বাইহাটা চাৰিআলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
94 নং শাৰী:
 
==পৰ্য্যটন ক্ষেত্ৰ==
বাইহাটা চালিআলিৰ মূল চ'কটোৰ পৰা তিনি কিল'মিটাৰ আঁতৰত অৱস্থিত [[মদন কামদেৱ]] দেৱালয় প্ৰত্নতাত্ত্বিক সম্পদত চহকী এক প্ৰসিদ্ধ পৰ্য্যটন কেন্দ্ৰ। বাইহাটা চাৰিআলিৰ পৰা উত্তৰেদক্ষিণে কেই কিল'মিটাৰমান আঁতৰৰ দেউদুৱাৰত গোপেশ্বৰ দেৱালয় অৱস্থিত। দেৱালয়খন ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে। তদুপৰি বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী কৰৰাৰ ওচৰত পিংগলেশ্বৰ দেৱালয় অৱস্থিত।
 
==তথ্য সংগ্ৰহ==