অৰ্ণৱ জান ডেকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag
{{COI}} tag
1 নং শাৰী:
{{peacock}}
{{COI}}
{{Cleanup-rewrite}}
{{Infobox writer
|name =অৰ্ণৱ জান ডেকা
| image = Arnab Jan Deka.JPG
|birth_date =১৬ ছেপ্টেম্বৰ ১৯৬৭
|occupation =[[সাহিত্য]], [[লেখক]], [[অভিনেতা]], অভিযন্তা, তথ্য চিত্ৰ নিৰ্মাতা
Line 11 ⟶ 12:
}}
 
'''অৰ্ণৱ জান ডেকা''' {{En|Arnab Jan Deka}} হৈছে অসমৰ এজন গল্পকাৰ, ঔপন্যাসিক, প্ৰৱন্ধকাৰ, কবি, চলচ্চিত্ৰ পৰিচালক, অভিনেতা, আৰু অভিযন্তা।<ref name=NELive>{{cite web|last1=Ghosh|first1=Arnab|title=Top 5 Contemporary Writers from Assam|url=http://www.nelive.in/assam/entertainment/top-5-contemporary-writers-assam|website=http://.nelive.in|publisher=NE Live|accessdate=24 January 2016}}</ref><ref name="Novel Award to Arnab Jan Deka">{{cite news|work=The Times of India|title=Novel Award to Arnab Jan Deka|date=10 Jan 2007}}</ref><ref name="ReferenceA">{{cite news|work=Ajir Asom|title=Assam Publication Board Award to novel on Bhabananda Deka's life|date=11 Jan 2007}}</ref> তেওঁ ১৩১ খন ইংৰাজী, অসমীয়া, হিন্দী আৰু বাংলাবঙালী গ্ৰন্থ লিখিছে। এখন গ্ৰন্থ ইংৰাজ লেখকৰ সৈতে যুটীয়াভাবে আৰু এখন আমেৰিকান লেখকৰ সৈতে যুটীয়াভাৱে লিখিছে। তেওঁ ১৪ খনতকৈও অধিক গ্ৰন্থ সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ গান্ধাৰ নামৰ এখন আলোচনী আৰু জেইচি নিউজ শীৰ্ষক এখন বাতৰি কাকতৰো সম্পাদক আছিল।<ref name="Documentary">{{cite news|work=The Assam Tribune|title=Remembering a scholar|url=http://www.assamtribune.com/scripts/showpage.asp?id=jan2415%2C12%2C87%2C156%2C1326%2C684|accessdate=24 January 2015|date=24 Jan 2015}}</ref> [[Sahitya Academy|সাহিত্য একাডেমি]]য়ে তেওঁৰ জীৱনী বিংশ শতাব্দীৰ শ্ৰেষ্ঠ ভাৰতীয় সাহিত্যিকত তথ্য সম্বলিত গ্ৰন্থ ''Who's Who of Indian Writers 1999''ত স্থান দিছে।<ref name="Sahitya Academy">{{cite book|title=Who's Who of Indian Writers End Century Edition 1999|publisher=Sahitya Academy|location=New Delhi|isbn=81-260-0873-3|page=305|url=https://books.google.com/books?id=QA1V7sICaIwC&pg=PA801&lpg=PA801&dq=sahitya+academy+who%27s+who+of+indian+writers+Arnab+Jan+Deka#v=onepage&q=sahitya%20academy%20who's%20who%20of%20indian%20writers%20Arnab%20Jan%20Deka&f=false|accessdate=6 March 2015}}</ref> Manonmaniam Sundaranar University-এ তেওঁৰ তিনিটা গল্প ইংৰাজী স্নাতকোত্তৰ পাঠ্যক্ৰমত স্থান দিছে।<ref name=":0">https://www.msuniv.ac.in/Download/Pdf/1162756ebace4c1</ref>
 
'এনই লাইভ'-এ ডঃ ইন্দিৰা (মামণি ৰয়ছম) গোস্বামী, [[হোমেন বৰগোহাঞি]], আৰু নিৰুপমা বৰগোহাঞিৰ সৈতে তেওঁক "Top 5 Contemporary Writers from Assam who have made it big outside the state" তালিকাত স্থান দিছে, যিসকলে "have not only contributed to the literary wealth of the state, they have also enlightened the world about the life and culture of Assam through their writing."।<ref name="NELive" />
Line 17 ⟶ 18:
'New generation of storytellers' নামৰ এটা সমালোচনামূলক লেখাত অৰ্ণৱ জান ডেকাক "the bunch of most powerful storytellers"ৰ অন্যতমৰূপে অভিহিত কৰা হৈছে, যিগৰাকীয়ে "delved deep into the spiritual and intellectual heritage along the Brahmaputra valley, and also highlighted its environmental fragility."<ref name="Anwesha Roy Choudhury">{{cite web|last1=Roy Choudhury|first1=Anwesha|title=New generation of storytellers|url=http://www.nelive.in/north-east/art-culture/new-generation-storytellers|website=.nelive.in|accessdate=25 June 2015}}</ref>
 
তেওঁ তেওঁৰ উপন্যাস "ভৱ আনন্দ সংবাদ"ৰ বাবে "অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ সোনালী জয়ন্তী উপন্যাস বঁটা, ২০০৬" লাভ কৰিছিল।<ref name="Novel Award to Arnab Jan Deka" /><ref name="ReferenceA" /> ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত কথা আন্তঃৰাষ্ট্ৰীয় চুটী গল্প উৎসৱে তেওঁৰ চুটী গল্প ''Himalayan Mystic Meeting''ৰ বাবে "কথা-গৰীয়সী চুটী গল্প বঁটা" প্ৰদান কৰে।<ref name="The Telegraph">{{cite news|work=The Telegraph|title=Thumbs up|url=http://www.telegraphindia.com/1031212/asp/northeast/story_2670327.asp|accessdate=20 January 2015|date=12 Dec 2003}}</ref> ইয়াৰোপৰি তেওঁক সাহিত্য, কলা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১০ চনত কলিকতাত আচাৰ্য ''প্ৰফুল্ল চন্দ্ৰ ৰয় স্মাৰক সন্মান বঁটা'' প্ৰদান কৰা হয়।<ref name="ReferenceB">{{cite news|work=The Sentinel|title=Acharya Prafulla Chandra Roy Award to Arnab Jan Deka|date=2 Sep 2011}}</ref>
 
তেওঁ ইণ্ডো-ব্ৰিটিছ পৰিৱেশ প্ৰকল্প Save the Brahmaputra River ([[ব্ৰহ্মপুত্ৰ নদক বচাওক|ছেভ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ)]]ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষৰূপে দায়িত্ব লাভ কৰা প্ৰথম অসমীয়া নদী গৱেষক অভিযন্তা।<ref name="Save the Brahmaputra River">{{cite news|work=The Assam Tribune |title=Chinese action attracts global media |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=jul1210/at06 |accessdate=24 December 2014 |date=12 July 2010 |deadurl=yes |archiveurl=https://web.archive.org/web/20150402203326/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul1210/at06 |archivedate=2 April 2015 |df=dmy }}</ref><ref name="The connecting link">{{cite news|last1=Barooah |first1=Arindam |title=The connecting link |url=http://www.assamtribune.com/scripts/showpage.asp?id=apr1815,13,978,153,444,1575 |accessdate=18 April 2015 |publisher=The Assam Tribune |date=18 April 2015 |deadurl=yes |archiveurl=https://web.archive.org/web/20150418220018/http://www.assamtribune.com/scripts/showpage.asp?id=apr1815,13,978,153,444,1575 |archivedate=18 April 2015 |df=dmy }}</ref>
 
তেওঁ আছিল কনিষ্ঠতম ভাৰতীয় অনাতাঁৰ নাট্যকাৰ। ১৯৮১ চনত নৱম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰাৱস্থাতেই তেওঁৰ প্ৰথম অনাতাঁৰ নাটক "মুক্তি" ('Freedom') [[অল ইণ্ডিয়া ৰেডিঅ']]ত সম্প্ৰচাৰ কৰা হৈছিল। ১৯৮৩ চনত তেওঁৰ প্ৰথম কিতাপ ''এফাঁকি ৰ'দ'' প্ৰকাশিত হৈছিল। এই গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰিছিল প্ৰখ্যাত বৃটিছ কবি-সমালোচক টেছ জয়ছে। ''[[A Stanza of Sunlight on the Banks of Brahmaputra]]'' নামেৰে সেই ইংৰাজী গ্ৰন্থখন টেছ জয়ছৰ কবিতাৰ সৈতে যৌথভাৱে ২০০৯ চনত ভাৰত আৰু ইংলণ্ডৰ পৰা একেলগে প্ৰকাশ পাইছিল। এই প্ৰথম ইংৰাজী গ্ৰন্থখনে অৰ্ণৱ জান ডেকাক সাহিতি্যক হিচাপে প্ৰথমবাৰলৈ পৃথিৱীজুৰি পৰিচয় কৰাই দিয়ে। গ্ৰন্থখন ভাৰত আৰু বিদেশৰ বহু সমালোচকে উচ্চ প্ৰশংসা কৰে। নোবেল বঁটা বিজয়ী কেবাজনো সাহিতি্যক জড়িত থকা আৰ্ট অৱ লিভিং নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই তেওঁলোকৰ ৱেবছাইটত এই কিতাপখনৰ প্ৰসংগত অৰ্ণৱ জান ডেকাৰ বৌদ্ধিক চিন্তা-চ্ৰচাত আলোকপাত কৰি এটা গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ কৰে। <ref name="Sahitya Academy" /><ref name="Tess Joyce">{{cite web|website=The Art of Living Guide|title=Poetry and the Brahmaputra: Flowing Back to Nature|url=http://artoflivingguide.org/messages-mother-earth/poetry-and-brahmaputra-flowing-back-nature|accessdate=24 December 2014}}</ref><ref name="The Assam Tribune">{{cite news|work=The Assam Tribune|title=Poetry by the Banks|url=http://www.assamtribune.com/scripts/showpage.asp?id=dec2714%2C11%2C1083%2C162%2C330%2C1995|accessdate=29 December 2014|issue=Volume 76 No. 352|date=27 Dec 2014|ref=Arindam Barooah}}</ref>
 
অসমৰ প্ৰখ্যাত গুৰু-সাহিত্যিক-কলাকাৰ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ বিষয়ে ১৯৯৬ চনত তেওঁ নিৰ্মান কৰা চলচিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব আমেৰিকাৰ আটলাণ্টিক চিটি আৰু ছমাৰছেটত ১৯৯৭ চনৰ ৪ জুলাইত অনুষ্ঠিত হোৱাৰ পাছত বহুতো দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। [[শ্ৰীমন্ত শংকৰদেৱ|শংকৰদেৱ]]ৰ বিষয়ে বিদেশত ৰাজহুৱাভাৱে প্ৰদৰ্শন হোৱাৰ অভিলেখ গঢ়া সেইখন অসমীয়া লোকৰ পৰিচালিত প্ৰথম চিনেমা <ref name="UCCS">{{cite news|location=Colorado Springs|work=University of Colorado|title=Documentary on Shankardev to be Screened in USA|url=http://www.cs.uccs.edu/~jkalita/assam/news/1997/1997-05-12.html|accessdate=2 January 2015|date=10 May 1997}}</ref>
 
== শিক্ষা ==
Line 36 ⟶ 37:
অৰ্ণৱ জান ডেকা এগৰাকী শীষৰ্স্থানীয় অসমীয়া গল্পকাৰ। অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত তিনিটাকৈ গল্প অন্তৰ্ভুক্ত হোৱা তেওঁ একমাত্ৰ অসমীয়া গল্পকাৰ। তামিলনাডুৰ মনোনমনিয়ম সুন্দৰনৰ বিশ্ববিদ্যালয়ৰ এম.এ.(ইংৰাজী) পাঠ্যক্ৰমত হিমালয়ৰ দুপৰীয়া : অংকুৰ-তপস্বী-স্বৰ্ণকেশিনী, তিনিজনী গাঁৱলীয়া ছোৱালী আৰু মাডাৰ আমেৰিকা শীৰ্ষক তেওঁৰ তিনিটা বহুপ্ৰশংসিত গল্পই স্থান লাভ কৰিছে।<ref name=":0" />
 
২০১৮ চনলৈকে তেওঁৰ প্ৰকাশিত গল্প সংকলনবোৰ হল -- প্ৰেম অসম্ভৱ, অকস্মাৎ এক আবেলি, নাৰীবাদৰ নৰক, মেক্সিকো শহৰে একজন প্ৰেমিকা এবং কয়েকটা গল্প (বাংলাবঙালী) আৰু দুফৰি গাঁৱৰ নিৰঞ্জনা আইতা। তেওঁৰ ভালেমান গল্প ইংৰাজী আৰু বাংলাৰবঙালীৰ উপৰিও পৃথিৱীৰ অন্য বহু ভাষালৈ অনুবাদ হৈছে।
 
তেওঁৰ কাহিনীৰ আধাৰত কেবাখনো চিনেমা আৰু টেলিভিছনৰ ধাৰাবাহিক নিৰ্মাণৰ বিভিন্ন প্ৰযায়ত আছে। বিশিষ্ট অসমীয়া প্ৰযোজক প্ৰয়াত প্ৰমোদ বৰুৱাই জীৱনৰ শেষ টেলিভিছনৰ ধাৰাবাহিকখন অৰ্ণৱ জান ডেকাৰ উপন্যাস শৈশৱতে ধেমালিতেৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰিছিল। জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ অভিনেতা-পৰিচালক ব্ৰজেন বৰায়ো অৰ্ণৱ জান ডেকাৰ কাহিনীৰ আধাৰত ধাৰাবাহিক নিৰ্মাণ কৰিছে।