ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox writer <!-- for more information see [[:Template:Infobox writer/doc]] -->
| name = ৰবাৰ্ট লী ফ্ৰ'ষ্ট <br>Robert Lee Frost
| image = Robert Frost NYWTS.jpg
| caption = ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯৪১)
11 নং শাৰী:
| movement =
| genre =
| notableworks= ''A Boy's Will'', ''North of Boston''
| influences = ৰ'বাৰ্ট গ্ৰেভছ, ৰূপাৰ্ট ব্ৰুক, থমাছ হাৰ্ডি, ৱিলিয়াম বাটলাৰ য়িটচ
| influenced = Seamus Heaney, ৰিচাৰ্ড ৱিলবাৰ, এডৱাৰ্ড থমাছ
| signature = Robert Frost Signature.svg
}}
'''ৰবাৰ্ট ফ্ৰ'ষ্ট''' ({{lang-en|Robert Frost}}) '''; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; (''{{lang|en|Robert Lee Frost'')}}; '''জন্ম: (২৬ মাৰ্চ, ১৮৭৪–১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী, ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়। <ref name=britannica>{{cite encyclopedia | encyclopedia= Encyclopædia Britannica | title=Robert Frost | url=http://www.britannica.com/eb/article-9035504/Robert-Frost | edition=Online edition | year=2008 | publisher= | accessdate=2008-12-21}}</ref> তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ [[পোলিৎজাৰ বঁটা]] (Pulitzer Prize)ৰে সন্মানিত হৈছিল।
 
 
'''ৰবাৰ্ট ফ্ৰ'ষ্ট''' ({{lang-en|Robert Frost}}) ''' সম্পূৰ্ণ নাম ৰবাৰ্ট লী ফ্ৰ'ষ্ট (''Robert Lee Frost'') ''' (২৬ মাৰ্চ, ১৮৭৪– ২৯ জানুৱাৰী, ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়। <ref name=britannica>{{cite encyclopedia | encyclopedia= Encyclopædia Britannica | title=Robert Frost | url=http://www.britannica.com/eb/article-9035504/Robert-Frost | edition=Online edition | year=2008 | publisher= | accessdate=2008-12-21}}</ref> তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ [[পোলিৎজাৰ বঁটা]] (Pulitzer Prize)ৰে সন্মানিত হৈছিল।
 
 
==জীৱন কাল==
 
===প্ৰথম ভাগ===
[[File:Robert Frost, 1910s.jpg|left|thumb|150px|ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯১০)]]
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ জন্ম হৈছিল ''ছান ফ্ৰান্সিস্ক', কেলিফ'ৰ্ণিয়া''ত। তেওঁৰ পিতৃ আছিল ''ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, জুনিয়ৰ'' আৰু মাতৃ আছিল ইজাবেল মুদি।<ref name=britannica/> তেওঁৰ মাতৃ আছিল ''স্ক'টিছ'' বংশৰ আৰু পিতৃ [[ইংলেণ্ড]]ৰ ''টিভাৰ্টন, ডেভন''ৰ বংশধৰ আছিল আৰু তেওঁলোক ১৬৩৪ চনত ''নিউ হেম্পশ্বিয়াৰ'' লৈ আহিছিল।
 
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ দেউতাক এজন শিক্ষক আৰু পিছলৈ ''ছান ফ্ৰান্সিস্ক' এভিনিঙ বুলেটিন''ৰ সম্পাদক আছিল। ৫ মে', ১৮৮৫ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ পৰিয়ালবৰ্গ ''ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, ছিনিয়ৰ'' (ৰবাৰ্ট ফ্ৰ'ষ্টৰ ককাদেউতা)ৰ পৃষ্ঠপোষকতাত ''লৰেন্স, মাচাচুচেটছ'' লৈ গুছি যায়। ৰবাৰ্ট ফ্ৰ'ষ্টে ১৮৯২ চনত ''ল'ৰেন্স হাইস্কুল''ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।<ref>{{cite book | last=Ehrlich | first=Eugene | coauthors=Carruth, Gorton | title=The Oxford Illustrated Literary Guide to the United States | volume=vol. 50 | location=New York | publisher=Oxford University Press | year=1982 | isbn=0-19-503186-5}}</ref>
 
যদিও তেওঁক গ্ৰাম্য জীৱনৰ লগত সংযোগ দেখা গৈছিল, তেওঁ চহৰতহে ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰথম কবিতাটো তেওঁৰ হাইস্কুলৰ আলোচনীতে প্ৰকাশ পাইছিল। ''ডাৰমাউথ কলেজ''ত দুমাহ অধ্যয়ন কৰাৰ পাছত ঘৰলৈ ঘূৰি আহে। ঘৰত তেওঁ বিভিন্ন কাম-কাজ, যেনে মাতৃক অবাধ্য ল'ৰাবোৰক পঢ়োৱাত সহায় কৰা, বাতৰি কাকত বিলোৱা আৰু এটা কাৰাখানাত ''আৰ্কলাইট কাৰ্বন ফিলামেণ্ট'' সলনি কৰা কৰ্মী হিচাপে কাম কৰিছিল। কিন্তু এই কামবিলাকত তেওঁৰ কোনো ধাউতি নাছিল আৰু কাব্যৰ প্ৰতি মন মেলিছিল।
 
===প্ৰাপ্তবয়স্ক কাল===
 
[[File:Robert Frost NYWTS 5.jpg|thumb|left|170px|ৰবাৰ্ট ফ্ৰ'ষ্ট (১৯৫৯)]]
১৮৮৫ চনৰ ১৯ ডিচেম্বৰ তাৰিখে ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু ইলিন'ৰ মিৰিয়াম হোৱাইট বিবাহ পাশত আবদ্ধ হয়।
 
ফ্ৰ'ষ্টে হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ত ১৮৯৭-১৮৯৯ চনলৈ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ইচ্ছাকৃতভাৱে তাৰপৰা গুছি আহে।<ref name="TutenZubizarreta2001">{{cite book|author1=Nancy Lewis Tuten|author2=John Zubizarreta|title=The Robert Frost encyclopedia|url=http://books.google.com/books?id=47NFEPDDBMgC&pg=PA146|accessdate=17 July 2010|year=2001|publisher=Greenwood Publishing Group|isbn=978-0-313-29464-8|page=145|quote=Halfway through the spring semester of his second year, Dean Briggs released him from Harvard without prejudice, lamenting the loss of so good a student.}}</ref><ref name="Parini2000">{{cite book|author=Jay Parini|title=Robert Frost: A Life|url=http://books.google.com/books?id=rHWqRHJiAlwC&pg=PA12-IA9|accessdate=17 July 2010|year=2000|publisher=Macmillan|isbn=978-0-8050-6341-7|pages=64–65}}</ref><ref name="Meyers1996">{{cite book|author=Jeffrey Meyers|title=Robert Frost: a biography|url=http://books.google.com/books?id=aMxkAAAAMAAJ|accessdate=17 July 2010|date=10 April 1996|publisher=Houghton Mifflin|quote=Frost remained at Harvard until March of his sophomore year, when he decamped in the middle of a term....}}</ref> মৃত্যুৰ আগতে ৰবাৰ্টৰ ককাদেউতাকে ৰবাৰ্ট আৰু এলিন'ৰৰ কাৰণে ''নিউ হেম্পশ্বিয়াৰ''ত এখন পাম (Farm) কিনিছিল। তাত তেওঁ ন বছৰ কাল কাম কৰিছিল আৰু প্ৰাতঃকালত কবিতা লিখিছিল আৰু ইয়াৰ বহুতো কবিতাই পিছত জনপ্ৰিয়তা অৰ্জন কৰিছিল। অৱশেষত তেওঁৰ কৃষিকাৰ্য্য বিফলে যায়। সেয়ে তেওঁ নিউ হেম্পশ্বিয়াৰৰ ''পিংকাৰটন একাডেমী''ত ১৯০৬ চনৰপৰা ১৯১১ চনলৈ এজন ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰে। তাৰ পিছত ''নিউ হেম্পশ্বিয়াৰ নৰ্মেল স্কুল'' (বৰ্তমানৰ ''প্লাইমাউথ ষ্টেট ইউনিভাৰ্চিটি'')ত শিক্ষকতা কৰিছিল।
 
১৯১২ চনত তেওঁ পৰিয়ালবৰ্গৰ সৈতে ইংলেণ্ডলৈ গুছি যায় আৰু লণ্ডনৰ ওচৰৰ ''বিকঞ্চফিল্ড'' (Beaconsfield) নামৰ এখন সৰু চহৰত থাকিবলৈ লৈছিল। পৰৱৰ্তী বৰ্ষত তেওঁৰ কবিতা পুথি ''এ বয়ছ ৱিল'' (A Boy's Will) প্ৰকাশ পাইছিল। ইংলেণ্ডতেই তেওঁ সেই সময়ৰ বহুজন কবিৰ লগত চিনাকি হৈছিল আৰু তেওঁলোকৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল।
 
[[File:Robertfrostfarm.JPG|thumb|নিউ হেম্পশ্বিয়াৰৰ ''ফ্ৰ'ষ্ট ফাৰ্ম হাউচ'', য'ত তেওঁ ''ট্ৰি এট মাই ৱিণ্ডো'' (Tree at My Window) আৰু ''মেণ্ডিঙ ৱাল''ৰ (Mending Wall) দৰে বহুতো কবিতাৰ সৃষ্টি কৰিছিল।]]
 
[[প্ৰথম বিশ্বযুদ্ধ]] আৰম্ভ হোৱাত ফ্ৰ'ষ্ট ১৯১৫ চনত [[আমেৰিকা]]লৈ গুছি আহিছিল। নিউ হেম্পশ্বিয়াৰৰ ''ফ্ৰাঙ্ক'নিয়া''ত এখন নতুন ফাৰ্ম কিনি তাতেই লিখা-মেলা, শিক্ষকতা আৰু বক্তৃতাৰ এক নতুন জীৱন আৰম্ভ কৰিছিল। ১৯৩৮ চনলৈকে তেওঁলোকৰ পৰিয়ালবৰ্গই জহকালি এই ঘৰটো তেওঁলোকৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এই ঘৰটো '''দা ফ্ৰ'ষ্ট প্লেছ''' (The Frost Place) নামৰ এটা যাদুঘৰ তথা কাব্যিক সন্মিলনৰ স্থান হিচাপে পৰিচিত।
১৯১৬-১৯২০, ১৯২৩-১৯২৪ আৰু ১৯২৭-১৯৩৮ চনলৈ ৰবাৰ্ট ফ্ৰ'ষ্টে মাচাচুচেটছৰ ''এমহাৰ্ষ্ট কলেজ''ত (Amherst College) ইংৰাজী বিষয়ত শিক্ষকতা কৰিছিল। তেওঁ কথিত ভাষাৰ আগমনক ভাষাৰ "the sound of sense" বুলি কৈছিল। <ref>Voices and Visions. "Robert Frost." NY: PBS, 1988.[http://www.learner.org/resources/series57.html]</ref>
 
১৯২৪ চনত কবিতা পুথি ''New Hampshire: A Poem with Notes and Grace Notes''ৰ বাবে তেওঁ প্ৰথম বাৰৰ বাবে পোলিৎজাৰ বঁটা পাইছিল। ইয়াৰ পিছত ১৯৩১ চনত ''Collected Poems''ৰ বাবে, ১৯৩৭ চনত ''A Further Range''ৰ বাবে আৰু ১৯৪৩ চনত ''A Witness Tree''ৰ বাবে পোলিৎজাৰ বঁটা ([http://www.pulitzer.org/bycat/Poetry Pulitzer Prize Website]) পাইছিল।
 
[[File:Robert Frost's Grave.JPG|thumb |right | upright |অল্ড বেনিঙটন চেমিট্ৰিত ফ্ৰ'ষ্ট পৰিয়ালবৰ্গৰ সমাধিস্থল]]
যদিও তেওঁৰ কোনো ধৰণৰ স্নাতক ডিগ্ৰী নাছিল, তথাপি তেওঁ '''প্ৰিন্সটন বিশ্ববিদ্যালয়''', '''[[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়]]''', '''[[কেমব্ৰিজ বিশ্ববিদ্যালয়''']]ৰ দৰে কলেজৰপৰা পৰা ৪০টাৰো তাতোধিক সন্মানীয় ডিগ্ৰী পাইছিল। ''ডাৰমাউথ কলেজ''ৰ পৰা দুটাকৈ সন্মানীয় ডিগ্ৰী পোৱা তেৱেই একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ জীৱনকালত, ভাৰ্জিনিয়াৰ ''ৰবাৰ্ট ফ্ৰ'ষ্ট মিডল স্কুল'', মাচাচুচেটছৰ ''ৰবাৰ্ট লী ফ্ৰ'ষ্ট স্কুল'' আৰু ''আমহাৰ্ষ্ট কলেজ''ৰ মুখ্য পুথিভৰালটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল।
 
১৯৬১ চনৰ ২০ জানুৱাৰীত, ৮৬ বছৰ বয়সত, ৰবাৰ্ট ফ্ৰ'ষ্টে তেওঁৰ জনপ্ৰিয় কবিতা "The Gift Outright" ৰাষ্ট্ৰপতি ''জন এফ কেনেডি''ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত পাঠ কৰিছিল।
ইয়াৰ দুবছৰৰ পিছতেই বষ্টন চহৰত, ১৯৬৩ চনৰ ২৯ জানুৱাৰীত তেওঁ ''মূত্ৰাশয় অস্ত্ৰোপচাৰ''ৰ (prostate surgery) জটিলতাত মৃত্যুবৰণ কৰে। তেওঁক বেনিঙটনৰ ''অল্ড বেনিঙটন চেমিট্ৰি''ত সমাধিস্থ কৰা হৈছিল। "I had a lover's quarrel with the world" - এইদৰেই তেওঁৰ সমাধিস্থলত তেওঁৰেই কোনো এক পদ্যৰ এটা শাৰীৰে খোদিত কৰা আছে।
 
 
ৰবাৰ্ট ফ্ৰ'ষ্টৰ কিছুমান মূল ৰচনাৱলী''আমহাৰ্ষ্ট কলেজ''ৰ ''জ'নছ লাইব্ৰেৰী''ত পোৱা যায়। তেওঁ প্ৰায় বাৰ হাজাৰৰো অধিক বস্তু ইয়াতেই দান দি থৈ গৈছিল। ইয়াৰ ভিতৰত তেওঁৰ কবিতা আৰু পত্ৰ সমূহৰ মূল লিপি তথা শ্ৰব্য আৰু ভিজুৱেল ৰেকৰ্ডিঙো আছে। <ref>{{cite web |url=http://www.joneslibrary.org/specialcollections/collections/frost/frost_print.html#contact |title=Robert Frost Collection |publisher=Jones Library, Inc. website, Amherst, Massachusetts |accessdate=2009-03-28 }}</ref> ''আমহাৰ্ষ্ট কলেজ''ৰ সংগ্ৰাহলয়ত ৰবাৰ্ট ফ্ৰ'ষ্টৰ কিছুমান মূল লিপি আছে। বিশেষকৈ,''ডাৰমাউথ কলেজ''ৰ সংগ্ৰাহলয়তহে তেওঁৰ উল্লেখযোগ্য পাণ্ডুলিপি সমূহ পোৱা যায়।
 
===ব্যক্তিগত জীৱন===
ৰবাৰ্ট ফ্ৰ'ষ্টৰ ব্যক্তিগত জীৱনটো দুঃখৰে পৰিপূৰ্ণ আছিল। ১৮৮৫ চনত, মাত্ৰ ১১ বছৰ বয়সতে তেওঁৰ পিতৃ [[যক্ষ্মা ৰোগ]]ত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ১৯০০ চনত তেওঁ [[কৰ্কট ৰোগ]]ত আক্ৰান্ত মাতৃক হেৰুৱায়। তেওঁলোকৰ পৰিয়ালৰ প্ৰায়বিলাক সদস্যই মানসিক ৰোগত আক্ৰান্ত আছিল। ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু তেওঁৰ মাতৃ ''মানসিক অৱসাদ''ত ভুগিছিল। তেওঁৰ ভগ্নীক ১৯২০ চনত আৰু তেওঁৰ পুত্ৰীক ১৯৪৭ চনত মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওৰ পত্নী, ''এলিন'ৰ''ও উদ্যমহীনতাত আক্ৰান্ত আছিল।<ref name = Frost/>
 
ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু এলিন'ৰৰ মুঠ ছটা ল'ৰা-ছোৱালী আছিল। ''ইলিয়ট'' (১৮৯৬-১৯০৪), ''কাৰল'' (১৯১২-১৯৪০) তেওঁৰ পুত্ৰ আৰু ''লেছলি ফ্ৰ'ষ্ট বেলাণ্টাইন'' (১৮৯৯-১৯৮৩), ''ইৰমা'' (১৯০৩-১৯৬৭), ''মাৰজ'ৰি'' (১৯০৫-১৯৩৪), ''এলিন'ৰ বেট্টিনা'' তেওঁৰ পুত্ৰী আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নীয়ে গোটেই জীৱন ''হৃদৰোগ''ৰ সমস্যাত ভুগিছিল। ১৯৩৭ চনত, ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নী ''কৰ্কট ৰোগ''ত আক্ৰান্ত হৈছিল আৰু ১৯৩৮ চনত হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল।<ref name=Frost>{{cite book | last=Frost | first=Robert | coauthors=Poirier, Richard (ed.); Richardson, Mark (ed.) | title=Collected Poems, Prose, & Plays | series=The Library of America | volume=vol. 81| location=New York | publisher=Library of America | year=1995 | isbn=1-883011-06-X}}</ref>
 
তথাপিওঁ তেওঁ স্থিতপ্ৰগ্য আছিল ।আছিল।
 
==উল্লেখযোগ্য ৰচনাৱলী==
 
===পদ্য===
 
{{multicol}}
 
* After Apple-Picking
* Acquainted with the Night
Line 114 ⟶ 106:
* Ghost House
* The Gift Outright
 
{{col-break}}
 
* A Girl's Garden
* Going for Water
Line 162 ⟶ 152:
* Pan With Us
* A Patch of Old Snow
 
{{col-break}}
 
* The Pasture
* Plowmen
Line 208 ⟶ 196:
* The Witch of Coös
* The Wood-Pile
 
{{col-end}}
 
===পদ্য সংকলন===
* ''North of Boston'' (David Nutt, 1914; Holt, 1914)
** "Mending Wall"
* ''Mountain Interval'' (Holt, 1916)
** "The Road Not Taken"
* ''Selected Poems'' (Holt, 1923)
: Includes poems from first three volumes and the poem ''The Runaway''
* ''New Hampshire'' (Holt, 1923; Grant Richards, 1924)
* ''Several Short Poems'' (Holt, 1924)[http://www.worldcat.org/oclc/1389446?tab=details]
* ''Selected Poems'' (Holt, 1928)
* ''West-Running Brook'' (Holt, 1928? 1929)
* ''The Lovely Shall Be Choosers,'' ''The Poetry Quartos'', printed and illustrated by Paul Johnston (fine press printer and book designer)|Paul Johnston (Random House, 1929)
* ''Collected Poems of Robert Frost'' (Holt, 1930; Longmans, Green, 1930)
* ''The Lone Striker'' (Knopf, 1933)
* ''Selected Poems: Third Edition'' (Holt, 1934)
* ''Three Poems'' (Baker Library, Dartmouth College, 1935)
* ''The Gold Hesperidee'' (Bibliophile Press, 1935)
* ''From Snow to Snow'' (Holt, 1936)
* ''A Further Range'' (Holt, 1936; Cape, 1937)
* ''Collected Poems of Robert Frost'' (Holt, 1939; Longmans, Green, 1939)
* ''A Witness Tree'' (Holt, 1942; Cape, 1943)
* ''Come In, and Other Poems'' (1943)
* ''Steeple Bush'' (Holt, 1947)
* ''Complete Poems of Robert Frost'', 1949 (Holt, 1949; Cape, 1951)
* ''Hard Not To Be King'' (House of Books, 1951)
* ''Aforesaid'' (Holt, 1954)
* ''A Remembrance Collection of New Poems'' (Holt, 1959)
* ''You Come Too'' (Holt, 1959; Bodley Head, 1964)
* ''In the Clearing'' (Holt Rinehart & Winston, 1962)
* ''The Poetry of Robert Frost'' (New York, 1969)
* ''A Further Range'' (published as ''Further Range'' in 1926, as ''New Poems'' by Holt, 1936; Cape, 1937)
* ''Nothing Gold Can Stay''
* ''What Fifty Said
* ''Fire And Ice
* ''A Drumlin Woodchuck
 
===নাট্য সমূহ===
* ''A Way Out: A One Act Play'' (Harbor Press, 1929).
* ''The Cow's in the Corn: A One Act Irish Play in Rhyme'' (Slide Mountain Press, 1929).
* ''A Masque of Reason'' (Holt, 1945).
* ''A Masque of Mercy'' (Holt, 1947).
 
===কাব্য সমূহ===
* ''The Letters of Robert Frost to Louis Untermeyer'' (Holt, Rinehart & Winston, 1963; Cape, 1964).
* ''Robert Frost and John Bartlett: The Record of a Friendship'', by Margaret Bartlett Anderson (Holt, Rinehart & Winston, 1963).
* ''Selected Letters of Robert Frost'' (Holt, Rinehart & Winston, 1964).
* ''Interviews with Robert Frost'' (Holt, Rinehart & Winston, 1966; Cape, 1967).
* ''Family Letters of Robert and Elinor Frost'' (State University of New York Press, 1972).
* ''Robert Frost and Sidney Cox: Forty Years of Friendship'' (University Press of New England, 1981).
* ''The Notebooks of Robert Frost'', edited by Robert Faggen (Harvard University Press, January 2007). [http://www.hup.harvard.edu/catalog/FRONOT.html]
 
== পোলিৎজাৰ বঁটা ==
* ''New Hampshire: A Poem With Notes and Grace Notes'' (১৯২৪)
* ''Collected Poems'' (১৯৩১)
* ''A Further Range'' (১৯৩৭)
* ''A Witness Tree'' (১৯৪৩)
 
==তথ্য-উৎস==
{{reflist}}
 
* {{cite web | author=Pritchard, William H.| year=2000| title=Frost's Life and Career | format=http | url=http://www.english.uiuc.edu/maps/poets/a_f/frost/life.htm | accessdate=March 18, 2001}}
* {{cite book |last=Taylor |first=Welford Dunaway |title=Robert Frost and J.J. Lankes: Riders on Pegasus |publisher=Dartmouth College Library |location=Hanover, New Hampshire |year=1996 |asin=B0006FAO4Q }}
* [http://www.burlingtonfreepress.com Burlington Free Press], January 8, 2008 Article: Vandalized Frost house drew a crowd
* Collected Poems, Prose, & Plays. 10/1995 Library of America. Robert Frost. Edited by Richard Poirier and Mark Richardson. Trade ISBN 1-883011-06-X. [http://www.ketzle.com/frost/frostbio.htm]
 
==বাহ্যিক সংযোগ==
Line 294 ⟶ 281:
* [http://town.hall.org/radio/HarperAudio/012294_harp_ITH.html Robert Frost reading his poems at Harper Audio (recordings from 1956)]
* [http://oyc.yale.edu/english/modern-poetry/content/sessions/lecture02.html Yale College Lecture on Robert Frost] audio, video and full transcripts from Open Yale Courses
 
 
[[শ্ৰেণী:আমেৰিকান কবি]]