বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

infobox added
143 নং শাৰী:
 
=== গণিতৰ দৰ্শন ===
গণিতৰ দৰ্শনৰ বিষয় গণিতৰ দাৰ্শনিক ভিত্তি আৰু সংশ্লেষ আদিৰ বিষয়ে।<ref>{{সাঁচ:Cite web|url=http://plato.stanford.edu/archives/spr2015/entries/philosophy-mathematics/|title=Philosophy of Mathematics|accessdate=2015-10-29|last=Horsten|first=Leon|year=2015|work=Stanford Encyclopedia of Philosophy|editor1-last=Zalta|editor1-first=Edward N.}}</ref> কেন্দ্ৰীয় প্ৰশ্নকেইটামান হ'ল-- সংখ্যা, ত্ৰিভূজ আৰু আন আন গাণিতিক সত্তাসমূহ মানৱ মনতহে অস্তিত্বত থাকে নে স্বাধীনভৱেও থাকে? গাণিতিক প্ৰস্তাৱসমূহৰ প্ৰকৃতি কি? "১+১=২" হয় নে নহয় বুলি প্ৰশ্ন কৰা কাৰ্য মৌলিকভাৱে এটি পিণ্ড ৰঙা হয় নে নহয় সেই প্ৰশ্ন কৰাতকৈ বেলেগ নে? গণনা উদ্ভাৱন কৰা হৈছিল নে আৱিষ্কাৰ কৰা হৈছিল? তেনে এক প্ৰশ্ন হ'ল যে গণিত শিক্ষাত কেৱল যুক্তিৰ প্ৰয়োজন নে অভিজ্ঞতাৰো প্ৰয়োজন। গাণিতিক উপপাদ্যক প্ৰমাণিত কৰাৰ অৰ্থ কি? কেনেকৈ জানিম যে এটি [[গাণিতিক প্ৰমাণ]] শুদ্ধ নে ভুল? গণিতৰ দাৰ্শনিকসকলে গণিত আৰু তৰ্কবিদ্যাৰ সম্বন্ধ, মানৱ সামৰ্থ্য যেনে স্বজ্ঞা আৰু ভৌতিক ব্ৰহ্মাণ্ডকো অধ্যয়ন কৰে।
 
=== ভৌতিক বিজ্ঞানৰ দৰ্শন ===