চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
48 নং শাৰী:
=== চলচ্চিত্ৰৰ ভাষা ===
চলচ্চিত্ৰৰ এটা নিজস্ব ভাষা থকা বুলি কোৱা হয়। জেম্ছ মোনাকো-ৰ (James Monaco) ৰছিত 'হাউ টু ৰিড এ ফিল্ম' (''''How to '''Read''' a '''Film'''') গ্ৰন্থত চলচ্চিত্ৰৰ ভাষাৰ আলোচনা কৰা হৈছে। প্ৰখ্যাত পৰিচালকে [[ইংমাৰ বাৰ্গমেন]]-এ (Ingmar Bergman) ৰাছিয়ান পৰিচালক 'আন্দ্ৰেই টাৰক'ভস্কি' (Andrei Tarokvsky)
=== মন্তাজ ===
'মন্তাজ' চলচ্চিত্ৰ সম্পাদনাৰ এটা কৌশল। নিৰ্বাক যুগত ক্ৰমবিহীন দুটা দৃশ্যক একেলগে দৰ্শাই দৃশ্যটোৰ অৰ্থ সলনি কৰি দিবলৈ বা দৃশ্যাংশৰ আবেদন অধিক তীব্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। সবাক ছবি অহাৰ পাছত একে প্ৰক্ৰিয়াকে কেতিয়াবা দৃশ্যৰ লগত মিল নথকা শব্দ প্ৰয়োগ কৰি বা আন বহুতো কৌশলেৰে প্ৰয়োগ কৰা হৈছে। 'ছোলে' বোলছবিৰ গব্বৰ সিঙৰ চৰিত্ৰটোৱে গাঁৱৰপৰা বাহিৰলৈ পঢ়িবলৈ যোৱাৰ সময়ত কিশোৰ এজনক হত্যা কৰাৰ দৃশ্যটো নেদেখুৱাই তাৰ ঠাইত হাতত পৰি থকা মাখি এটা মৰাৰ দৃশ্য দেখুৱাই সমাপ্ত কৰা হয়। মাখি মৰাৰ দৃশ্যটো যদিও মূল কাহিনীৰ লগত লগত সংগতিহীন, তথাপিও সেই দৃশ্যাংশৰ অৰ্থটো মাখি মৰা কাৰ্য্যই সম্পূৰ্ণ কৰে। অৱশ্যে এই দৃশ্যটোত সৰু ঘটনাটো ঘটনাকালত ঘটি যোৱা এটা সৰু খুঁটি-নাটি হিচাপে দেখুওৱা হৈছে। আজিকালিৰ চলচ্চিত্ৰত মন্তাজক প্ৰায়েই ছবিৰ কাহিনীৰ খুঁটি-নাটিৰ লগত সংলগ্ন দৃ্শ্য ব্যৱহাৰ কৰি কৰা হয়। মন্তাজৰ সফল প্ৰয়োগৰ বাবে [[ছেৰ্গেই আইজেনষ্টাইন]]ৰ ছবিসমূহ অগ্ৰনী আছিল বুলি কোৱা হয়।
=== চলচ্চিত্ৰ সমালোচনা ===
64 নং শাৰী:
[[চিত্ৰ:SortiedesOuvriersdel1895-01.jpg|right|thumb| লুমিয়েৰ ভাতৃদ্বয়ৰদ্বাৰা নিৰ্মিত 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' ( La Sortie des usines Lumière à Lyon) চলচ্চিত্ৰৰ এটা ফ্ৰেম। ]]
চলচ্চিত্ৰ নিৰ্মান আৰু প্ৰদৰ্শন এটা লাভজনক ব্যৱসায়। প্ৰথম আৰম্ভনিৰ পৰাই চলচ্চিত্ৰ জনসাধাৰণৰ মাজত বিপুল ভাৱে জনপ্ৰিয় হৈ পৰে, সেয়ে অতি সোনকালেই চলচ্চিত্ৰ নিৰ্মান এটা লাভজনক ব্যৱসায় হিচাপে গঢ় লৈ
প্ৰথম লোৱা ছবি আছিল তেওঁলোকৰ কলঘৰৰপৰা ওলাই গৈ থকা শ্ৰমিক সকলৰ গতিশীল ছবি। ছবিখনৰ নাম আছিল 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' ( La Sortie des usines Lumière à Lyon)। লুমিয়েৰ ভাতৃদ্বয়ে এই ছবিখন প্ৰথমে ব্যক্তিগত ভাৱে প্ৰদৰ্শন কৰে ১৮৯৫ চনৰ ২২ মাৰ্চত। একেখন ছবিৰে প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰা হয় একে চনৰ ২৮ ডিচেম্বৰ তাৰিখে পেৰিছৰ এখন কাফেত (Salon Indien du Grand Café)। লুমিয়েৰ ভাতৃদ্বয়ৰ এই ছবিখনকে প্ৰথম চলচ্চিত্ৰ বুলি সাধাৰণ ভাৱে অভিহিত কৰা হয় যদিও চলচ্চিত্ৰৰ ছবি তোলা বিশেষ কেমেৰা ব্যৱহাৰ কৰি তোলা প্ৰথমখন চলচিত্ৰ আছিল 'লুই লে প্ৰিন্স'ৰ ( Louis Le Prince) ১৮৮৮ চনত নিৰ্মিত 'ৰাউণ্ডহে গাৰ্ডেন চিন' (Roundhay Garden Scene)।
86 নং শাৰী:
চলচ্চিত্ৰ নিৰ্মানৰ কেমেৰাৰে ছবি তোলা কাৰ্য্যক ছুটিং (Shooting) বা ফিল্মিং (Filming) বুলি কোৱা হয়।
ৰূপালি পৰ্দা (Silver Screen) শব্দৰেও চলচ্চিত্ৰক বুজোৱা হয়। আজিকালি এই শব্দৰ প্ৰয়োগ ঘাইকৈ পুৰণি দিনৰ ছবিৰ বাবে ব্যৱহাৰ কৰা হয়।
চলচ্চিত্ৰৰ ফ্ৰেমৰ দীঘ আৱু প্ৰস্থৰ অনুপাত অনুসৰি মূলত: দুটা ভাগত ভগোৱা হয়--'ৱাইডস্ক্ৰীন' (Widescreen) বা 'চিনেমাস্কোপ' (Cinemascope) আৰু ৩৫ মিমি.। চিনেমাস্কোপ পদ্ধতিত প্ৰস্থ আৰু দৈৰ্ঘৰ অনুপাত ১৬:৯ আৰু ৩৫ মিমি-ত ৪:৩ ৰখা হয়। ইয়াৰ বাহিৰেও অন্যান্য অনুপাতো আছে যদিও এই দুবিধেই বহুল ভাৱে ব্যৱহাৰ কৰা হয়। চিনেমাস্কোপ পদ্ধতিত ছবি তোলোতে ডাঙৰ আকাৰৰ (১৬:৯ অনুপাতৰ) ফিল্ম ব্যৱহাৰ কৰা হয়, কিন্তু সেই ফিল্মক এনাম'ৰ্ফিক (Anamorphic) পদ্ধতিৰে ৩৫ মিমিলৈ সলনি কৰি প্ৰজেক্টৰত এনাম'ৰ্ফিক লেন্স ব্যৱহাৰ কৰি আকৌ ১৬:৯ অনুপাতত পৰিবৰ্ধিত কৰিব পাৰি। সাধাৰণতে এই পদ্ধতিৰে একেটা প্ৰজেক্টৰত মাত্ৰ লেন্স সলনি কৰিয়েই দুয়োবিধ অনুপাতৰ ছবি প্ৰদৰ্শন কৰিব পাৰি।
125 নং শাৰী:
* {{Cite book|author=Nowell-Smith, Geoffrey|title=The Oxford History of World Cinema|location=Oxford; New York|publisher=Oxford University Press|year=1999|isbn=0198742428}}
* {{Cite book|author=Rocchio, Vincent F.|title=Reel Racism: Confronting Hollywood's Construction of Afro-American Culture|location=Boulder, CO|publisher=Westview Press|year=2000|isbn=0813367107}}
* {{Cite journal|author=[[Paul Schrader|Schrader, Paul]]|month=Spring|year = 1972| title = Notes on Film Noir| journal = Film Comment| volume =
* {{Cite video |people=Schultz, John (writer and director); James Earl Jones (narrator)|date=1995 |title=The Making of 'Jurassic Park' |url=http://imdb.com/title/tt0256908/ |medium=Documentary |publisher=Amblin Entertainment }}
* {{Cite book|author=Thackway, Melissa|title=Africa Shoots Back: Alternative Perspectives in Sub-Saharan Francophone African Film|location=Bloomington, IL|publisher=Indiana University Press|year=2003|isbn=0852555768}}
|