কনফুচিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox philosopher
| name = কনফুচিয়াছ <br /> 孔子
| region = [[চীনা দৰ্শন]]
| era = [[প্ৰাচীন দৰ্শন]]
| image = Confucius Tang Dynasty.jpg
| caption = শিক্ষণৰত কনফুচিয়াছ. উ ডাউজিৰ প্ৰতিকৃতি, ৬৮৫-৭৫৮, [[টেং সাম্ৰাজ্য]].
| birth_date = ৫৫১ খ্ৰীষ্টপূৰ্ব
| birth_place = ঝাউ, [[লু ৰাজ্য|লু]], [[ঝাউ সাম্ৰাজ্য|ঝাউ সাম্ৰাজ্য]]
| death_date = ৪৭৯ খ্ৰীষ্টপূৰ্ব (বয়স ৭১–৭২)
| death_place = লু, ঝাউ সাম্ৰাজ্য
| nationality = ঝাউ
| school_tradition = [[কনফুচিয়ানবাদ]]
| main_interests = [[নৈতিক দৰ্শন]], [[সামাজিক দৰ্শন]], [[নীতিশাস্ত্ৰ]]
| influences = ''[[আই চিং]]'', ''[[ৰীতিৰ গ্ৰন্থ]]'', ''[[ক্লাছিক অৱ পয়েট্ৰি]]''
| influenced = বহুতো [[চীনা দৰ্শন|চীনা দাৰ্শনিক]],বিশেষকৈ [[মেনিচিয়াছ]], [[ঝুন ঝি]], [[ঝু ঝি]]
| notable_ideas = [[কনফুচিয়ানবাদ]], [[সোণালী নিয়ম]]
}}
'''কনফুচিয়াছ''' ({{IPAc-en|k|ən|ˈ|f|j|uː|ʃ|ə|s}} {{respell|kən|FEW|shəs}};<ref>{{Dictionary.com|Confucius}}</ref> ৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়।<ref>https://www.britannica.com/biography/Confucius</ref>
 
কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক ''কনফুচিয়ানবাদ'' বুলি জনা যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে।<ref>{{cite web|title=The Life and Significance of Confucius|url=http://www.sjsu.edu/faculty/watkins/confucius.htm|website=www.sjsu.edu}}</ref><ref>{{cite web|title=China Confucianism: Life of Confucius, Influences, Development|url=https://www.travelchinaguide.com/intro/religion/confucianism/|website=www.travelchinaguide.com}}</ref>
 
 
==প্ৰাৰম্ভিক জীৱন==
ভবা হয়, ৫৫১ খ্ৰীষ্টপূৰ্বৰ ২৮ ছেপ্টেম্বৰত কনফুচিয়াছৰ জন্ম হৈছিল। <ref name=birth>{{cite book |last1=Hugan |first1=Yong |title=Confucius: A Guide for the Perplexed |date=2013 |publisher=A&C Black |page=3 |url=https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4 |url-status=live |archiveurl=https://web.archive.org/web/20170416224536/https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4 |archivedate=2017-04-16 |df= |isbn=978-1-4411-9653-8 }}</ref><ref name=creel49-25>{{Harvnb|Creel|1949|loc=25}}.</ref> তেওঁৰ জন্ম হৈছিল ঝাউ জিলাত, যিখন ঠাইক এতিয়া চীন দেশত কুফু বুলি জনা যায়। <ref name=creel49-25 /><ref>{{Harvnb|Rainey|2010|loc=16}}.</ref> তেওঁৰ দেউতাক কংগ হে (নাইবা ছুলিয়াং হে) স্থানীয় লু সেনানীৰ এজন বৰ্ষীয়ান সেনানায়ক আছিল। {{sfnp|Legge|1887|p=260}} কনফুচিয়াছৰ পৰম্পৰাগত জীৱনৰ পৰা অনুমান কৰিব পাৰি যে, কংগ হেৰ ককাদেউতাকে তেওঁলোকক ছঙৰ পৰা লুলৈ প্ৰব্ৰজন কৰাই আনিছিল। <ref name=creel49-26>{{Harvnb|Creel|1949|loc=26}}.</ref>
 
কনফুচিয়াছৰ তিনি বছৰ বয়সত তেওঁৰ দেউতাকে মৃত্যুবৰণ কৰে। মাক য়ান ঝেংগঝাইয়ে তেতিয়া কনফুচিয়াছক লালন-পালন কৰে।<ref name=confu>{{cite book|last1=Huang|first1=Yong|title=Confucius: A Guide for the Perplexed|date=2013|publisher=A&C Black|page=4|url=https://books.google.com/?id=1R9MAQAAQBAJ&pg=PA4&lpg=PA4&dq=confucius+age+19+marry+qiguan#v=onepage&q=confucius%20age%2019%20marry%20qiguan&f=false|accessdate=August 12, 2015|isbn=978-1-4411-9653-8}}</ref> চল্লিছ বছৰ বয়সত মাক য়ানৰ পৰলোকপ্ৰাপ্তি ঘটে।<ref name=confu/> ১৯ বছৰ বয়সত, কনফুচিয়াছে কুইগান নামৰ এগৰাকী যুৱতীক বিয়া পাতে আৰু বিবাহৰ প্ৰথমটো বছৰৰ পাছতেই তেওঁলোকৰ কংগ লি নামৰ এটি সন্তান লাভ কৰে।<ref name=confu/> পিছলৈ তেওঁলোকে আৰু দুটি কন্যা সন্তান লাভ কৰে। তাৰে এটি সন্তান কেঁচুৱা অৱস্থাতেই মৃত্যুবৰণ কৰে।<ref>{{cite book|last1=Schuman|first1=Michael|title=Confucius: And the World He Created|date=2015|publisher=Basic Books|url=https://books.google.com/books?id=wb6DBQAAQBAJ&pg=PT25|url-status=live|archiveurl=https://web.archive.org/web/20170416230225/https://books.google.com/books?id=wb6DBQAAQBAJ&pg=PT25|archivedate=2017-04-16|df=|isbn=978-0-465-04057-5}}</ref>
 
কনফুচিয়াছে সাধাৰণ শ্ৰেণীৰ বাবে প্ৰতিষ্ঠা কৰা বিদ্যালয়বোৰতে শিক্ষাগ্ৰহণ কৰিছিল৷কৰিছিল। সেইবোৰ বিদ্যালয়ত তেওঁ [[ছয় কলা]]ৰ বিষয়ে শিকিছিল।<ref>{{cite book|last1=Huang|first1=Yong|title=Confucius: A Guide for the Perplexed|date=2013|publisher=A&C Black|pages=4–5|url=https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4|url-status=live|archiveurl=https://web.archive.org/web/20170416224536/https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4|archivedate=2017-04-16|df=|isbn=978-1-4411-9653-8}}</ref>
 
যৌৱনাৱস্থাৰ প্ৰাক্-ক্ষণত কনফুচিয়াছে কেইবাটাও চৰকাৰী বিভাগত কাম কৰিছিল বুলি ধাৰণা কৰা হয়। তাৰলগতে হিচাপৰক্ষক হিচাপে, ভেড়া আৰু ঘোঁৰাৰ যত্নলওঁতা হিচাপেও তেওঁ কৰ্মত নিয়োজিত হৈছিল৷হৈছিল। মাতৃক সমাধিস্থ কৰাৰ পূৰ্বে পালন কৰিবলগীয়া কিছুমান ৰীতি মানি তেওঁ এইসমূহ কাম কৰিবলগা হৈছিল। উল্লেখনীয় যে, মাতৃক হেৰুউৱাৰ তিনি বছৰ পাছলৈকে তেওঁ সামাজিক প্ৰথা মানি মৌনতা অৱলম্বন কৰিছিল৷কৰিছিল। মাতৃৰ মৃত্যুৰ সময়ত কনফুচিয়াছৰ বয়স আছিল তেইশ।<ref name=buryl>{{cite book|last1=Burgan|first1=Michael|title=Confucius: Chinese Philosopher and Teacher|date=2008|publisher=Capstone|page=23|url=https://books.google.com/books?id=vM8GCpBncjEC&pg=PT12|accessdate=August 12, 2015|url-status=live|archiveurl=https://web.archive.org/web/20170416230252/https://books.google.com/books?id=vM8GCpBncjEC&pg=PT12|archivedate=April 16, 2017|df=|isbn=978-0-7565-3832-3}}</ref>
 
==ৰাজনৈতিক জীৱন==
কনফুচিয়াছৰ ৰাজনৈতিক জীৱন বৰ দীঘলীয়া নাছিল। চল্লিছ আৰু পঞ্চাছ বছৰৰ সময়ছোৱাত কনফুচিয়াছে প্ৰথমে হাকিম হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত ৰাজহুৱা কৰ্মৰ এজন সহকাৰী মন্ত্ৰী হিচাপে আৰু শেষত ন্যায় মন্ত্ৰী হিচাপে লু ৰাজ্যত কাৰ্যনিৰ্বাহ কৰিছিল। কিছুমান কূটনীতিগত অভিযানতো মুখ্য মন্ত্ৰীৰ ৰূপত কনফুচিয়াছে ৰজা কিং লুক সহায় কৰিছিল বুলি ভাবিব পাৰি। কিন্তু এসময়ত ৰাজন্যবৰ্গই কনফুচিয়াছৰ ৰাজনৈতিক মত আৰু বিচাৰধাৰাসমূহত গুৰুত্ব নিদিয়া যেন তেওঁ অনুভৱ কৰিলে৷কৰিলে। তেতিয়া তেওঁৰ বয়স আছিল ৫৬। সেয়েহে তেওঁ দেশ ত্যাগ কৰি ওলাই গ'ল। স্ব-নিৰ্বাসনৰ সেই বাৰটা বছৰত কনফুচিয়াছক সংগ দিছিল তেওঁৰ ছাত্ৰসকলে। শিক্ষক হিচাপে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিভা সেইখিনি সময়তে প্ৰচাৰ ঘটিল।<ref>http://www.britannica.com/biography/Confucius</ref>
 
==কনফুচিয়াছৰ দৰ্শন==
====সোণালী সূত্ৰ====
কনফুচিয়াছৰ দৰ্শনৰ ভিত্তি আছিল ''ৰেইন'' অথবা ''আনক ভাল পোৱা'' নীতি। সেই নীতিৰ গঢ় লৈ উঠিছিল আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰত। কনফুচিয়াছে বিশ্বাস কৰিছিল যে-এটা সোণালী সূত্ৰৰ প্ৰয়োগৰ দ্বাৰা 'ৰেইন' নীতি কাৰ্যকৰী কৰিব পাৰি। সেই সূত্ৰটো হ'ল-''তুমি যিটো নিজৰ কাৰণে বাঞ্ছা নকৰা, সেইটো তুমি আনৰ বাবেও নকৰিবা৷ নকৰিবা।<ref name="Con">{{Cite web |title=Confusius |url=https://www.biography.com/scholar/confucius}}</ref>
====ৰাজনৈতিক দৰ্শন====
কনফুচিয়াছৰ ৰাজনৈতিক শিক্ষাও মূলতঃ আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰতেই নিৰ্ভৰশীল আছিল। তেওঁ বিশ্বাস কৰিছিল যে, নেতা এজনে বিনম্ৰ হৈ থাকিবলৈ হ'লে আৰু তেওঁৰ অনুগামীসকলক সমানুভূতিৰ চকুৰে চাবলৈ হ'লে আত্ম-নিয়মানুৱৰ্তিতাৰ অনুশীলন কৰিব লাগিব। <ref name="Con" />
 
====শৈক্ষিক দৰ্শন====
Line 43 ⟶ 42:
 
==মৃত্যু==
৪৭৯ খ্ৰীষ্টপূৰ্বত, প্ৰায় ৭২ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে৷কৰে।<ref>http://www.talkativeman.com/the-death-of-confucius/</ref> শিষ্যসকলে তেওঁৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰে।<ref>http://www.notablebiographies.com/Co-Da/Confucius.html#ixzz62X5fveVg</ref>
 
==তথ্যসূত্ৰ==
{{Reflist}}
 
[[শ্ৰেণী:দাৰ্শনিক]]
[[শ্ৰেণী:চীনৰ ব্যক্তি]]