ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing Jb_modern_frost_2_e.jpg with File:Robert_Frost,_1910s.jpg (by CommonsDelinker because: File renamed: Criterion 2 (meaningless or ambiguous name)).
48 নং শাৰী:
 
[[File:Robert Frost's Grave.JPG|thumb |right | upright |অল্ড বেনিঙটন চেমিট্ৰিত ফ্ৰ'ষ্ট পৰিয়ালবৰ্গৰ সমাধিস্থল]]
যদিও তেওঁৰ কোনো ধৰণৰ স্নাতক ডিগ্ৰী নাছিল, তথাপি তেওঁ '''প্ৰিন্সটন বিশ্ববিদ্যালয়''', '''[[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়]]''', '''কেমব্ৰিজ বিশ্ববিদ্যালয়'''ৰ দৰে কলেজৰপৰা পৰা ৪০টাৰো তাতোধিক সন্মানীয় ডিগ্ৰী পাইছিল। ''ডাৰমাউথ কলেজ''ৰ পৰা দুটাকৈ সন্মানীয় ডিগ্ৰী পোৱা তেৱেই একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ জীৱনকালত, ভাৰ্জিনিয়াৰ ''ৰবাৰ্ট ফ্ৰ'ষ্ট মিডল স্কুল'', মাচাচুচেটছৰ ''ৰবাৰ্ট লী ফ্ৰ'ষ্ট স্কুল'' আৰু ''আমহাৰ্ষ্ট কলেজ''ৰ মুখ্য পুথিভৰালটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল।
 
১৯৬১ চনৰ ২০ জানুৱাৰীত, ৮৬ বছৰ বয়সত, ৰবাৰ্ট ফ্ৰ'ষ্টে তেওঁৰ জনপ্ৰিয় কবিতা "The Gift Outright" ৰাষ্ট্ৰপতি ''জন এফ কেনেডি''ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত পাঠ কৰিছিল।