাবাই'' || [[তামিল]]
|-
|১৯৭৬ || [[আশাপূৰ্ণা দেবী]] || ''প্ৰথম প্ৰতিশ্ৰুতি'' || বাংলাবঙালী
|-
|১৯৭৭ || [[কে শিবৰাম কৰন্থ]] || ''মুকাজ্জিয়া কানাসুগালু'' (''মুকাজ্জিৰ স্বপ্ন'') || কানাড়া
Line 66 ⟶ 65:
|১৯৭৮ || [[সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়']] || ''কিতনি নাও মেঁ কিতনি বাৰ'' (কিমান নাওঁত কিমান বাৰ) || হিন্দী
|-
|১৯৭৯ || [[বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য]] || ''মৃত্যুঞ্জয়'' || [[অসমীয়া]]
|-
|১৯৮০ || [[এচ কে পোট্টেক্কাট]] || ''ওৰু দেসাত্তিন্তে কথা'' (এখন দেশৰ কথা) || মালয়ালাম
Line 76 ⟶ 75:
|১৯৮৩ || [[মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰ]] || ''চিক্কাবীৰা ৰাজেন্দ্ৰ'' || কানাড়া
|-
|১৯৮৪ || [[থাকাজি শিবশঙ্কৰ পিল্লাই]] ||''কয়াৰ'' || মালয়ালাম
|-
|১৯৮৫ || [[পান্নালাল পাটেল]]|| ''মানবী নি ভবাই'' || গুজৰাটী
Line 82 ⟶ 81:
|১৯৮৬ || [[সচ্চিদানন্দ ৰাউত ৰায়]] || || ওড়িয়া
|-
|১৯৮৭ || [[বিষ্ণু বামন শিৰওয়াদকৰ]] ([[কুসুমাগ্ৰজ]]) || || মাৰাঠী
|-
|১৯৮৮ || ড.[[চি নাৰায়ণ ৰেড্ডী]] ||''বিশ্বম্ভৰ'' || তেলেগু
Line 90 ⟶ 89:
|১৯৯০ || [[ভি কে গোকাক]] || ''ভাৰত সিন্ধু ৰশ্মি'' || কানাড়া
|-
|১৯৯১ || [[সুভাষ মুখোপাধ্যায় (কবি)|সুভাষ মুখোপাধ্যায়]] || || বাংলাবঙালী
|-
|১৯৯২ || [[নৰেশ মেহতা]]|| || হিন্দী
Line 100 ⟶ 99:
|১৯৯৫ || [[এম টি বাসুদেবন নায়াৰ]] ||''ৰাণ্ডামুজাম'' (দ্বিতীয় সুযোগ)|| মালয়ালম
|-
|১৯৯৬ || [[মহাশ্বেতা দেৱী]] || || বাংলাবঙালী
|-
|১৯৯৭ || [[আলি সৰদাৰ জাফৰি]] || || উৰ্দু
|-
|১৯৯৮|| [[গিৰিশ কাৰানাড]] || || কানাড়া
|-
|১৯৯৯|| [[নিৰ্মল বৰ্মা]] || || হিন্দী
Line 118 ⟶ 117:
|২০০৩ || [[বিন্দা কৰন্দিকৰ]] ||''অষ্টদৰ্শন'' (কবিতা) || মাৰাঠি
|-
|২০০৪ || [[ৰহমান ৰাহি]] ||''সভুক সোডা, কালামি ৰাহি'' ও''সিয়া ৰোদে জাৰেন মাঞ্জ'' || [[কাশ্মীৰি]]
|-
|২০০৫ || [[কুঁয়াৰ নাৰায়ণ]] || || হিন্দী
Line 151 ⟶ 150:
|-
|২০১৮ || [[অমিতাভ ঘোষ]] || || ইংৰাজী
|-
|২০১৯ || [[আক্কিথাম অচ্চুথান নাম্বুদিৰি]]<ref>{{cite news |title=বহুমুখী প্ৰতিভাৰ মালায়ালম কবি আক্কিথাম অচ্চুথান নাম্বুদিৰিলৈ ২০১৯ৰ জ্ঞানপীঠ বঁটা |url=https://pragnews.com/as/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%9F%E0%A6%BE%E0%A6%B2/ |location=নতুন দিল্লী |publisher=প্ৰাগ নিউজ |date=৩০ নৱেম্বৰ ২০১৯}}</ref> || || [[মালয়ালম ভাষা|মালয়ালম]]
|}
Line 170 ⟶ 169:
 
[[শ্ৰেণী:ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান]]
[[শ্ৰেণী:জ্ঞানপীঠ বঁটা বিজয়ী|*]]
[[শ্ৰেণী:ভাৰতীয় সাহিত্য বঁটা]]
[[শ্ৰেণী:ভাৰতীয় সাহিত্য]]