নীল আৰ্মষ্ট্ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
| type = [[NASA]] মহাকাশচাৰী
| nationality = আমেৰিকান
| birth_date = {{Birth date|1930|08|5|df=yes}}
| birth_place = [[ৱাপাকনেটা, অ'হায়']], U.S.[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_date = {{Death date and age|2012|08|25|1930|08|05|mfdf=yes}}
| death_place = [[চিনচিনাটী|চিনচিনাটী, অ'হায়']], U.S.
| previous_occupation = [[Naval aviation|Naval aviator]], [[test pilot]]
22 নং শাৰী:
| known for = চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ
}}
'''নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং''' ({{lang-en|Neil Alden Armstrong}}),; (জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী ([[:en:NASA Astronaut Corps|নাচা এষ্ট্ৰনাট কৰ্প্‌চ]]) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ [[এপ'ল' ১১|চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ]] আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ [[কোৰিয়াৰ যুদ্ধ]]তো অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্ৰাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ [[পাৰডিউ বিশ্ববিদ্যালয়]] ([[:en:Purdue University|Purdue University]])ৰপৰা স্নাতক আৰু [[চাউথ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়]] ([[:en:University of Southern California|University of Southern California]])ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
 
১৯৬২ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনা]]ৰ ([[:en:United States Air Force|U.S. Air Force]]) 'অচিৰেই মহাকাশত মানৱ' ([[:en:Man In Space Soonest|Man In Space Soonest]]) আৰু ([[:en:Boeing X-20 Dyna-Soar|X-20 Dyna-Soar]]) -অৰ 'মানৱ মহাকাশ উৰণ' ([[:en:human spaceflight|human spaceflight]]) প্ৰকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত ([[:en:NASA Astronaut Corps|NASA Astronaut Corps]]) যোগদান কৰে।
'''নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং''' ({{lang-en|Neil Alden Armstrong}}), (জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী ([[:en:NASA Astronaut Corps|নাচা এষ্ট্ৰনাট কৰ্প্‌চ]]) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ [[এপ'ল' ১১|চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ]] আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ [[কোৰিয়াৰ যুদ্ধ]]তো অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্ৰাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ [[পাৰডিউ বিশ্ববিদ্যালয়]] ([[:en:Purdue University|Purdue University]])ৰপৰা স্নাতক আৰু [[চাউথ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়]] ([[:en:University of Southern California|University of Southern California]])ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
 
তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা আছিল ১৯৬৬ চনত, NASA-ৰ [[জেমিনী]]-৮ -অৰ কমাণ্ড পাইলট হিচাবে। তেওঁ এই যাত্ৰাৰ দ্বাৰাই আমেৰিকাৰ প্ৰথম নাগৰিক মহাকাশচাৰী হিচাবে পৰিগণিত হয়। এই অভিযানতে তেওঁ পাইলট [[ডেভিড স্কট]]ৰ সৈতে প্ৰথম মানৱবাহী মহাকাশযানৰ ডকিং আৰু বাৰ্থিং ([[:en:Spacecraft docking and berthing mechanisms |docking]]) সম্পন্ন কৰে।
১৯৬২ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনা]]ৰ ([[:en:United States Air Force|U.S. Air Force]]) 'অচিৰেই মহাকাশত মানৱ' ([[:en:Man In Space Soonest|Man In Space Soonest]]) আৰু ([[:en:Boeing X-20 Dyna-Soar|X-20 Dyna-Soar]]) -অৰ 'মানৱ মহাকাশ উৰণ' ([[:en:human spaceflight|human spaceflight]]) প্ৰকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত ([[:en:NASA Astronaut Corps|NASA Astronaut Corps]]) যোগদান কৰে।
 
মিশ্যন কমাণ্ডাৰ হিচাবে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশযাত্ৰা আছিল ১৯৬৯ চনৰ [[এপ'ল' ১১]]-অৰ চন্দ্ৰাৱতৰণ যাত্ৰা। এই যাত্ৰাত তেওঁ আৰু [[বাজ এলড্ৰিন]] চন্দ্ৰত অৱতৰণ কৰি 2½ ঘন্টাৰ অনুসন্ধান কৰে। এই সময়ছোৱাত সহযাত্ৰী [[মাইকেল কলিন্স]]-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। কলিন্স আৰু এলড্ৰিনৰ লগতে আৰ্মষ্ট্ৰঙক [[আমেৰিকাৰ ৰাষ্ট্ৰপতি]] [[ৰিচাৰ্ড নিক্সন]]-এ আমেৰিকা যুক্টৰাষ্ট্ৰৰ ([[:en:Presidential Medal of Freedom|Presidential Medal of Freedom]]), ১৯৭৮ চনত [[জিমি কাৰ্টাৰ]]-এ [[:en:Congressional Space Medal of Honor|Congressional Space Medal of Honor]] আৰু ২০০৯ চনত [[:en:Congressional Gold Medal|Congressional Gold Medal]] প্ৰদান কৰে।
তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা আছিল ১৯৬৬ চনত, NASA-ৰ [[জেমিনী]]-৮ -অৰ কমাণ্ড পাইলট হিচাবে। তেওঁ এই যাত্ৰাৰ দ্বাৰাই আমেৰিকাৰ প্ৰথম নাগৰিক মহাকাশচাৰী হিচাবে পৰিগণিত হয়। এই অভিযানতে তেওঁ পাইলট [[ডেভিড স্কট]]ৰ সৈতে প্ৰথম মানৱবাহী মহাকাশযানৰ ডকিং আৰু বাৰ্থিং ([[:en:Spacecraft docking and berthing mechanisms |docking]]) সম্পন্ন কৰে।
 
মিশ্যন কমাণ্ডাৰ হিচাবে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশযাত্ৰা আছিল ১৯৬৯ চনৰ [[এপ'ল' ১১]]-অৰ চন্দ্ৰাৱতৰণ যাত্ৰা। এই যাত্ৰাত তেওঁ আৰু [[বাজ এলড্ৰিন]] চন্দ্ৰত অৱতৰণ কৰি 2½ ঘন্টাৰ অনুসন্ধান কৰে। এই সময়ছোৱাত সহযাত্ৰী [[মাইকেল কলিন্স]]-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। কলিন্স আৰু এলড্ৰিনৰ লগতে আৰ্মষ্ট্ৰঙক [[আমেৰিকাৰ ৰাষ্ট্ৰপতি]] [[ৰিচাৰ্ড নিক্সন]]-এ আমেৰিকা যুক্টৰাষ্ট্ৰৰ ([[:en:Presidential Medal of Freedom|Presidential Medal of Freedom]]), ১৯৭৮ চনত [[জিমি কাৰ্টাৰ]]-এ [[:en:Congressional Space Medal of Honor|Congressional Space Medal of Honor]] আৰু ২০০৯ চনত [[:en:Congressional Gold Medal|Congressional Gold Medal]] প্ৰদান কৰে।
 
২৫ আগষ্ট, ২০১২ তাৰিখে [[কৰ'নাৰী ধমনী]] বন্ধ হৈ হোৱা জটিলতাৰ ফলত ৮২ বছৰ বয়ষত [[চিনচিনাটি, অ'হায়']]ত আৰ্মষ্ট্ৰঙৰ মৃত্যু হয়।<ref name="autogenerated1">{{cite news|url=http://www.cnn.com/2012/08/25/us/neil-armstrong-obit/index.html|title=Space legend Neil Armstrong dies|publisher=CNN|accessdate=August 26, 2012}}</ref>
Line 68 ⟶ 67:
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:মহাকাশচাৰী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]