চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{ভাল প্ৰবন্ধ}}
 
[[চিত্ৰ:BolexH16.jpg|right|thumb|এটা [[16 mm film|১৬ মি.মি.]] স্প্ৰীং যুক্ত 'বলেক্স' "H16" প্ৰতিফলন কেমেৰা। চলচ্চিত্ৰ নিৰ্মানৰ আখৰা হিচাপে চলচ্চিত্ৰ শিক্ষা বিদ্যালয়ত জনপ্ৰিয় আহিলা।]]
'''চলচ্চিত্ৰ''' বা '''বোলছবি''' বা চমুকৈ অকল '''ছবি''' (ইংৰাজী ভাষাত '''চিনেমা''' বা '''ফিল্ম'''), মূলত:মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে ([[কেমেৰা]]) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক [[এনিমেছন]] বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ।
 
''চলচ্চিত্ৰ'' বা 'বোলছবি' বা চমুকৈ অকল 'ছবি' (ইংৰাজী চিনেমা বা ফিল্ম), মূলত: স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে ([[কেমেৰা]]) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক [[এনিমেছন]] বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ।
 
এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰাক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে।
Line 11 ⟶ 9:
'চলচ্চিত্ৰ' নে 'বোলছবি', সেই সম্বন্ধে অলপ মতান্তৰ আছে। অসমীয়া ভাষাত 'বোলছবি' শব্দটোৰ প্ৰথম প্ৰয়োগ কৰিছিল [[পাৰ্বতী প্ৰসাদ বৰুৱা]]ই।<ref>http://www.geetikavi.com/html/hisworks/movie.aspx আহৰণ কৰা তাৰিখ: ০৩-০৪-২০১২</ref> অৰ্থগত দৃষ্টিৰে চাবলৈ গ'লে 'চলচ্চিত্ৰ' শব্দটোৱে প্ৰকৃত অৰ্থ বহন কৰে। চলি থকা চিত্ৰই হৈছে চলচ্চিত্ৰ। বোলছবি বা কথাছবি, অৰ্থাৎ কথা কোৱা ছবি, শব্দকেইটা প্ৰচলন হৈছিল চলচিত্ৰত শব্দৰ সংযোজন হোৱাৰ পাছত। চলচ্চিত্ৰৰ বাবে শব্দ অপৰিহাৰ্য নহয় বাবে বোলছবি বা কথাছবি শব্দটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইংৰাজী চিনেমা আৰু ফিল্ম এই শব্দ দুটাও অসমীয়া ভাষী ৰাইজৰ মাজত বহুল ভাৱে প্ৰচলিত। ইংৰাজীত 'মুভি' বুলিও কোৱা হয়। ফিল্ম শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল কাৰণ চলচিত্ৰ নিৰ্মাণৰ বাবে প্ৰথমে ফটোগ্ৰাফিক ফিল্মৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 'মুভি' (movie) শব্দটো, আৰু ইউৰোপ মহাদেশত 'ফিল্ম' (Film) শব্দটো বহুল ভাৱে প্ৰচলিত। অন্যান্য নাম যেনে 'পিক্‌চাৰ', 'ফটো প্লে', 'ফ্লিক' আদিও বহুল ভাৱে প্ৰচলিত।
 
বিযয় অনুসৰি চলচ্চিত্ৰক মূলত:মূলতঃ দুটা ভাগত ভগাব পাৰি: 'কাহিনী চিত্ৰ' (feature film) আৰু 'তথ্যচিত্ৰ' (documentary)। কাহিনী চিত্ৰত এটা কাহিনী কোৱা হয়, আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ ধৰ্মী চলচ্চিত্ৰ নিৰ্মান কৰা হয়।
 
== চলচ্চিত্ৰৰ ইতিহাস ==
[[চিত্ৰ:Charlie Chaplin, the Marriage Bond.ogg|thumb|[[চাৰ্লি চেপলিন]]-ৰ 'দা বণ্ড' ছবিৰ এটা টুকুৰা (১৯১৮)]]
 
নাটক, নৃত্য আদিৰ দৰে পৰিবেশন কলাৰ কেবাটাও উপাদান চলচিত্ৰৰো অভিন্ন অংগ, যেনে: [[চিত্ৰনাট্য]] (নাটক), সাজ-সজ্জা, পৰিচালনা, অভিনেতা, সংগীত আৰু দৰ্শক। মূলত:মূলতঃ প্ৰযুক্তিৰ অভাৱতেই এই ঐতিহাসিক কলাবিলাকক 'ৰেকৰ্ড' কৰি পাছত প্ৰদৰ্শন কৰাৰ সুবিধা নাছিল। চলচ্চিত্ৰই মূলত:মূলতঃ এই অসুবিধাটোকে দূৰ কৰিছিল। চলচ্চিত্ৰৰ যোগে যিকোনো পৰিবেশন কলাকে সাঁচি থৈ আকৌ চাব পৰা হ'ল। অৱশ্যে ধীৰে ধীৰে চলচিত্ৰ কেৱল এটা সাঁচি থোৱা মাধ্যম হৈ নাথাকি নিজা শিল্পসত্তা এটাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। বৰ্তমান চলচ্চিত্ৰ এটা স্বয়ংসম্পূৰ্ণ শিল্প।
 
১৮৬০ চনৰপৰাই 'দৃষ্টি-জড়তা' পৰিঘটনাক ব্যৱহাৰ কৰি স্থিৰ ছবিক গতি দিয়া বিভিন্ন সঁজুলি গঢ়ি উঠিছিল। অৱশ্যে সেই বিলাক মূলত:মূলতঃ খেলৰ সামগ্ৰীহ আছিল। 'জুট্ৰ'প', 'মিউটোস্কোপ', 'প্ৰাক্সিনোস্কোপ' ইত্যাদি এনে খেলনাৰ উদাহৰণ। এনে খেলনাত হাতে আঁকি লোৱা ছবি ব্যৱহাৰ কৰা হৈছিল। এই খেলনা বিলাকৰপৰাই পাছলৈ [[এনিমেছন]] গঢ় লৈ উঠে।
 
ফটো তুলিবলৈ 'চেলুলয়ড'ৰ 'ফিল্ম' আৱিস্কাৰ হোৱাৰ পাছতহৈ প্ৰকৃত চলচিত্ৰৰ জন্ম হয়। চেলুলয়ডৰ ফিল্ম দীঘল কৰিবপৰা গৈছিল বাবে তাত একেলগে কেবা হাজাৰ স্থিৰ চিত্ৰ একেলগে সুমুৱাব পৰা গৈছিল। ফিল্ম ব্যৱহাৰ হোৱাৰ আগতে ফটো তুলিবলৈ কাঁচৰ প্লেট ব্যৱহাৰ কৰা হৈছিল। ১৮৭৮ চনত ইংৰাজ ফটোগ্ৰাফাৰ [[ইডৱাৰ্ড মাইব্ৰিজ]]-এ (Eadweard Muybridge) আমেৰিকাত এটা দৌৰি থকা ঘোঁৰাৰ ২৪ খন ক্ৰমিক ছবি তোলে। এই ছবিসমূহত ঘোঁৰা এটাৰ দৌৰাৰ সময়ত হোৱা অংগ সঞ্চালনৰ ২৪ টা ক্ৰমিক ছবি আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰথম আৰম্ভনি। অৱশ্যে তেতিয়াও ইয়াক চলচ্চিত্ৰ বোলা হোৱা নাছিল।<ref>Williams, Alan Larson (1992) [http://books.google.com/books?id=ESVZOghoi6kC&pg=PA17&dq=Eadweard+Muybridge+horse+-+english+photographer&hl=en&ei=755FTLKABoGBlAfFoKnBBA&sa=X&oi=book_result&ct=result&resnum=8&ved=0CFcQ6AEwBw#v=onepage&q=Eadweard%20Muybridge%20horse%20-%20english%20photographer&f=false Republic of images: a history of French filmmaking] Harvard University Press</ref> পাছত এই ছবি সমূহ কাগজত 'প্ৰিণ্ট' কৰি এটা ঘূৰি থকা ডাঙৰ বৰ্তুলাকাৰ আধাৰত একাদিক্ৰমে আঠা লগাই মানুহক দেখুওৱা হৈছিল। চাব লাগিছিল সৰু ফুটা এটাৰ মাজেৰে। তেনেদৰে চাই পঠিয়ালে ঘোঁৰাটোক আকৌ দৌৰি থকা দেখিবলৈ পোৱা গৈছিল। এই সঁজুলিটো ব্যৱসায়িক ভাৱে নিৰ্মান কৰা হৈছিল। আৰু পইচা সুমুওৱা সেইটো চাব পৰা ব্যৱস্থা আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰাৰম্ভিক ৰূপ।
Line 71 ⟶ 69:
 
দূৰদৰ্শনৰ প্ৰচলন হয় ১৯৩১ চনৰপৰা, কিন্তু দূৰদৰ্শনৰ বাবে ছবি তুলিবলৈও ফিল্ম কেমেৰাৰ ব্যৱহাৰ কৰা হৈছিল ১৯৫৬ চনলৈ। কাৰণ চলচ্চিত্ৰ সংৰক্ষণৰ বাবে চুম্বকীয় ফিটাৰ (magnetic tape) ব্যৱহাৰ সেই চনৰপৰাই হৈছিল।
চলচ্চিত্ৰ নিৰ্মান মূলত:মূলতঃ কলা যদিও ইয়াৰ নিৰ্মান যথেষ্ট ব্যয়বহুল হোৱা বাবে আৰম্ভনিৰ পৰাই চলচ্চিত্ৰ এক ব্যক্তিগত কলা নহৈ ব্যৱসায়িক ৰুপটোৱে প্ৰাধান্য পাই আহিছে। ১৯৬০ চনৰপৰা মাহিলী দৰমহা দিয়া ষ্টুডিঅ'ৰ ব্যৱস্থা বন্ধ হৈ যায়। তাৰ ঠাইত গা কৰি উঠে ছবিখনৰ প্ৰয়োজন বা জনপ্ৰিয়তালৈ চাই অভিনেতা, অভিনেত্ৰী, পৰিচালক আদি নিৰ্বাচন কৰি চলচ্চিত্ৰ নিৰ্মান কৰাৰ প্ৰক্ৰিয়া। এই পদ্ধতিত মূল ব্যয় ষ্টুডিঅ'ই কৰে যদিও কলা-কুশলী সকলে নিজৰ কামৰ বাবে মাননী লয়।
 
পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে চলচ্চিত্ৰ নিৰ্মান উদ্যোগে গা কৰি উঠিছে। আমেৰিকাত চলচ্চিত্ৰ উদ্যোগ কেলিফৰ্নিয়া চহৰৰ হলিউড অঞ্চলৰ আশে-পাশে হোৱা বাবে আমেৰিকাৰ ছবি সমূহক হলিউডৰ ছবি বুলি কোৱা হয়। একেদৰেই ভাৰতৰ হিন্দী ছবিৰ মূল কেন্দ্ৰ মুম্বাই-ত (আগতে বোম্বাই) বাবে বলীউড-ৰ ছবি বুলি কোৱা হয়। চলচ্চিত্ৰ নিৰ্মান বৰ্তমান এটা লাভজনক কোটি-টকীয়া উদ্যোগ। কাহিনী ভিত্তিক চলচ্চিত্ৰৰ বাহিৰেও শৈক্ষিক ছবি, এনিমেছন ছবি, বিজ্ঞাপনৰ ছবি, প্ৰাপ্তবয়স্কৰ ছবি ইত্যাদি বিভিন্ন ছবিৰ বাবে পৃথক উদ্যোগ আছে।
Line 88 ⟶ 86:
ৰূপালি পৰ্দা (Silver Screen) শব্দৰেও চলচ্চিত্ৰক বুজোৱা হয়। আজিকালি এই শব্দৰ প্ৰয়োগ ঘাইকৈ পুৰণি দিনৰ ছবিৰ বাবে ব্যৱহাৰ কৰা হয়।
 
চলচ্চিত্ৰৰ ফ্ৰেমৰ দীঘ আৱু প্ৰস্থৰ অনুপাত অনুসৰি মূলত:মূলতঃ দুটা ভাগত ভগোৱা হয়--'ৱাইডস্ক্ৰীন' (Widescreen) বা 'চিনেমাস্কোপ' (Cinemascope) আৰু ৩৫ মিমি.। চিনেমাস্কোপ পদ্ধতিত প্ৰস্থ আৰু দৈৰ্ঘৰ অনুপাত ১৬:৯ আৰু ৩৫ মিমি-ত ৪:৩ ৰখা হয়। ইয়াৰ বাহিৰেও অন্যান্য অনুপাতো আছে যদিও এই দুবিধেই বহুল ভাৱে ব্যৱহাৰ কৰা হয়। চিনেমাস্কোপ পদ্ধতিত ছবি তোলোতে ডাঙৰ আকাৰৰ (১৬:৯ অনুপাতৰ) ফিল্ম ব্যৱহাৰ কৰা হয়, কিন্তু সেই ফিল্মক এনাম'ৰ্ফিক (Anamorphic) পদ্ধতিৰে ৩৫ মিমিলৈ সলনি কৰি প্ৰজেক্টৰত এনাম'ৰ্ফিক লেন্স ব্যৱহাৰ কৰি আকৌ ১৬:৯ অনুপাতত পৰিবৰ্ধিত কৰিব পাৰি। সাধাৰণতে এই পদ্ধতিৰে একেটা প্ৰজেক্টৰত মাত্ৰ লেন্স সলনি কৰিয়েই দুয়োবিধ অনুপাতৰ ছবি প্ৰদৰ্শন কৰিব পাৰি।
 
দৈৰ্ঘ্য অনুসৰি চলচ্চিত্ৰক 'কাহিনী দৈৰ্ঘৰ ছবি' (Feature length film), 'চুটি ছবি' (Short film) এই দুটা ভাগত ভগোৱা হয়। দুয়োটাৰে কোনো নিৰ্দিষ্ট সময় সীমা বন্ধা নাই যদিও কাহিনী দৈৰ্ঘৰ ছবি ১:৩০ ঘণ্টাতকৈ দীঘল আৰু চুটি ছবি আধা ঘণ্টাতকৈ দীঘল কৈ বনোৱা হয়।
Line 105 ⟶ 103:
==শিক্ষামূলক আৰু বিশেষ উদ্দেশ্যৰ চলচ্চিত্ৰ== <!--Educatioal and Propaganda Film-->
মনোৰঞ্জনৰ বাহিৰেও চলচ্চিত্ৰ শিক্ষমূলক বা বিশেষ উদ্দেশ্যধৰ্মীও হ'ব পাৰে। যেনে কোনো বিশেষ বিষয়ৰ ওপৰত দিয়া বক্তৃতাৰ ছবি, কোনো এটা বিষয়ৰ জ্ঞান দিয়াৰ বাবে নিৰ্মিত ছবি, ইত্যাদি। চলচ্চিত্ৰক কেতিয়াবা বিশেষ উদ্দেশ্য পূৰণ কৰিবৰ বাবেও নিৰ্মান কৰা হয়। যুদ্ধৰ সময়ত দেশবাসীক উদ্বুদ্ধ কৰিবলৈ, বিশেষ পন্থাৱলম্বী গোটে আন মানুহক নিজৰ গোটত যোগ দিয়াবলৈ এনে চলচ্চিত্ৰ নিৰ্মান কৰে।
 
 
== টোকা ==
Line 132 ⟶ 129:
 
== বাহ্যিক সংযোগ ==
{{Sister project links}}
<!--Links ordered alphabetically-->
<!--NEW LINKS SHOULD NOT BE ADDED WITHOUT PRIOR DISCUSSION ON TALK PAGE AND WILL BE DELETED OTHERWISE-->
Line 143 ⟶ 139:
<!--NEW LINKS SHOULD NOT BE ADDED WITHOUT PRIOR DISCUSSION ON TALK PAGE AND WILL BE DELETED OTHERWISE-->
 
[[শ্ৰেণী:চলচ্চিত্ৰ|*]]
{{filmmaking paper trail|state=collapsed}}
 
[[শ্ৰেণী:চলচ্চিত্ৰ]]
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে